• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অনূৰ্ধ্ব ২০ ভাৰতীয় দলত অসমৰ উদীয়মান ফুটবলাৰ অমন চেত্ৰী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 21, 2018 7:56 pm

1 min read

Amon setry

ফুটবলাৰ অমন চেত্ৰীৰ ফাইল ফটো

71
VIEWS
Share on FacebookShare on Twitter

২৯ মে’ৰ পৰা স্পেইনত অনুষ্ঠিত হ’বলগীয়া কটিফ (COTIF) ইণ্টাৰনেশ্যনেল ফুটবল টুৰ্ণামেণ্টৰ বাবে ঘোষণা কৰা ২৫ জনীয়া অনূৰ্ধ্ব ২০ ভাৰতীয় দলত স্থান লাভ অসমৰ উদীয়মান ফুটবলাৰ অমন চেত্ৰীৰ।

উল্লেখ্য যে ভাৰতত অনুষ্ঠিত হোৱা ফিফা ১৭ অনূৰ্ধ্ব বিশ্বকাপ প্ৰতিযোগিতাত আঘাতৰ বাবে ভাৰতীয় দলত স্থান লাভৰ পৰা বঞ্চিত হোৱা চেত্ৰী সুদীৰ্ঘ দিনৰ অন্তত প্ৰত্যাৱৰ্তন কৰিবলৈ সক্ষম হ’ল অনূৰ্ধ্ব ২০ ভাৰতীয় দললৈ।

শুকুৰবাৰে ভাৰতীয় ফুটবল ফেডাৰেশ্যনে ঘোষণা কৰা ২৫ জনীয়া ভাৰতীয় দলত অমন চেত্ৰীৰ অন্তৰ্ভূক্তি অসমৰ ক্ৰীড়া প্ৰেমীৰ বাবে সুখৰ খবৰ।

উল্লেখ্য যে ভাৰতীয় ফুটবল দলত আক্ৰমণাত্মক ফ’ৰৱাৰ্ড হিচাপে গুৰুত্বপূৰ্ণ ভূমিকা ল’ব প্ৰতিভাৱান অমন চেত্ৰীয়ে।

২৯ জুলাইৰ পৰা স্পেইনত আৰম্ভ হ’বলগীয়া প্ৰতিযোগিতাখনত ভাৰতে মূৰ্ষিয়া, মৰিতানিয়া, ভেনিজুৱেলা আৰু আৰ্জেণ্টিনাৰ বিৰুদ্ধে খেলিব।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd