• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চূড়ান্ত নাগৰিকপঞ্জী প্ৰকাশৰ এমাহৰ ভিতৰত ২০০ খন নতুন বিদেশী ন্যায়াধিকৰণ কাৰ্য্যক্ষম কৰাৰ বাবে প্ৰশাসনৰ বিশেষ তৎপৰতা 

এন ই নাও নিউজ by এন ই নাও নিউজ
July 2, 2019 4:07 pm
F Tribunal

বিদেশী ন্যায়াধিকৰণ। উৎস-ইণ্টাৰনেট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত চলি থকা এন আৰ চি উন্নীতকৰণৰ কাম প্ৰায় শেষ হৈ আহিছে আৰু চূড়ান্ত এন আৰ চি প্ৰকাশৰ দিনো চমু চাপি আহিছে। চূড়ান্ত নাগৰিকপঞ্জী প্ৰকাশৰ এমাহৰ ভিতৰত ৰাজ্যত ২০০ খন নতুন বিদেশী ন্যায়াধিকৰণ কাৰ্য্যক্ষম কৰি তোলাৰ বাবে প্ৰস্তুতি অব্যাহত ৰাখিছে বিভাগীয় কৰ্তৃপক্ষই।

অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে ইতিমধ্যে ৰাজ্যখনৰ ছয়খন জিলা ক্ৰমে নগাঁও, বঙাইগাঁও, তেজপুৰ, কামৰূপ মহানগৰ, শিলচৰ আৰু যোৰহাটত বিদেশী ন্যায়াধিকৰণ স্থাপন কৰাৰ বাবে জিলাকেইখনৰ উপায়ুক্তক অতিৰিক্ত দায়িত্ব পালনৰ নিৰ্দেশ দিছে।

Apply Now

ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তত্ত্বাৱধানত ৰাজ্যত স্থাপন হ’বলগীয়া অতিৰিক্ত ২০০ বিদেশী ন্যায়াধিকৰণত নিযুক্তি দিয়াৰ বাবে প্ৰক্ৰিয়া অব্যাহত ৰখা হৈছে। ২২১ জন সদস্য নিযুক্তিৰ বিপৰিতে প্ৰায় পাঁচ শতাধিক প্ৰাৰ্থীয়ে আবেদন কৰাৰ তথ্য লাভ কৰা গৈছে।

প্ৰতিখন বিদেশী ন্যয়াধিকৰণত অতিকমেও দহ গৰাকী সদস্য থাকিব বুলি সূত্ৰৰ পৰা খবৰ লাভ কৰা গৈছে। ইতিমধ্যে ইলেকট্ৰনিক ফৰেনাৰ্ছ ট্ৰিবুনেল প্ৰজেক্টৰ মুখ্য কাৰ্য্যবাহী বিষয়া হিচাপে প্ৰশাসনিক বিষয়া আনন্দ প্ৰকাশ তিৱাৰীক নিযুক্তি দিয়া হৈছে।

আনহাতে, চূড়ান্ত নাগৰিকপঞ্জী প্ৰকাশৰ পাছত বিদেশী ন্যায়াধিকৰণ সমূহত গুৰুত্বপূৰ্ণ ভূমিকা পালনৰ বাবে অসম আৰক্ষীতো ২০০০ টা বিভিন্ন পদত বৃহৎ নিযুক্তি বিচাৰি বিজ্ঞাপন প্ৰকাশ কৰা হৈছে।অসম আৰক্ষীত নিযুক্তি দিবলগীয়া পদসমূহ অস্থায়ীভাৱে নিযুক্তি দিয়া হ’ব যদিও ইয়াৰ কাৰ্য্যকাল বৃদ্ধি কৰাৰ সম্ভাৱনা আছে।

উল্লেখযোগ্য যে, চূড়ান্ত নাগৰিকপঞ্জী প্ৰকাশৰ পাছত যিসকলৰ নাম এন আৰ চিৰ পৰা বাদ পৰিব সেইসকল লোকে বিদেশী ন্যায়াধিকৰণত আবেদন কৰাৰ মাধ্যমেৰে নাগৰিকত্ব প্ৰমাণৰ অন্তিম সুযোগ লাভ কৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd