• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অটল অমৃত অভিযানৰ অধীনত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৬১১৫ গৰাকী হিতাধিকাৰীক চেক প্ৰদান

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 29, 2018 10:21 pm

1 min read

অটল অমৃত অভিযানৰ অধীনত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৬১১৫ গৰাকী হিতাধিকাৰীক চেক প্ৰদান
283
VIEWS
Share on FacebookShare on Twitter

‘সবকা সাথ সবকা বিকাশ লক্ষ্যৰে ৰাজ্যখনৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে দায়বদ্ধতাৰে কাম কৰি আহিছে। অটল অমৃত অভিযান এনে এক পদক্ষেপ যাৰ জৰিয়তে সমাজৰ দৰিদ্ৰতম ব্যক্তি গৰাকীয়েও জটিল ৰোগৰ গুণগত চিকিৎসা লাভ কৰিব পাৰে।’ বৃহস্পতিবাৰে সৰুসজাই ষ্টেডিয়ামত অটল অমৃত অভিযানৰ অধীনত মুখ্য মন্ত্ৰী গৰাকীয়ে ৬১১৫ গৰাকী হিতাধিকাৰীক তৃতীয় পৰ্যায়ত আনুষ্ঠানিকভাৱে ৩৯.৬৯ কোটি টকাৰ আৰ্থিক সাহায্যৰ চেক প্ৰদান কৰি ভাষণ প্ৰসংগত এইদৰে কয়।

মুখ্য মন্ত্ৰী গৰাকীয়ে অনুষ্ঠানটোত কয় যে বৰ্তমান ৰাজ্যখনৰ মহাবিদ্যালয় পৰ্যায়লৈকে ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষা বিনামূলীয়া কৰা হৈছে। লগতে কয় যে দিব্যাংগ সকলক প্ৰতি মাহে ১ হাজাৰ টকাকৈ ভাট্টা প্ৰদান কৰা হৈছে।

অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে অটল অমৃত অভিযানৰ অধীনত এইটো তৃতীয় আৰু শেষ পৰ্যায়ৰ আৰ্থিক সাহায্য।

স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে চলিত বৰ্ষৰ বাজেটত ইয়াৰ বাবে ৪০০ কোটি টকাৰ প্ৰস্তাৱ ৰখা হৈছে বুলি কয়। লগতে চলিত বৰ্ষৰ এপ্ৰিল মাহৰ ভিতৰতে এই কাৰ্ড কাৰ্যকৰী হ’ব বুলি জানিবলৈ দিয়ে।

আজিৰ অনুষ্ঠানত বিধায়কদ্বয় আনৱাৰুল হক চৌধুৰী, আঙুৰলতা ডেকা, স্বাস্থ্য বিভাগৰ প্ৰধান সচিব সমীৰ সিনহা, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অভিযান সঞ্চালক জে ভি এন সুব্ৰমনিয়ামকে ধৰি বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

Recent News

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd