• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অখিল ভাৰত হিন্দু মহাসভাৰ নাম লৈ সংবাদমেল পতা সংগঠনৰ বিৰুদ্ধে সভাপতি অশ্বিনী কুমাৰ দাসৰ প্ৰতিক্ৰিয়া

NE NOW NEWS কল্পজ্যোতি শইকীয়া
গুৱাহাটী , April 24, 2018 5:14 pm

2 min read

অখিল ভাৰত হিন্দু মহাসভাৰ নাম লৈ সংবাদমেল পতা সংগঠনৰ বিৰুদ্ধে সভাপতি অশ্বিনী কুমাৰ দাসৰ প্ৰতিক্ৰিয়া

অখিল ভাৰত হিন্দু মহাসভাৰ ৰাজ্যিক সভাপতি অশ্বিনী কুমাৰ দাস

135
VIEWS
Share on FacebookShare on Twitter

 

যোৱা ২২ এপ্ৰিলত এক সংবাদমেল যোগে হিন্দু বাংলাদেশী সন্দৰ্ভত মন্তব্য কৰা এটা সংগঠনে অখিল ভাৰত হিন্দু মহাসভাৰ নাম ব্যৱহাৰ কৰাক লৈ আজি অখিল ভাৰত হিন্দু মহাসভাৰ সভাপতি অশ্বিনী কুমাৰ দাসে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

এই সম্পৰ্কত আজি এক সংবাদ মেল অনুষ্ঠিত কৰি দাসে কয়, ‘২২ এপ্ৰিলত অখিল ভাৰত হিন্দু মহাসভাৰ নাম ব্যৱহাৰ কৰি এটা অবৈধ সংগঠনে হিন্দু বাংলাদেশীৰ ওপৰত কিছু মন্তব্য কৰিছিল। সেই মন্তব্য আমাৰ সমিতিৰ নাছিল।’

মুকুট ডেকা আৰু ৰজনী বৰ্মন নামৰ লোক দুজনে উক্ত ভুৱা কমিটিখন চলাই আছে বুলি মন্তব্য কৰি দাসে কয়, ‘সংগঠনটোৰ নিৰ্দিষ্ট স্বীকৃতি বা আইনগত নথি-পত্ৰ নাই। হিন্দু মহাসভাৰ পূৰ্বৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে তেওঁলোকক নিযুক্তি দিছিল।’

অৱশ্যে নিৰ্দিষ্ট সংগঠনটোয়ে হিন্দু বাংলাদেশীৰ বিৰোধীতা কৰি কৰা মন্তব্যক অখিল ভাৰত হিন্দু মহাসভায়ো সমৰ্থন কৰে বুলি কৈ দাসে কয়, ‘তেওঁলোকে যি বিষয় লৈ সংবাদ মেল আয়োজন কৰিছিল সেয়া আমিও বিচাৰো। কিন্তু আমাৰ সংগঠনৰ নাম লৈ সংবাদমেল আয়োজন কৰাটো নীতি বহিৰ্ভূত কথা। তেওঁলোকৰ কোনো আইনগতভাৱে নিযুক্তি পত্ৰ নাই।’

পৰবৰ্তী সময়ত সংগঠনটোৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় কমিটিৰ সৈতে আলোচনা কৰি আইনগত ব্যৱস্থা লোৱাৰ কথাও আজিৰ সংবাদমেলত তেওঁ সদৰী কৰে।

আনহাতে অখিল ভাৰত হিন্দু মহাসভাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধীতা কৰে বুলি আজিৰ সংবাদমেলত স্পষ্ট কৰি দাসে কয়, ‘বাংলাদেশীৰ জাত-পাত নাই, মিঞাই হওক বা হিন্দুৱেই হওক বাংলাদেশী বাংলাদেশীয়েই।’

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd