• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অনূৰ্ধ্ব ১৬ ক্ৰিকেটৰ অসম দললৈ নিৰ্বাচিত ডিমৌৰ কিশোৰ পল্লৱজ্যোতি গগৈ

NE NOW NEWS ডিমৌ পৰা হিতুৎজ্জ্বল চেতিয়া :
, November 28, 2017 6:41 am

1 min read

অনূৰ্ধ্ব ১৬ ক্ৰিকেটৰ অসম দললৈ নিৰ্বাচিত ডিমৌৰ কিশোৰ পল্লৱজ্যোতি গগৈ

পল্লৱজোতি গগৈ।

63
VIEWS
Share on FacebookShare on Twitter

ডিমৌবাসীৰ বাবে গৌৰৱ কঢ়িয়াই ইয়াৰ এজন কিশোৰ নিজৰ প্ৰতিভাৰ চানেকিৰে দেশৰ ক্ৰিকেট জগতত খোজ পেলাবলৈ সক্ষম হৈছে। কিশোৰজনৰ নাম হ’ল পল্লৱজ্যোতি গগৈ। অফ স্পীনাৰ আৰু ষ্টাইছিল বেটছমেন পল্লৱজ্যোতি গগৈৰ ঘৰ ডিমৌৰ ভেকেলাই গাৱঁত। তেওঁ ১৬ বছৰ অনূৰ্ধ্ব ক্ৰিকেটত অসম দলৰ হৈ খেলিবৰ বাবে নিৰ্বাচিত হোৱাৰ খবৰে পৰিয়ালটোৰ লগতে ডিমৌ অঞ্চলটোলৈও আনন্দৰ জোৱাৰ আনিছে। অতিকে দৰিদ্ৰ পৰিয়ালৰ ঘাটমাউৰা পল্লৱৰ এনে সফলতাত ডিমৌ ক্ৰিকেট সন্থাৰ লগতে বাবে ডিমৌৰ সকলো ক্ৰীড়াপ্ৰেমী উৎফুল্ল হৈছে। জানিব পৰা মতে ডিমৌ ক্ৰিকেট সন্থাই পল্লৱক এই সফলতাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে ।

Recent News

a tez

আছু কৰ্মীক CRPF ৰ প্ৰহাৰ: ছাত্ৰ সন্থাই ঘোষণা কৰা ১২ ঘণ্টীয়া শোণিতপুৰ জিলা বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

a amit

প্ৰতিবাদলৈ ভয়! কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অনুষ্ঠানত সীমিত কৰা হ’ল সাংবাদিকৰ প্ৰৱেশ

a som

এইমছৰ নিৰাপত্তা কৰ্মীক আক্ৰমণ, দিল্লীৰ আদালতে দোষী সাৱস্ত্য কৰিলে আপৰ বিধায়ক সোমনাথ ভাৰতীক

তামুলপুৰৰ দুৰ্ভগীয়া পৰিয়ালৰ কাহিনী

এটি দুর্ভগীয়া পৰিয়াল! লকডাউনৰ মাজতে হোৱা দুৰ্ঘটনাৰ পাছত এক জীয়া জীৱন সংগ্ৰামৰ কাহিনী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd