• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

অনুৰ্ধ ১৯ ক্ৰিকেট বিশ্বকাপত অভিষেক অসম সন্তান ৰিয়ান পৰাগৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 19, 2018 10:50 pm

1 min read

ৰিয়ান পৰাগ

ৰিয়ান পৰাগ

214
VIEWS
Share on FacebookShare on Twitter

অসমৰ ক্ৰিকেটাৰ ৰিয়ান পৰাগে জিম্বাবৱে’ৰ বিৰুদ্ধে খেলত নামি আই চি চি অনুৰ্ধ ১৯ ক্ৰিকেট বিশ্ব কাপত তেওঁৰ প্ৰথমখন খেল অৱতীৰ্ণ হৈছে। তেওঁ জিম্বাবৱে’ৰ ৱেছলি মাদেৱেৰেৰ ৱিকেটটো দখল কৰে। তেওঁ ৫ অ’ৱাৰ ব’লিং কৰি ১৭ ৰান দিয়ে।

ভাৰতৰ অ’পেনাৰদ্বয় হাৰ্বিক দেশাই আৰু সুভম গিলে ২১.৪ অ’ৱাৰতে নিৰ্ধাৰিত ১৫৫ ৰানৰ লক্ষ্য অতিক্ৰমি যোৱাত তেওঁ বেট ধৰাৰ সুযোগ নাপালে।

যোৱা বছৰ জুলাইত ইংলেণ্ড ভ্ৰমণৰ সময়ত পৰাগে ৪ টা ইনিংছ খেলি ৩ টা অৰ্ধ শতক কৰিবলৈ সক্ষম হৈছিল। কঠিন বেটিং পৰিৱেশত ৱৰ্চিষ্টাৰ আৰু চ্চেস্তাৰফিল্দত দুখন ৪ দিনীয়া খেলত ৰিয়ানে খেলা ৮, ৫২, ৬৮ আৰু ৫০ ৰানৰ ইনিংছ কেইটাত তেওঁৰ বেটিং শৈলী প্ৰশংসিত হৈছিল।

তেওঁ অসমৰ ৰঞ্জি খেলুৱৈ পৰাগ দাস আৰু ৰাষ্ট্ৰীয় অভিলেখকাৰী সন্তৰণবিদ মিথু বৰুৱাৰ পুত্ৰ।

বয়স ৩ বছৰ নৌহওঁতেই ৰিয়ান দেউতাকৰ সৈতে খেলপথাৰত অনুশীলনৰ বাবে গৈছিল। সৰুৰেপৰা প্ৰতিভাৱান ৰিয়ানৰ বয়স বৰ্তমান ১৬ বছৰ।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd