• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অখিল গগৈক ভাবুকি দিয়া ৰুদ্ৰসেনাৰ নেতাক গ্ৰেপ্তাৰৰ দাবীত ৰাজ্যৰ বিভিন্ন থানাত এজাহাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 5, 2018 8:59 pm
kmss
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘অসমত অসমীয়াক হত্যা কৰাৰ লগতে অখিল গগৈকো হত্যা কৰাৰ ষড়যন্ত্ৰ কৰিছে আৰ এছ এছ-বিজেপিয়ে’। ফে’ছবুকত এটা ভিডিঅ’ৰ জৰিয়তে অখিল গগৈ ( Akhil Gogoi )ক সকীয়নি দিয়া দিব্যজ্যোতি হাজৰিকা নামৰ যুৱকজনক গ্ৰেপ্তাৰৰ দাবীৰে আজি ৫ জুনত এই মন্তব্য কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক ধৈৰ্য্য কোঁৱৰে।

‘তেওঁক গ্ৰেপ্তাৰ নকৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজ্যৰ প্ৰত্যেকখন থানা ঘেৰাও কৰিবলৈ বাধ্য হ’ম,’ ক’লে কোঁৱৰে।

Apply Now

ৰুদ্ৰ সেনা আৰ এচ এচৰ অংশ বুলি সদৰী কৰি কোঁৱৰে কয় ‘নৰেন্দ্ৰ মোদী শাসনলৈ অহাৰ পিছৰে পৰা গোটেই ভাৰতবৰ্ষতে ফেচিবাদ আৰম্ভ হৈছে আৰু অখিল গগৈক হত্যাৰ ভাবুকি দিয়াটো ফেচিবাদৰে অন্য এটা ৰূপ।’

ৰুদ্ৰ সেনা নামৰ হিন্দুত্ববাদী সংগঠন এটাৰ অধ্যক্ষ দিব্যজ্যোতি হাজৰিকাক গ্ৰেপ্তাৰৰ দাবীত ইতিমধ্যে ৰাজ্যৰ কেইবাঠাইতো বেলেগে বেলেগে কেইবাখনো এজাহাৰ দাখিল কৰা হৈছে।

ভিডিঅ’টোত প্ৰকাশিত বক্তব্যই ‘সমাজৰ সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰিব’ আৰু ই ‘অখিল গগৈৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিজন কৰ্মীৰে মানহানি কৰিছে’ বুলি অভিযোগ কৰি যুৱকজনক গ্ৰেপ্তাৰ কৰাৰ দাবীত ৪ জুনত সংগঠনটোৰ নেতা ৰাজু বৰাই নগাঁৱৰ কামপুৰ থানাত এখন এজাহাৰ দাখিল কৰিছে।

তাৰোপৰি গোৱালপাৰাকে ধৰি ৰাজ্যৰ আন কেইবা ঠাইটো ইতিমধ্যে ৰুদ্ৰ সেনাজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে বুলি জানিব পৰা গৈছে।

অখিল গগৈক নিৰাপত্তা প্ৰদানৰ বাবেও কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে চৰকাৰৰ ওচৰত দাবী জনাইছে।

ধৰ্মৰ ভিত্তিত বিদেশীক দেশৰ নাগৰিকত্ব প্ৰদানৰ বাবে বিজেপি চৰকাৰে উত্থাপন কৰা নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বাবে হাজৰিকাই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাজনক সকীয়নি প্ৰদান কৰিছিল।

অখিল গগৈক ভাবুকি দিয়া হাজৰিকাই নিজকে দেশভক্ত আৰু গগৈক দেশদ্ৰোহী বুলি দাবী কৰি বিভিন্ন গালি-গালাজ কৰিছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিয়াৰ ষ্টাৰমাৰৰ পদত্যাগৰ চৰ্চা! তাৰ মাজতে সাম্ভাৱ্য উত্তৰাধিকাৰী হিচাপে আত্মপ্ৰকাশ এণ্ডী বাৰ্নহামৰ

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিয়াৰ ষ্টাৰমাৰৰ পদত্যাগৰ চৰ্চা! তাৰ মাজতে সাম্ভাৱ্য উত্তৰাধিকাৰী হিচাপে আত্মপ্ৰকাশ এণ্ডী বাৰ্নহামৰ

June 22, 2026 8:43 pm
উত্তৰ প্ৰদেশত মাতৃৰ কাষৰ পৰা ৯ মহীয়া শিশুক অপহৰণ কৰি ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ১২ বছৰীয়া কিশোৰ

উত্তৰ প্ৰদেশত মাতৃৰ কাষৰ পৰা ৯ মহীয়া শিশুক অপহৰণ কৰি ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ১২ বছৰীয়া কিশোৰ

June 22, 2026 8:31 pm
ক্ৰেডৰ প্ৰতিষ্ঠাপক কুনাল শ্বাহক হোৱাটছএপৰ মুৰব্বী হিচাপে নিযুক্তি

ক্ৰেডৰ প্ৰতিষ্ঠাপক কুনাল শ্বাহক হোৱাটছএপৰ মুৰব্বী হিচাপে নিযুক্তি

June 22, 2026 8:29 pm
মাজনিশা জ’মেটো ডেলিভাৰী বয়ৰ অশালীন আচৰণ! ভুক্তভোগী যুৱতীয়ে বৰ্ণনা কৰিলে ভয়ংকৰ অভিজ্ঞতা

মাজনিশা জ’মেটো ডেলিভাৰী বয়ৰ অশালীন আচৰণ! ভুক্তভোগী যুৱতীয়ে বৰ্ণনা কৰিলে ভয়ংকৰ অভিজ্ঞতা

June 22, 2026 8:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিয়াৰ ষ্টাৰমাৰৰ পদত্যাগৰ চৰ্চা! তাৰ মাজতে সাম্ভাৱ্য উত্তৰাধিকাৰী হিচাপে আত্মপ্ৰকাশ এণ্ডী বাৰ্নহামৰ

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিয়াৰ ষ্টাৰমাৰৰ পদত্যাগৰ চৰ্চা! তাৰ মাজতে সাম্ভাৱ্য উত্তৰাধিকাৰী হিচাপে আত্মপ্ৰকাশ এণ্ডী বাৰ্নহামৰ

June 22, 2026 8:43 pm
উত্তৰ প্ৰদেশত মাতৃৰ কাষৰ পৰা ৯ মহীয়া শিশুক অপহৰণ কৰি ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ১২ বছৰীয়া কিশোৰ

উত্তৰ প্ৰদেশত মাতৃৰ কাষৰ পৰা ৯ মহীয়া শিশুক অপহৰণ কৰি ধ*ৰ্ষ*ণ! আৰক্ষীৰ জালত ১২ বছৰীয়া কিশোৰ

June 22, 2026 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd