• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অনুসূচিত জাতি-জনজাতিৰ বিৰুদ্ধে কেন্দ্ৰৰ সিদ্ধান্তৰ প্ৰতিবাদত বৰপেটাত কংগ্ৰেছৰ অৱস্থান ধৰ্মঘট

NE NOW NEWS পুলেন্দ্ৰ দাস
বৰপেটা , April 9, 2018 3:24 pm

1 min read

barpeta
261
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় চৰকাৰে অনুসূচীত জাতি, অনুসূচিত জনজাতি সম্প্ৰদায়ৰ লোক সকলৰ বিৰুদ্ধে গ্ৰহণ কৰা হঠকাৰী সিদ্ধান্তৰ প্ৰতিবাদত আজি বৰপেটাত কংগ্ৰেছ দলে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ৷

বৰপেটা জিলা কংগ্ৰছ দলৰ উদ্যোগত বৰপেটা ৰাজীৱ ভৱনত দিনৰ দহ বজাৰ পৰা ৰূপায়ন কৰা ধৰ্মঘট কাৰ্যসূচীত জিলাখনৰ বিভিন্ন প্ৰান্তৰ কংগ্ৰেছ কৰ্মীসকলে হাতে হাতে বিভিন্ন প্লে-কাৰ্ড লৈ অংশগ্ৰহণ কৰে ৷

কেন্দ্ৰীয় চৰকাৰে অনুসুচিত জাতি আৰু অনুসূচিত জনজাতি লোক সকলক পৰিকল্পিত ভাবে হত্যা কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি অভিযোগ তুলি এনে হঠকাৰী সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ দাবী তোলে কংগ্ৰেছ কৰ্মী সকলে ৷

কাৰ্যসূচীত জিলা কংগ্ৰেছৰ সভাপতি শান্তনু শৰ্মা, জনিয়াৰ বিধায়ক আব্দুল খালেক, জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী অঞ্জুৱাৰা বেগমৰ লগতে কেবাগৰাকীও নেতা আৰু ভালেসংখ্যক কৰ্মী উপস্থিত থাকে ৷

উল্লেখোগ্য যে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি সম্পৰ্কত কেন্দ্ৰই গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে আজি দেশজুৰি কংগ্ৰেছে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছে। ইয়াৰে অংশ হিচাপে অসমতো কংগ্ৰেছৰ নেতা কৰ্মীসকলে ৰাজ্যখনৰ বিভিন্ন স্থানত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিছে।

Recent News

Facebook-Twitter-1024x512

তথ্য সুৰক্ষাক লৈ প্ৰশ্ন! সংসদীয় কমিটিয়ে তলব কৰিলে ফেচবুক, টুইটাৰ কৰ্তৃপক্ষক

deadbody 1-715x375

দেশত এগৰাকী স্বাস্থ্যকর্মীৰ মত্যু; মাত্ৰ ২৪ ঘন্টা পূৰ্বে লৈছিল কৰ’নাৰ ভেকচিন

WhatsApp Image 2021-01-18 at 8.20.48 AM

গুৱাহাটীৰ বিভিন্ন স্থানত চিবিআইৰ অভিযান; উত্তৰ পূব সীমান্ত ৰে’লৱেৰ জ্যেষ্ঠ বিষয়াক গ্ৰেপ্তাৰ

election-commission-of-india

তিনিদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল; বুজ ল’ব নিৰ্বাচনী প্ৰস্তুতিৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd