• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যৰ সহস্ৰাধিক অস্থায়ী বিদ্যুৎ কৰ্মচাৰীৰ চাকৰিৰ ক্ষেত্ৰত দেখা দিছে অনিশ্চয়তা

এন ই নাও নিউজ by এন ই নাও নিউজ
February 21, 2018 8:24 am
বিদ্যুৎ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত সময়ে সময়ে বিদ্যুৎ মাচুল বৃদ্ধি কৰি থকা হৈছে যদিও বিদ্যুৎ মাচুল সংগ্ৰহৰ ক্ষেত্ৰত মুখ্য ভূমিকা গ্ৰহণ কৰা মিটাৰ ৰীডাৰ-বিল ক্লাৰ্ক সকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত চৰকাৰে কোনো গুৰুত্ব প্ৰদান কৰা নাই। বৰ্তমান মিত্ৰজোঁটৰ চৰকাৰে শাসনভাৰ লোৱাৰ পিছত বিদ্যুৎ মাচুল প্ৰতি ইউনিটত ৩.৯৪ টকাৰ বিপৰীতে ৫.৩৯ টকালৈ বৃদ্ধি কৰিছে।

আনহাতে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ অধীনত ৰাজ্যখনৰ বিভিন্ন জিলাত কৰ্মৰত ২০১৪ গৰাকী মিটাৰ ৰিডাৰ আৰু বিল ক্লাৰ্কৰ চাকৰি নিয়মীয়াকৰণৰ ক্ষেত্ৰত চৰকাৰে বিধি-পথালি দিয়াৰ অভিযোগ উঠিছে। বিগত প্ৰায় ১০ বছৰ ধৰি ন্যূনতম কমিছনৰ বিনিময়ত কৰ্মৰত এই অস্থায়ী কৰ্মচাৰী সকলৰ চাকৰি নিয়মীয়াকৰণৰ বিপৰীতে শেহতীয়াকৈ খালী হৈ থকা প্ৰায় দুই সহস্ৰাধিক পদ পূৰণৰ বাবে বিজ্ঞাপন দিয়াৰ প্ৰস্তুতি চলাইছে।

Apply Now

আনহাতে চৰকাৰখনে এই খালী পদ পূৰণৰ বাবে চলোৱা প্ৰস্তুতিয়ে অস্থায়ী কৰ্মচাৰী সকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। যাৰ ফলত সদৌ অসম অস্থায়ী বিল ক্লাৰ্ক আৰু মিটাৰ ৰীডাৰ সন্থাই ইতিমধ্যে এলানী প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে।

সন্থাৰ সভাপতি ৰেৱকান্ত মেধি আৰু সাধাৰণ সম্পাদক হেমন্ত বৰাই প্ৰকাশ কৰা অনুসৰি মুখ্য মন্ত্ৰী আৰু এ পি ডি চি এলৰ অধ্যক্ষক স্মাৰকপত্ৰৰ জৰিয়তে ২৬ জানুৱাৰীৰ ভিতৰত তেওঁলোকৰ চাকৰি নিয়মীয়া আৰু সুৰক্ষিত কৰাৰ সময়সীমা বান্ধি দিছিল। কিন্তু এই ক্ষেত্ৰত চৰকাৰে কোনো গুৰুত্ব প্ৰদান নকৰিলে ফলত কেইবা সহস্ৰাধিক কৰ্মচাৰীয়ে পুনৰ যোৱা ২ ফেব্ৰুৱাৰিত বিজুলী ভৱনৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি তেওঁলোকৰ সমস্যা সমাধানৰ দাবী জনায়। কিন্তু ইয়াৰ পিছতো বৰ্তামানলৈকে ৰাজ্যৰ চৰকাৰখনে এই ক্ষেত্ৰত সামান্যতমো গুৰুত্ব প্ৰদান কৰা নাই।

সেয়েহে অহা ২৩ ফেব্ৰুৱাৰিত সন্থাই পুনৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। কাৰ্যসূচী অনুসৰি ২৩ ফেব্ৰুৱাৰিত মহানগৰৰ বিজুলী ভৱনৰ সন্মুখত ৮ ঘণ্টীয়া অনশন কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে। ইয়াৰ পিছতো চৰকাৰে গুৰুত্ব প্ৰদান নকৰিলে জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব সন্থাই বুলি হুংকাৰ দিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

July 16, 2026 8:44 pm
কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

July 16, 2026 7:59 pm
খিলঞ্জীয়াৰ মাটি ৰক্ষাৰ সংকল্প: কাৰাৰুদ্ধ নেতাসকলৰ মুক্তিৰ দাবীত গুৱাহাটীত গুৰুত্বপূৰ্ণ নাগৰিক সভা

খিলঞ্জীয়াৰ মাটি ৰক্ষাৰ সংকল্প: কাৰাৰুদ্ধ নেতাসকলৰ মুক্তিৰ দাবীত গুৱাহাটীত গুৰুত্বপূৰ্ণ নাগৰিক সভা

July 16, 2026 7:43 pm
সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

সোণম ৱাংচুকৰ অনশনৰ ১৯ দিন: ৯ কেজিতকৈও অধিক ওজন হ্ৰাস, স্বাস্থ্যৰ অৱনতিক লৈ উদ্বেগ

July 16, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

July 16, 2026 8:44 pm
কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

কি ঘটনা? দেশৰ সৰ্ববৃহৎ পাৰমাণৱিক শক্তি কেন্দ্ৰৰ তথ্য ফাদিল, ডাৰ্ক ৱেবত ১৯ হাজাৰ ফাইল

July 16, 2026 7:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd