• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৱিলিয়াম নগৰ বিধানসভা সমষ্টিৰ নিৰ্বাচনত নেশ্যনেল পীপল’ছ পাৰ্টিৰ জয়

এন ই নাও নিউজ by এন ই নাও নিউজ
May 1, 2018 4:28 pm
National People’s Party sweeps Williamnagar polls
89
VIEWS
Share on FacebookShare on Twitter

নিৰ্বাচন স্থগিত থকা ৱিলিয়াম নগৰ বিধানসভা সমষ্টিত  শাসনাধীস্থ নেশ্যনেল পীপল’ছ পাৰ্টিৰ প্ৰাৰ্থীয়ে  জয় লাভ কৰিছে আৰু ইয়াৰ বৰ্তমানৰ কংগ্ৰেছ বিধায়ক দেবোৰা চি মাৰাকক তৃতীয় স্থানলৈ থেলি দিছে।

নেশ্যনেল পীপল’ছ পাৰ্টিৰ ভূতপূৰ্ব বিধায়ক মাৰ্কুইজ এন মাৰাকে ৯,৫৫৮টা ভোট লাভ কৰাৰ বিপৰীতে নিৰ্দলীয় প্ৰাৰ্থী ছেংবাথ আৰ মাৰাকে ৪,৬৯৮ টা ভোট লাভ কৰি দ্বিতীয় স্থান লাভ কৰে। পূৰ্বৰ শিক্ষা মন্ত্ৰী তথা কংগ্ৰেছৰ বৰ্তমানৰ বিধায়ক দেবোৰা চি মাৰাক ৪,৫১৭ টা ভোট লাভ কৰি তৃতীয় স্থানলৈ অৱনমিত হয়।

এন চি পিৰ প্ৰাৰ্থী এন মাৰাকে ৪,০০৯টা ভোট লাভ কৰিবলৈ সক্ষম হয় আৰু বিজেপিৰ প্ৰাৰ্থী সন্তোষ আৰ মাৰাকে ৮৬৫টা ভোট লাভ কৰে।ইউ ডি পিৰ মাহামসিং চাংমাই মাত্ৰ ৫১০টা ভোট লাভ কৰে। নিৰ্দলীয় প্ৰাৰ্থী লাহাটছন মাৰাক, জান এন আৰেং আৰু ছিজং আৰ মাৰাকে যথাক্ৰমে ৫০৬, ৩২১ আৰু ২৩০টা ভোট লাভ কৰে। আনহাতে ২৭৬গৰাকী ভোটাৰে কাকো যোগ্য বিবেচনা নকৰিলে (NOTA) ।

নিজৰ দুৰ্গতেই কংগ্ৰেছ দলটোক পৰাজিত কৰি মৰ্চা চৰকাৰৰ নেতৃত্বত থকা এন পি পি দলটোৱে শীৰ্ষত থাকিবলৈ সক্ষম হয়।

National People’s Party sweeps Williamnagar polls2

নেশ্যনেল পীপল’ছ পাৰ্টিৰ বিজয় মেঘালয়ৰ বিধানসভাত খোপনি পুতিবলৈ আশা কৰি থকা কংগ্ৰেছ দলৰ বাবে এক মোক্ষম আঘাট হৈ পৰিছে।

এই জয়লাভে ৬০জনীয়া মেঘালয় বিধানসভাত বিধায়কৰ সংখ্যা ১৯ৰ পৰা ২০লৈকে বৃদ্ধি কৰি নেশ্যনেল পীপল’ছ পাৰ্টিৰ ভেটি আৰু অধিক মজবুত কৰি তুলিলে।

ইতিমধে নেশ্যনেল পীপল’ছ পাৰ্টিৰ বিজয়ী প্ৰাৰ্থীগৰাকীৰ হাতত ৰিটাৰ্নিং বিষয়াগৰাকীয়ে বিজয়ীৰ প্ৰমাণপত্ৰ অৰ্পণ কৰিছে।

উল্লেখ্য যে  এই আসনখনৰ বাবে এপ্ৰিলৰ ২৭ তাৰিখে ভোট গ্ৰহণ কৰা হৈছিল আৰু ৭৮.৮২ শতাংশ ভোটাৰে নিজৰ মতদান সাব্যস্ত কৰিছিল।

প্ৰণিধানযোগ্য যে চি পিৰ প্ৰাৰ্থী জনাথন এন চাংমাক নিৰ্বাচনী প্ৰচাৰৰ পৰা উভতি অহাৰ পাছত সন্দেহজনক গাৰো নেশ্যনেল লিবাৰেশ্যন আৰ্মিৰ উগ্ৰপন্থীয়ে ছাৱিলগ্ৰি গাঁৱৰ ওচৰত হত্যা কৰাৰ পৰিপ্ৰেক্ষিতত এই বিধানসভা সমষ্টিটোত নিৰ্বাচন স্থগিত ৰখা হৈছিল।

Recent News

ধ্বংশৰ গৰাহলৈ গতি কৰিছে মানৱ জীৱন! ডিম্বাণু আৰু শুক্ৰাণুতো পোৱা গৈছে মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি

ধ্বংশৰ গৰাহলৈ গতি কৰিছে মানৱ জীৱন! ডিম্বাণু আৰু শুক্ৰাণুতো পোৱা গৈছে মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd