• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰকিবুল হুছেইনৰ দুৰ্নীতি প্ৰসংগত কিয় নিমাত অখিল গগৈ, প্ৰশ্ন উত্থাপন অসম বিজেপিৰ

নৱাৰুণ গুহ by নৱাৰুণ গুহ
February 23, 2018 12:56 pm
File Photo: Rupam-Goswami
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা অনিল ৰাজাই অসমৰ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ পৰ্বতসম সম্পত্তিৰ তালিকাৰ বিষয়ে ৰাজহুৱা কৰাৰ লগে লগে সৰ্বত্ৰে ব্যাপক চৰ্চিত হোৱা পৰিলক্ষিত হৈছে। এই সমগ্ৰ বিষয়টোত কৃষক নেতা অখিল গগৈ কিয় নিমাত হৈ আছে তাকে লৈ প্ৰশ্ন উত্থাপন কৰিছে অসম ৰাজ্যিক ভাৰতীয় জনতা পাৰ্টীৰ নেতৃবৃন্দই।

বৃহস্পতিবাৰে অসম প্ৰদেশ বিজেপিৰ মুখপাত্ৰ ৰুপম গোস্বামীয়ে এই সন্দৰ্ভত আয়োজন কৰা এখন সংবাদ মেলত কয়, ‘কৃষক নেতা অখিল গগৈ অসমৰ সকলো ধৰণৰ দুৰ্নীতি সম্পৰ্কীয় বিষয়ত মাত মাতি অহা পৰিলক্ষিত হয়। কিন্তু কংগ্ৰেছ দলৰ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ বিৰুদ্ধে দুৰ্নীতিৰে সম্পত্তিৰ পাহাৰ গঢ়া বিষয়টো নিজ দলৰে নেতাই ৰাজহুৱা কৰাৰ পিছতো অখিল গগৈয়ে একো মাত মতা নাই। নেতাজনে বিষয়টোত একো মন্তব্য নকৰাটোৱে সমাজৰ বিভিন্ন শ্ৰেণীৰ মাজত প্ৰশ্নৰ উদ্বেগ ঘটিছে’।

Apply Now

অসমত বিজেপি নেতৃত্বাধীন চৰকাৰখনে দুৰ্নীতিৰ বিৰুদ্ধে উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰা বুলিও উক্ত সংবাদ মেলখনতে বিজেপি নেতাজনে কয়। তেওঁ আৰু কয়, ‘সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে বৰ্তমানলৈ দুৰ্নীতিত অভিযুক্ত ১৪৩ গৰাকী চৰকাৰী বিষয়া, ১১ জন ঠিকাদাৰৰ লগতে ৩০ গৰাকীকৈ পঞ্চায়তৰ সদস্যক গ্ৰেপ্তাৰ কৰিছে’।

ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ গোস্বামীয়ে লগতে আৰু কয়, ‘ অসম লোক সেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পালৰ লগতে আন ৩৫ গৰাকী বিষয়াকো গ্ৰেপ্তাৰ কৰা হৈছে। ৭০০ কোটিটকীয়া কৃষি কেলেংকাৰীৰ লগত জৰিত থকাৰ অভিযোগত এজন উপায়ুক্তৰ লগতে আন আন বিষয়াসকলোকো গ্ৰেপ্তাৰ কৰিছে’।

চেণ্টাৰ ফ’ৰ মিডিয়া ষ্টাডিজে চলোৱা এক সমীক্ষাত প্ৰকাশ পাইছে যে পূৰ্বৰ তুলনাত বৰ্তমান অসমত দুৰ্নীতি কমিছে। ইয়াৰ পূৰ্বে অসমত দুৰ্নীতি আছিল ৩৪ শতাংশ আৰু বৰ্তমান হ’ল ১৮ শতাংশ। তদুপৰি ৰাজ্যখনৰ ৰাজহ সংগ্ৰহো ২১.৬ শতাংশলৈ বৃদ্ধি পোৱা বুলি মুখপাত্ৰ গোশ্বামীয়ে জানিবলৈ দিয়ে।

দুৰ্নীতি নিবাৰক আৰু তদাৰকী অনুসন্ধানকাৰী দলে দুৰ্নীতিত লিপ্ত হোৱা বহু বিষয়াক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁলোকৰ পৰা নগদ ধন তথা বহু টকা মূল্যৰ সোণ আদি জব্দ কৰিবলৈ সক্ষম হোৱা বুলিও বিজেপি নেতাজনে কালিৰ সংবাদ মেলত প্ৰকাশ কৰে।

নৱাৰুণ গুহ

নৱাৰুণ গুহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd