• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অ’এনজিচিৰ নিবিদা প্ৰক্ৰিয়াত থলুৱাক প্ৰতাৰণাৰ প্ৰতিবাদত বিক্ষোভ প্ৰদৰ্শন তিনিটাকৈ জাতীয় সংগঠনৰ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
August 6, 2018 7:33 pm
ongc
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লঘু বাহনৰ নিবিদাত থলুৱা নিবনুৱাক বঞ্চিত কৰাৰ প্ৰতিবাদত আজি শিৱসাগৰৰ নাজিৰাৰ অ’এনজিচিৰ অসম সম্পদৰ মূখ্য কাৰ্যালয়ৰ সন্মুখত তিনিটাকৈ জাতীয় সংগঠনে বিক্ষোভ প্ৰদৰ্শন কৰে। লগতে সংগঠনকেইটাই কাৰ্য্যালয় ঘেৰাও কৰাৰ লগতে  অ’এন জিচিৰ কাৰ্য্যবাহী সঞ্চালক এচ কে মাস্কেৰ প্ৰতিকৃতি দাহ কৰে। বিক্ষোভত অংশগ্ৰহণ কৰা সংগঠনকেইটা হৈছে আহোম জাতীয় গণ মঞ্চ, অসম, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ আৰু তাই আহোম যুৱ পৰিষদে।

উল্লেখ্য যে যোৱা ২০১৮ৰ ১০ মে’ত অ’এনজিচি য়ে ৩৯২ খন লঘু বাহনৰ নিবিদা আহ্বান কৰিছিল। উক্ত নিবিদাৰ চৰ্ত সমুহ ইমান জটিল আছিল যে নতুন কোনো এজন নিবনুৱাই এই নিবিদাত অংশ গ্ৰহণ কৰিব নোৱাৰে। অ’এনজিচিক নিবিদাৰ জটিল চৰ্তসমুহ প্ৰত্যাহাৰ কৰি এজন স্থানীয় নিবনুৱাই যাতে নিবিদাত অংশ গ্ৰহণ কৰিব পাৰে তাৰ ব্যৱস্থা কৰিবলৈ কেইবাটাও জাতীয় সংগঠনে অ’এনজিচি বন্ধকে ধৰি বিভিন্ন ধৰণৰ প্ৰতিবাদী কাৰ্য্যসূচী পালন কৰিছিল।

Apply Now

এনে প্ৰতিবাদত সেও মানি অ’এনজিচিয়ে ৫ জুলাইত শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ত উপায়ুক্ত পল্লৱ গোপাল ঝাৰ সভাপতিত্বত অ’এনজিচি আৰু বিভিন্ন দল সংগঠনৰ মাজত এক ত্ৰিপাক্ষিক আলোচনা অনুষ্ঠিত হৈছিল।’

এই আলোচনাত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যে বিষয়টো সেই সময়ত মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধীনত বিচাৰধীন হৈ থকাৰ বাবে দল সংগঠনৰ দাবীৰ ওপৰত কোনো ব্যৱস্থা লব পৰা নাযাব। যেতিয়াই উচ্চ ন্যায়ালয়ে চূড়ান্ত শুনানি আৰু সিদ্ধান্ত প্ৰদান কৰিব তেতিয়া অ’এনজিচিয়ে পূৰ্বে দিয়া জটিল চৰ্তসমুহ পুনৰীক্ষণ কৰি তাক শিথিল কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল।

কিন্তু যোৱা ২ আগষ্টত মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে গোচৰটোৰ নিস্পত্তি কৰাৰ লগে লগে অ’এনজিচিয়ে পূৰ্বে দিয়া প্ৰতিশ্ৰুতি ভংগ কৰি অতি গোপনে ৬ আগষ্টত নিবিদা প্ৰক্ৰিয়া মুকলি কৰিব বিচাৰিছিল।

এই কথা জানিব পাৰি আজি সংগঠন তিনিটাই অ’এনজিচিৰ নাজিৰাস্থ মূখ্য কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি অতি শীঘ্ৰে অ’এনজিচিক নিবিদা মুকলি প্ৰক্ৰিয়া বন্ধ কৰিবলৈ দাবী জনাইছে।এই ক্ষেত্ৰত বিহিত ব্যৱস্থা ল’বলৈ সংগঠন কেইটাই অ’এনজিচিৰ উচ্চতম কৰ্তৃপক্ষলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd