• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অখিলক NSA ত গ্ৰেপ্তাৰ : পুনৰ শপতনামা দাখিলত ব্যৰ্থ চৰকাৰ

NE NOW NEWS এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
, November 30, 2017 5:14 pm

1 min read

অখিলক NSA ত গ্ৰেপ্তাৰ : পুনৰ শপতনামা দাখিলত ব্যৰ্থ চৰকাৰ
74
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী উচ্চ ন্যায়ালয়ে কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ পৰা অখিল গগৈক NSA ৰ অধীনত আটক কৰা সন্দৰ্ভত যোৱা ২১ নৱেম্বৰৰ ভিতৰত শপতনামা দাখিল কৰাৰ নিৰ্দেশ দিছিল  যদিও চৰকাৰে ২১ নৱেম্বৰত শপতনামা দাখিল কৰিব নোৱাৰিলে। উক্ত দিনাই ন্যায়ালয়ে ৩০ নৱেম্বৰৰ ভিতৰত  শপতনামা দাখিলৰ নিৰ্দেশ দিছিল। কিন্তু আজিও কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে শপতনামা দাখিল নকৰিলে। আজি পুনৰ উচ্চ ন্যায়ালয়ে ৭ ডিচেম্বৰৰ ভিতৰত চৰকাৰক  শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছে।। চৰকাৰে বাৰম্বাৰ ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি শপতনামা দাখিল কৰিব নোৱাৰা কাৰ্য্যক কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এয়া চৰকাৰৰ ষড়যন্ত্ৰ বুলি দাবী কৰাৰ লগতে আৰু অধিক সময় কৃষক নেতাজনক কাৰাগাৰত ভৰাই ৰখাৰ বাবেই এই শপতনামা দাখিল কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে।

Recent News

lurrriiinnnn

২০১৬-২০২১ লৈকে অত্যাৱশ্যকীয়-নিৰ্মাণ সামগ্ৰীৰ দাম কিমান বৃদ্ধি পালে? হিচাপ দিলে লুৰীণজ্যোতিয়ে

a nirab

নীৰৱ মোদীক ভাৰতলৈ প্ৰত্যৰ্পনত অনুমোদন ব্ৰিটেইনৰ আদালতৰ

Represntative

OMG! অস্ত্রোপচাৰত গৰুৰ পেটৰ পৰা ওলাল ৭১ কিলোগ্ৰাম প্লাষ্টিকৰ লগতে আন ধাতৱ সামগ্ৰী

a face

ছ’চিয়েল মিডিয়াক নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম, ২৪ ঘণ্টাৰ ভিতৰত আঁতৰাব লাগিব অশ্লীল ছবি, আৰু কি আছে?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd