• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অগপ বিধায়ক-গড়কাপ্তানী বিভাগৰ বৈঠক : প্ৰয়োজনীয়তাৰ ভিত্তিত ধন আবন্টনৰ ঘোষণা হিমন্ত বিশ্বৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
July 7, 2018 10:45 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি বিধায়কৰ পাছত চৰকাৰৰ মিত্ৰদল অসম গণ পৰিষদৰ বিধায়কৰ সৈতে আজি ৭ জুলাইত পথৰ নিৰ্মাণ আৰু মেৰামতি সম্পৰ্কে গড়কাপ্তানী বিভাগৰ এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়।

শনিবাৰে দিচপুৰৰ বিধানসভা চৌহদত অগপ বিধায়কসকলৰ সৈতে তেওঁলোকৰ সমষ্টিসমুহৰ গড়কাপ্তানী বিভাগৰ অধীনৰ পথ নিৰ্মাণ আৰু মেৰামতি সম্পৰ্কীয় পৰ্যালোচনা বৈঠকত মিলিত হয় বিভাগটোৰ দুই মন্ত্ৰী ক্ৰমে ড০ হিমন্ত বিশ্ব শৰ্মা আৰু তপন কুমাৰ গগৈ।

Apply Now

বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মন্ত্ৰী ড০ শৰ্মাই কয় যে অহা অক্টোবৰ মাহৰ পৰা বাট-পথৰ উন্নয়নৰ কাম আৰম্ভ হ’ব। তেওঁ লগতে জনায় যে অহা ২৬ জুলাইত কংগ্ৰেছ আৰু এ আই য়ু ডি এফৰ বিধায়কৰ সৈতে আৰু তাৰ পাছত কোকৰাঝাৰত বি পি এফ আৰু বিটিচি প্ৰশাসনৰ সৈতে বিভাগটো বৈঠকত মিলিত হ’ব।

প্ৰতিটো দলৰ বিধায়কে নিজৰ নিজৰ সমষ্টিৰ বাট-পথৰ তথ্য দাখিল কৰাৰ পাছত চেপ্টেম্বৰ মাহৰ ভিতৰত প্ৰাককলন তৈয়াৰ হ’ব বুলি মন্ত্ৰী শৰ্মাই জনায়।

উল্লেখ্য যে ইয়াৰ পূৰ্বে যোৱা দুই জুলাইত বিজেপিৰ বিধায়কসকলৰ সৈতে পৰ্যালোচনা বৈঠক অনুষ্ঠিত হৈছিল।

শৰ্মাই লগতে গড়কাপ্তানী বিভাগৰ অধীনৰ বাট-পথসমূহৰ উন্নয়নৰ বাবে প্ৰয়োজনীয় পুঁজি সম্পৰ্কত এইদৰে কয়, ‘বিধায়কসকলে যিধৰণে হিচাপ দিছে সেই হিচাপত আনুমানিক ৫০০০ কোটি টকাৰ প্ৰয়োজন হ’ব। কিমান কিমান পুঁজি যোগাৰ হয় সেই হিচাপত পথৰ তালিকখন প্ৰস্তুত হ’ব। যদি ৩০০০ কোটি যোগাৰ হয়, তেতিয়া তালিকাখনৰ পৰা কিছু কমাব লাগিব। যদি প্ৰয়োজনৰ হিচাপত যোগাৰ হয়, সিমানেই দিম। তাৰ মাজত ভাৰত চৰকাৰকো দু-আষাৰ কম, NLCRটো চেষ্টা কৰিম, নাবাৰ্ডটো যাম। মুঠতে চেষ্টা কৰিম কেনেকৈ টকাখিনি যোগাৰ কৰিব পাৰো’।

ইয়াৰ উপৰিও, ৰাষ্টা-ঘাটৰ প্ৰয়োজনীয়তাৰ ভিত্তিত ধন আবন্টন কৰা হ’ব বুলি মন্ত্ৰী শৰ্মাই জানিবলৈ দিয়ে। তেওঁ কয়, ‘আগতে সকলো বিধায়কক ২০ কোটিকৈ দিয়া হৈছিল, কিন্তু আমি ৰাষ্টা-ঘাটৰ প্ৰয়োজনীয়তাৰ ভিত্তিত ধন আবন্টন দিব বিচাৰিছো। কোনোবা সমষ্টিত বেছি লাগিব পাৰে, কোনোবা সমষ্টিত কম লাগিব, কিন্তু ৰাষ্টাবিলাক যাতে হয়’।

ইপিনে এই পৰ্যালোচনা বৈঠকত উপস্থিত থাকি সন্তুষ্টি ব্যক্ত কৰে অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা আৰু বিধায়ক সত্যব্ৰত কলিতাই। এয়া এক সুন্দৰ পদক্ষেপ বুলি কৈ তেওঁলোকে বাট-পথৰ উন্নয়নৰ কামসমূহ সময়মতে আৰু সুচাৰুৰূপে হ’ব বুলি আশা কৰা বুলি জানিবলৈ দিয়ে।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd