• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অনুসূচিত জাতি-জনজাতিৰ লোকক উপযুক্ত নিৰাপত্তা দিয়াৰ দাবীত কাইলৈ সমগ্ৰ ৰাজ্যজুৰি কংগ্ৰেছৰ ৮ ঘণ্টীয়া অনশন কাৰ্য্যসূচী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 8, 2018 12:01 pm
SC-ST-Act_1989
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ ভিন্ন প্ৰান্তত অনুসূচিত জাতি-জনজাতি লোকসকলৰ ওপৰত কিছু সংখ্যক লোকে অত্যাচাৰ চলোৱাৰ অভিযোগ তোলাৰ লগতে সমগ্ৰ দেশতে মোদী চৰকাৰে সাম্প্ৰদায়িক সংঘৰ্ষৰ সূত্ৰপাত কৰাৰ অভিযোগ তুলি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ৰাজ্যৰ প্ৰত্যেক জিলাৰ সদৰত ৮ ঘণ্টীয়া অন্নশন কাৰ্য্যসূচী ৰূপায়ণ কৰিব।

দলটোৰ সূত্ৰই কয় যে মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে অনুসূচিত জাতি-জনজাতিৰ সুৰক্ষা আইনখন উচ্চতম ন্যায়ালয়ত সঠিকভাৱে ৰক্ষণাবেক্ষণ দিব নোৱাৰিলে। যাৰ ফলস্বৰূপে যোৱা ২ এপ্ৰিলত দেশজুৰি পালন কৰা ভাৰত বন্ধ কাৰ্য্যসূচীত কেইবাখনো বিজেপি শাসিত ৰাজ্যত আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ গুলীত ৯ গৰাকীৰো অধিক প্ৰতিবাদকাৰীয়ে মৃত্যুক সাৱটি লৈছিল।

Apply Now

ইয়াৰ প্ৰতিবাদতে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে ৯ এপ্ৰিলত ৰাজ্যৰ জিলা সদৰসমূহত ৮ ঘণ্টীয়া অনশন কাৰ্য্যসূচী ৰূপায়ণ কৰিব বুলি কংগ্ৰেছৰ মুখপাত্ৰ ঋতুপৰ্ণ কোঁৱৰে নৰ্থ-ইষ্ট নাওক অৱগত কৰিছে।

তদুপৰি মহানগৰীৰ দিচপুৰ প্ৰেছ ক্লাবৰ সন্মুখৰ পথাৰখনত এই অনশন কাৰ্য্যসূচী অনুষ্ঠিত হ’ব বুলিও মুখপাত্ৰগৰাকীয়ে আমাক জানিবলৈ দিয়ে। তেওঁ জানিবলৈ দিয়ামতে এই অনশন কাৰ্য্যসূচী পুৱা ৮ বজাৰ পৰা বিয়লি ৪ বজালৈকে চলিব।

উল্লেখযোগ্য যে ১৯৮৯ চনতে  অনুসূচিত জাতি-জনজাতি সকলৰ সুৰক্ষাৰ বাবে বলৱৎ হোৱা Scheduled Castes and the Scheduled Tribes (Prevention of Atrocities) Act, 1989 আইনখনৰ যোৱা ২০ মাৰ্চত উচ্চতম ন্যায়ালয়ে দফা দুটাৰ সংশোধন ঘটাই শিথিল কৰে।

নতুন নিয়ম মতে অনুসূচিত জাতি-জনজাতিৰ কৰ্মচাৰীক অত্যাচাৰ চলোৱা অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ হ’লে নিয়োগ কৰা নিয়োগকৰ্তাৰ পৰা অনুমতি লোৱাৰ ব্যৱস্থা কৰিছে। লগতে দ্বিতীয় দফাটোত সৰ্বসাধাৰণ অনুসূচিত জাতি-জনজাতি লোকক অত্যাচাৰ চলোৱা অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ থানাৰ আৰক্ষী বিষয়াই কোনো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিব, এই ক্ষেত্ৰত জিলা আৰক্ষী অধীক্ষক অথবা অতিৰিক্ত আৰক্ষী অধীক্ষকেহে তদন্ত কৰিহে গ্ৰেপ্তাৰ কৰাৰ সিদ্ধান্ত ল’ব পাৰিব। কংগ্ৰেছ দলৰ মতে, এই ব্যৱস্থাত মূল অভিযুক্ত সাৰি যোৱাৰ সম্ভাৱনা বেছি।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd