• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

তেজপুৰত ১৯৬২ৰ চহিদ চুবেদাৰ যোগিন্দৰ সিঙৰ জীৱন আধাৰিত চলচ্চিত্ৰৰ শুভমুক্তি

প্ৰণৱ কুমাৰ দাস by প্ৰণৱ কুমাৰ দাস
April 30, 2018 3:27 pm
Indian Army releases film on martyr Subedar Jogindar Singh
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় সেনাৰ দ্বাৰা তেজপুৰৰ এলবাৰ্ট হলত ছুবেদাৰ যোগিন্দৰ সিঙৰ জীৱন আধাৰিত এখন চলচ্চিত্ৰ মুক্তি দিয়া হৈছে। গজৰাজ কৰ্পছৰ জেনেৰেল অফিছাৰ কমাণ্ডিং আৰু চহিদ যোগিন্দৰ সিঙৰ পৰিয়ালবৰ্গৰ উপস্থিতিত এই চলচ্চিত্ৰখনৰ শুভমুক্তি দিয়া হয়। চহিদগৰাকীৰ পৰিয়াল সুদূৰ পাঞ্জাবৰ পৰা আহি তেজপুৰত উপস্থিত হৈছেহি।

এই চলচ্চিত্ৰখন পৰমবীৰ চক্ৰ লাভ কৰা চুবেদাৰ যোগিন্দৰ সিং আৰু তেওঁৰ ২০ জনীয়া বেটেলিয়নটোৰ ওপৰত আধাৰিত যিয়ে ১৯৬২ চনত অৰুণাচলৰ টাৱাং জিলাত চীন-ভাৰত যুদ্ধৰ সময়ত বিপক্ষৰ ৬০০ জনীয়া বাহিনীটোৰ সৈতে যুদ্ধ কৰি শেষ সময়লৈকে যুদ্ধ কৰিছিল।

Apply Now

গজৰাজ কৰ্পছৰ জেনেৰেল অফিছাৰ কমাণ্ডিং লে: জেনেৰেল গুৰপাল সিং সংঘই তেওঁৰ পৰিয়ালৰ সদস্য আৰু অন্যন্য সেনা বিষয়াসকলৰ সৈতে সমগ্ৰ চলচ্চিত্ৰখন উপভোগ কৰাৰ পাছত সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে যে ছুবেদাৰ যোগিন্দৰ সিঙে দেশৰ কাৰণে চৰম ত্যাগ কৰিছিল। তেওঁ আৰু কয় যে সীমা এলেকাকে ধৰি প্ৰত্যেকটো ৰেজিমেণ্টতে এনেধৰণৰ বীৰ আছে। তেওঁ আৰু কয় যে তাহানিৰ তুলনাত এতিয়াৰ দুয়োফালৰ সীমা অধিক সুৰক্ষিত। তেওঁ কয় যে যোগিন্দৰ সিঙক লৈ তেওঁলোক গৰ্বিত আৰু চলচচইত্ৰখন তেওঁৰ বাবে এটা ডাঙৰ সন্মান।

তেওঁ আৰু কৈছে যে যাতে প্ৰতিজন সেনাই এই বীৰজনক চিনি পোৱা হয় এই চলচ্চিত্ৰখন প্ৰতিটো সীমা আৰু প্ৰতি অংশতে প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হ’ব।  ১৯৬২ৰ যুদ্ধৰ সময়ৰ সদ্যোজন্মা কেঁচুৱা, যোগিন্দৰ সিঙৰ নুমলীয়া জীয়ৰী কুলৱন্ত কৌৰও দেউতাৰ স্মৃতি বিজড়িত সেই ইতিহাসৰ ওপৰত আধাৰিত এই চলচ্চিত্ৰখন চোৱাৰ বাবে উপস্থিত আছিল। তেওঁ কয় যে তেওঁ এই চলচ্চিত্ৰখন চাই অত্যন্ত সুখী।

১৯২১ চনৰ ২৮ ছেপ্টেম্বৰত পাঞ্জাবৰ ফাৰিদকোট জিলাৰ মোগাৰ তহচিলৰ অন্তৰ্গত মাহলা কালান গাওঁত চুবেদাৰ যোগিন্দৰ সিঙৰ জন্ম হৈছিল।তেওঁৰ পিতৃ আছিল শ্বেৰ সিং।১৯৩৬ত তেওঁ প্ৰথম শিখ ৰেজিমেণ্টত চিপাহী হিচাপে সোমাইছিল। পৰাধীনতাৰ সময়চোৱাত তেওঁ ব্ৰিটিছ ইণ্ডিয়ান আৰ্মিৰ হৈ বাৰ্মাত বহুকেইখন যুদ্ধত অংশগ্ৰহণ কৰি বহুতো মেডেল লাভ কৰিছিল। স্বাধীনতাৰ পাচত তেওঁ শিখ ৰেজিমেণ্টত সেৱা আগবঢ়াইছিল আৰু ১৯৪৮ চনত পাকিস্তানী জনজাতীয় লোকসকলে যেতিয়া কাশ্মিৰ আক্ৰমণ কৰিছিল তেওঁ তাত নিয়োজিত আছিল।১৯৬২ৰ ২৩ অক্টোবৰত তেওঁৰ মৃত্যু হৈছিল।

প্ৰণৱ কুমাৰ দাস

প্ৰণৱ কুমাৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd