• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১৫ তম অচ্যুত বৰুৱা সোঁৱৰণী আন্ত:জিলা পুৰুষ মহিলা হেণ্ডবলত শিৱসাগৰৰ পুৰুষ-মহিলা উভয় দলৰে চূড়ান্ত খিতাপ দখল

হিতোজ্বল চেতিয়া by হিতোজ্বল চেতিয়া
January 7, 2018 2:42 pm
অচ্যুত বৰুৱা সোঁৱৰণী হেণ্ডবল প্ৰতিযোগিতাৰ পুৰুষ শাখাৰ চূড়ান্ত বিজয়ী দলটোৱে ট্ৰফী গ্ৰহণ কৰাৰ মুহূৰ্ত

অচ্যুত বৰুৱা সোঁৱৰণী হেণ্ডবল প্ৰতিযোগিতাৰ পুৰুষ শাখাৰ চূড়ান্ত বিজয়ী দলটোৱে ট্ৰফী গ্ৰহণ কৰাৰ মুহূৰ্ত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ডিমৌ হেণ্ডবল ক্লাৱৰ উদ্যোগত সমুহ ডিমৌবাসী ৰাইজৰ সহযোগত শিৱসাগৰ জিলাৰ ডিমৌৰ ৰাজহুৱা খেলপথাৰত ৪-৬ জানুৱাৰীলৈ অনুষ্ঠিত হোৱা ১৫ তম অচ্যুত বৰুৱা সোঁৱৰনী আন্ত:জিলা  পুৰুষ মহিলা হেণ্ডবল প্ৰতিযোগিতাখনৰ চূড়ান্ত খেল দুখন অনুষ্ঠিত হয় পুৰুষৰ শাখাত ঘৰুৱা দল শিৱসাগৰ জিলা বনাম তামুলপুৰৰ মাজত আৰু মহিলা শাখাত শিৱসাগৰ জিলা বনাম নলবাৰী জিলাৰ মাজত ।

দিবা নৈশ খেলখনত পুৰুষৰ শাখাত ছেমিফাইনেলত শিৱসাগৰ জিলাই আক্ৰমণাত্মক খেল প্ৰদৰ্শন কৰি শোণিতপুৰ জিলাক ২০–১৪ গলত পৰাভূত কৰি ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে তামুলপুৰ জিলাই এল এন আই পিক ২২–২০ গলত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে ।

Apply Now

ইফালে ছেমি ফাইনেলত মহিলাৰ শাখাত শিৱসাগৰ জিলাই ডিব্ৰুগড় জিলাক ১৬–১ গলত পৰাস্ত কৰি  ফাইনেলত প্ৰৱেশ কৰে । আনহাতে, নলবাৰী জিলাই তিনিচুকীয়াক ৮–৭ গলত পৰাস্ত কৰি ফাইনেলত শিৱসাগৰ  জিলাৰ মুখামুখি হয় । ইফালে সন্ধিয়া ৭ বজাৰ পৰা অনুষ্ঠিত মহিলাৰ শাখাত শিৱসাগৰ আৰু নলবাৰীৰ মাজত অনুষ্ঠিত খেলখনত শিৱসাগৰৰ ছোৱালী দলটোৱে নলবাৰী জিলাক ২৬-৩ গলৰ ব্যৱধানত অতি শোচনীয়ভাৱে পৰাস্ত কৰি চূড়ান্ত বিজয়ীৰ সন্মানৰ খিতাপ দখল কৰে।

শিৱসাগৰ জিলা আৰু তামুলপুৰ জিলাৰ মাজত অনুষ্ঠিত পুৰুষৰ ফাইনেলৰ পূৰ্বে যাদৱ চাংমাইৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা “খেলপথাৰ” উন্মোচন কৰে অসম হেণ্ডবল সন্থাৰ সভাপতি অমল নাৰায়ন পাটোৱাৰীয়ে । পুৰুষৰ চূড়ান্ত খেলখনত শিৱসাগৰ দলে  তামুলপুৰক ১৮-৬ গলৰ ব্যৱধানত পৰাস্ত কৰি চূড়ান্ত বিজয়ীৰ সন্মান অৰ্জন  কৰিবলৈ সক্ষম হয় ।  অগণন  দৰ্শকৰ উপস্তিতিত তামুলপুৰৰ শক্তিশালী অভেদ্য দুৰ্গত প্ৰতিটো মিনিটতে আঘাট হানিবলৈ সক্ষম হয় ঘৰুৱা দল জিলা শিৱসাগৰে ।

পুৰুষৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান  লাভ কৰে শিৱসাগৰৰ (গলৰক্ষক) লাটু ভট্ৰাচাৰ্যই , মহিলাৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে গীতাঞ্জলী খদালে । বিজয়ী দলকেইটাক অচ্যুত বৰুৱা সোঁৱৰনী ট্ৰফি প্ৰদান কৰে অসম হেণ্ডবল সন্থাৰ সভাপতি অমল নাৰায়ন পাটোৱাৰী আৰু জেষ্ঠ উপ সভাপতি ললিত গগৈয়ে। নিশালৈ অসমৰ কেইবাজনো জনপ্ৰিয় কণ্ঠশিল্পীৰ সাংস্কৃতিক মনোমোহা অনুষ্ঠানেৰে সামৰণি পৰে।

হিতোজ্বল চেতিয়া

হিতোজ্বল চেতিয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

August 11, 2026 9:55 pm
চিজেপিৰ সংসদ অভিযানত আৰক্ষীয়ে সঁচাকৈয়ে পেলেট গান চলাইছিল নেকি? কি ওলাল আৰটিআই তথ্যত?

চিজেপিৰ সংসদ অভিযানত আৰক্ষীয়ে সঁচাকৈয়ে পেলেট গান চলাইছিল নেকি? কি ওলাল আৰটিআই তথ্যত?

August 11, 2026 9:37 pm
প্ৰাকৃতিক দুৰ্যোগত তচনচ হিমাচল প্ৰদেশ: আঢ়ৈ মাহত ১৫৭ জনৰ প্ৰাণহানি, সন্ধানহীন ২৫৭ জন

প্ৰাকৃতিক দুৰ্যোগত তচনচ হিমাচল প্ৰদেশ: আঢ়ৈ মাহত ১৫৭ জনৰ প্ৰাণহানি, সন্ধানহীন ২৫৭ জন

August 11, 2026 8:33 pm
উজ্জ্বল ভূঞাৰ বক্তৃতা আৰু ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যম

উজ্জ্বল ভূঞাৰ বক্তৃতা আৰু ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যম

August 11, 2026 7:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

August 11, 2026 9:55 pm
চিজেপিৰ সংসদ অভিযানত আৰক্ষীয়ে সঁচাকৈয়ে পেলেট গান চলাইছিল নেকি? কি ওলাল আৰটিআই তথ্যত?

চিজেপিৰ সংসদ অভিযানত আৰক্ষীয়ে সঁচাকৈয়ে পেলেট গান চলাইছিল নেকি? কি ওলাল আৰটিআই তথ্যত?

August 11, 2026 9:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd