DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home প্ৰতিৱেশী ভূটান

অতীজৰ পৰা ভূটানৰ সৈতে ভাৰতৰ এক সু-সম্পৰ্ক আছে: সুষমা স্বৰাজ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 24, 2018 1:54 pm
Indo-Bhutan-
128
VIEWS
Share on FacebookShare on Twitter

অতীজৰে পৰা ভাৰত আৰু ভূটানৰ মাজত পাৰস্পৰিক সহায় সহযোগিতা আৰু বিশ্বাসৰ মাজেৰে এক শক্তিশালী বন্ধুত্ব চলি আহিছে বুলি মন্তব্য কৰে কেন্দ্ৰীয় বিদেশ মন্ত্ৰী সুষমা স্বৰাজে।

৩৮ সংখ্যক ভূটানৰ ৰজাৰ জন্মদিন উপলক্ষে নতুন দিল্লীস্থিত ভূটানৰ দূতাবাসত আয়োজিত অনুষ্ঠানত উপস্থিত থকাৰ সময়ত এই মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।

উক্ত অনুষ্ঠানত ভূটান সম্প্ৰদায়ৰ লোকসকলৰ লগতে ভূটানৰ বিদেশ মন্ত্ৰী ডামছো দৰ্জীও উপস্থিত আছিল।

অনুষ্ঠানৰ সময়ত সুষমা স্বৰাজে ভূটানৰ ৰজা আৰু ভাৰতৰ নেতাসকলে দুয়োখন ৰাষ্ট্ৰৰ মাজত শক্তিশালী সম্পৰ্ক গঢ়ি উঠাৰ বাবে যি পদক্ষেপ গ্ৰহণ কৰিছিল তাক স্মৰণ কৰাৰ লগতে গভীৰ কৃতক্ষতা জ্ঞাপন কৰে।

‘ভূটান আমাৰ বাবে বিশেষ ৰাষ্ট্ৰ। তেওঁলোকৰ দক্ষ নেতাসকলৰ বাবে ৰাষ্ট্ৰখনৰ সৈতে যোৱা পাঁচটা দশকত বহুটো উন্নয়নমূলক আঁচনি গ্ৰহণ কৰা হৈছে। ভৱিষ্যতেও এনেদৰে শান্তি তথা সৌহাৰ্দপূৰ্ণভাবে দুয়োখন দেশৰ মাজত উন্নয়নমূলক কাম কাজেৰে বন্ধুত্ব আগবঢ়াই লৈ যাম’ সুষমা স্বৰাজে এনেদৰে মন্তব্য কৰে।

তেওঁ লগতে কয় যে ‘২০১৮ বৰ্ষটো ভাৰতবৰ্ষৰ বাবে গুৰুত্বপূৰ্ণ কিয়নো দুয়োখন দেশৰ মাজত বন্ধুত্বই ৫০ বছৰ অতিক্ৰম কৰিলে। ইয়াক লৈ আজি আমি গৌৰৱাণ্বিত’।

আনহাতে উক্ত অনুষ্ঠানত ভূটানৰ বৈদেশীক মন্ত্ৰীয়েও ভাৰতৰ সৈতে গঢ়া সম্পৰ্কক উল্লেখনীয় বুলি মত পোষণ কৰে।

তেওঁ কয়, ‘যোৱা পাঁচটা দশকত ভাৰত চৰকাৰৰ সহায়ৰ বাবে ভূটানে যথেষ্ট তীব্ৰ গতিত উন্নয়ন সাধন কৰিছে। জলবিদুৎ প্ৰকল্প, সামাজিক-অৰ্থনৈতিক উন্নয়নত দেশখনে গুৰুত্বপূৰ্ণ সহায় আগবঢ়াইছে। আমি ভাৰত-ভূটান সম্পৰ্কক উচ্চ গুৰুত্ব প্ৰদান কৰো’।

উল্লেখনীয় যে এই অনুষ্ঠানৰ লগতে সংগতি ৰাখি ভাৰতত অধ্যয়ন কৰি থকা ভূটানৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আয়োজন কৰা ৰচনা প্ৰতিযোগিতাৰ ফলাফলো ঘোষণা কৰা হয়।

Recent News

আজি বছৰটোৰ প্ৰথম পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ; ভাৰতত দৃশ্যমান হ’বনে?

আজি বছৰটোৰ প্ৰথম পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ; ভাৰতত দৃশ্যমান হ’বনে?

দুধনৈত অনুষ্ঠিত প্ৰথম চিনিয়ৰ মিকটছ ফুটবল চেম্পিয়নশ্বিপৰ সামৰণি; মেঘালয়লৈ বিজয়ীৰ খিতাপ

দুধনৈত অনুষ্ঠিত প্ৰথম চিনিয়ৰ মিকটছ ফুটবল চেম্পিয়নশ্বিপৰ সামৰণি; মেঘালয়লৈ বিজয়ীৰ খিতাপ

ৰাস্তাৰ মাজতে মহিলা অধিবক্তাক উপৰ্যুপৰি ‘লাথি-চৰ, ভুকু’; সহায়ৰ বাবে আগবাঢ়ি নাহিল কোনো! (ভিডিঅ’)

ৰাস্তাৰ মাজতে মহিলা অধিবক্তাক উপৰ্যুপৰি ‘লাথি-চৰ, ভুকু’; সহায়ৰ বাবে আগবাঢ়ি নাহিল কোনো! (ভিডিঅ’)

নোৱা নৈৰ বাঢ়নী পানীয়ে কলাইগাঁৱৰ কেইবাঠাইতো চিঙিলে মথাউৰি, ৰাইজৰ হাহাকাৰ

নোৱা নৈৰ বাঢ়নী পানীয়ে কলাইগাঁৱৰ কেইবাঠাইতো চিঙিলে মথাউৰি, ৰাইজৰ হাহাকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd