• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অক্ষয় কুমাৰৰ ইচ্ছা হিমাৰ জীৱন কাহিনীৰে চিনেমা নিৰ্মাণ কৰাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 28, 2018 10:38 pm

1 min read

অক্ষয় কুমাৰৰ ইচ্ছা হিমাৰ জীৱন কাহিনীৰে চিনেমা নিৰ্মাণ কৰাৰ
89
VIEWS
Share on FacebookShare on Twitter

জনপ্ৰিয় বলীউড অভিনেতা অক্ষয় কুমাৰে বিশ্ব জুনিয়ৰ এথলেটিকছত বিশ্বৰ আগশাৰীৰ দেশবোৰৰ প্ৰতিদ্বন্দ্বীক চেৰ পেলাই ভাৰতৰ হৈ একমাত্ৰ পদকটো জয় কৰিবলৈ সক্ষম হোৱা অসমৰ হিমা দাসৰ জীৱনভিত্তিক চিনেমা নিৰ্মাণ কৰাৰ ইচ্ছা প্ৰকাশ কৰে।

জনপ্ৰিয় বলীউড অভিনেতা গৰাকীয়ে হিমা দাসৰ ওপৰত জীৱনভিত্তিক চিনেমা নিৰ্মাণ কৰাৰ কথা উল্লেখ কৰি অভিনেতা গৰাকীয়ে হিমা দাসক খেলুৱৈ জগতৰ এগৰাকী উদীয়মান তাৰকা বুলিও উল্লেখ কৰে। যিহেতু আন্তৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পূৰ্বতে এথলেটিকছত ভাৰতৰ কোনো পৰিচয় নাছিল। কিন্তু বৰ্তমান হিমা দাসে বিশ্ব জুনিয়ৰ এথলেটিকছত সফলতা অৰ্জনেৰে ভাৰতক আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত চিনাকী কৰি তুলিলে।

তাৰোপৰি হিমা দাসৰ সফলতাক অভিনেতা গৰাকীয়ে এক বৃহৎ সাফল্য বুলি উল্লেখ কৰি হিমা দাসৰ এই সাফল্যক এখন চলচ্চিত্ৰৰ জৰিয়তে প্ৰতিফলিত কৰিব পৰা যাব বুলি উল্লেখ কৰে।

লগতে অভিনেতা গৰাকীয়ে এই বৃহৎ প্ৰতিযোগিতাখনৰ ট্ৰেক ইভেণ্টত স্বৰ্ণ জয় কৰা হিমা দাস প্ৰথমজন ভাৰতীয় এথলীট বুলি উল্লেখ কৰি হিমা দাসৰ এই সাফল্যক ভৱিষ্যত প্ৰজন্মৰ কাৰণে দৃষ্টান্ত হিচাপে ৰখাৰ পোষকতা কৰে।

Recent News

Rahul-Gandhi-Sonia-Gandhi

ওৰ পৰিব পৰিয়ালতন্ত্ৰৰ! চলিত বৰ্ষৰ জুন মাহত নিৰ্বাচন কৰা হ’ব কংগ্ৰেছৰ নতুন সভাপতি

বিধান সভা নিৰ্বাচনৰ পাছতে বি টি আৰত অনুষ্ঠিত হ’ব ভি চি ডি চি নিৰ্বাচন : গোবিন্দ বসুমতাৰী

বিধান সভা নিৰ্বাচনৰ পাছতে বি টি আৰত অনুষ্ঠিত হ’ব ভি চি ডি চি নিৰ্বাচন : গোবিন্দ বসুমতাৰী

ধৰ্মীয় ঐতিহ্যপূৰ্ণ স্থান সমূহ সংৰক্ষণৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত প্ৰস্তাৱ গ্ৰহণ

ধৰ্মীয় ঐতিহ্যপূৰ্ণ স্থান সমূহ সংৰক্ষণৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত প্ৰস্তাৱ গ্ৰহণ

remote-1140x570

প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈলৈ ‘জেদ+’ ভি আই পি নিৰাপত্তা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd