DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অচিৰেই ৰাজ্যৰ প্ৰাথমিক আৰু মাধ্যমিক স্তৰত প্ৰায় দহ হাজাৰ শিক্ষকক নিযুক্তি দিয়া হ’ব

এন ই নাও নিউজ by এন ই নাও নিউজ
March 28, 2018 8:43 am
Himanta

হিমন্ত বিশ্ব শৰ্মা। ফাইল ছবি।

96
VIEWS
Share on FacebookShare on Twitter

অচিৰেই ৰাজ্যৰ প্ৰাথমিক আৰু মজলীয়া বিদ্যালয়বোৰত প্ৰায় ১০ হাজাৰ শিক্ষক নিযুক্তি দিয়া হ’ব। অসম বিধানসভাত ২৭ মাৰ্চত এই গুৰুত্বপূৰ্ণ তথা শিক্ষিত নিবনুৱাৰ মাজত আশা সঞ্চাৰী ঘোষণা কৰে শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

মাদ্ৰাছাবোৰকো সামৰি লোৱা হ’ব এই নিযুক্তিৰ মাজত। মন্ত্ৰী শৰ্মাই কয় যে  উক্ত নিযুক্তিৰ বাবে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে ইতিপূৰ্বে যোৱা ১১ মাৰ্চত বিজ্ঞাপন প্ৰকাশ কৰিছে।

শিক্ষা মন্ত্ৰীৰ তথ্য অনুসৰি নিযুক্তি দিব লগীয়া শিক্ষকৰ মুঠ সংখ্যা হ’ব ৯৫১৩গৰাকী। মন্ত্ৰীজনে কয় যে এই নিযুক্তিৰ জৰিয়তে ২১খন জিলাত বৰ্তমান থকা শিক্ষকৰ ঘাটি দূৰ কৰিব পৰা যাব।

উল্লেখযোগ্য যে শিক্ষা মন্ত্ৰীৰ এই ঘোষণা শিক্ষিত নিবনুৱাই ভৰি থকা ৰাজ্যখনত বহুতৰ মনত আশাৰ সঞ্চাৰ কৰিবলৈ সক্ষম হৈছে। লগতে ছাত্ৰ-ছাত্ৰীৰ অনুপাতত শিক্ষক নথকা বিদ্যালয়বোৰত ইয়াৰ জৰিয়তে তাল-মিল ৰাখিব পৰা যাব।

মন্ত্ৰী শৰ্মাই এই প্ৰসংগত কয় যে শিক্ষাৰ অধিকাৰ আইন-২০০৯ অনুসৰি ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ অনুপাত ৰক্ষা কৰিবলৈ সময়ে সময়ে শিক্ষক নিযুক্তি দিয়া হৈছে আৰু অনাগত দিনতো অনুপাতৰ ভিত্তিত শিক্ষক নিযুক্তি দিয়া হৈ থাকিব।

Recent News

ৰাজ্যৰ ৫০ৰো অধিক স্থানত ভূমিস্খলন:বৰাক উপত্যকাকে ধৰি ত্ৰিপুৰা, মিজোৰামত তীব্ৰ খাদ্য সংকটৰ আশংকা

এফচিআইৰ গাফিলতি: হাফলঙত মাত্ৰ দুদিনৰ বাবেহে মজুত আছে খাদ্য!

কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰক: আক্ৰাছু

কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰক: আক্ৰাছু

হাজোত বৰলীয়া নৈৰ কোৱাল সোঁতে উটুৱাই নিলে কাঠৰ দলং

হাজোত বৰলীয়া নৈৰ কোৱাল সোঁতে উটুৱাই নিলে কাঠৰ দলং

filmmaker Avinash Das booked

আইএএছ বিষয়াৰ সৈতে গৃহমন্ত্ৰী অমিত শ্বাহৰ ফটো শ্বেয়াৰ কৰি গ্ৰেপ্তাৰ হ’ল চলচ্চিত্ৰ নিৰ্মাতা অৱিনাশ দাস

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd