DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, February 7, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

অনূৰ্ধ্ব ২৩ ক্ৰিকেট : ২০১ ৰানৰ বৃ্হৎ ব্যৱধানত ছিকিমক হৰুৱালে নাগালেণ্ডে

এন ই নাও নিউজ by এন ই নাও নিউজ
January 22, 2018 5:05 pm
97
VIEWS
Share on FacebookShare on Twitter
নাগালেণ্ডে বিচিচিআই অনূৰ্ধ্ব ২৩ এদিনীয়া প্ৰতিযোগিতাৰ উত্তৰ-পূব আৰু বিহাৰ জ’নৰ পাটনাত অনুষ্ঠিত প্ৰথমখন খেলত ছিকিম দলক ২০১ ৰানত পৰাস্ত কৰে।

টছত পৰাজিত হৈ প্ৰথম বেটিং কৰিব লগা হোৱা নাগালেণ্ডে ৩৮ অ’ভাৰত ৪ টা ৱিকেট হেৰুৱাই ২৭৯ ৰান সংগ্ৰহ কৰে। উল্লেখযোগ্য যে বেয়া বতৰৰ বাবে খেলখন ৩৮ অ’ভাৰলৈ সীমিত কৰা হৈছিল।

নাগালেণ্ডৰ অ’পেনাৰদ্বয় চেদেজালি ৰুপ্ৰিঅ’ (১২৪ অপৰাজিত) আৰু পুচ্চু দেবে (৬৫ অপৰাজিত) সুন্দৰ প্ৰদৰ্শন আগবঢ়াই প্ৰথম যুটিত ১১২ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। দলটোৰ হৈ হেমন্তে ৩০ ৰান কৰাৰ বিপৰীতে ৰবিয়ে ২৬ ৰানৰ অৰিহণা আগবঢ়ায়।

ছিকিমৰ হৈ ৰৌনক, চাপটুলা, আফজৰ আৰু সন্দীপে এটাকৈ ৱিকেট দখল কৰে।

প্ৰত্যুত্তৰত বেটিং কৰিবলৈ লৈ ছিকিমে মাত্ৰ ৭৮ ৰানতে আটাইকেইটা ৱিকেট হেৰুৱাই। কেৱল য়’গেশ (১২), আকাশ আৰু প্ৰশান্ত (১১ ৰানকৈ)ই দলটোৰ হৈ দুটা অংকৰ ৰানসংখ্যা স্পৰ্শ কৰিবলৈ সক্ষম হয়।

নাগালেণ্ডৰ হৈ নাগাহ’ই ৪ টা ৱিকেট লোৱাৰ বিপৰীতে নাদিমে ২ টা ৱিকেট সংগ্ৰহ কৰে।

চেদেজালি, পুচ্চু আৰু তাহমিদে অনূৰ্ধ্ব ১৪, অনূৰ্ধ্ব ১৬, অনূৰ্ধ্ব ১৯ আৰু এতিয়া অনূৰ্ধ্ব ২৩ত ধাৰাৱাহিকভাৱে নাগালেণ্ডক প্ৰতিনিধিত্ব কৰি আহিছে।

পাটনাৰ উৰ্জা ষ্টেদিয়ামত হ’ব লগা পৰৱৰ্তী খেলখনত নাগালেণ্ড মেঘালয়ৰ মুখামুখি হ’ব।

Recent News

টী-২০ত আটাইতকৈ দীঘলীয়া সময় অষ্ট্ৰেলিয়াৰ নেতৃত্বত থাকি আন্তৰ্জাতিক ক্ৰিকেটক বিদায় দিলে ফিঞ্চে

টী-২০ত আটাইতকৈ দীঘলীয়া সময় অষ্ট্ৰেলিয়াৰ নেতৃত্বত থাকি আন্তৰ্জাতিক ক্ৰিকেটক বিদায় দিলে ফিঞ্চে

তিনিদিন পূৰ্বেই আহিছিল তুৰস্ক-চিৰিয়াত ভয়ংকৰ ভূমিকম্পৰ পূৰ্বানুমান? ভাইৰেল গৱেষকৰ পোষ্ট

তিনিদিন পূৰ্বেই আহিছিল তুৰস্ক-চিৰিয়াত ভয়ংকৰ ভূমিকম্পৰ পূৰ্বানুমান? ভাইৰেল গৱেষকৰ পোষ্ট

প্ৰচাৰৰ মায়াজাল! কেন্দ্ৰই প্ৰতিখন বিদ্যালয়ত কৰা খৰচতকৈ বহু বেছি ব্যয় মোডীৰ ‘পৰীক্ষা পে চৰ্চা’ত!

প্ৰচাৰৰ মায়াজাল! কেন্দ্ৰই প্ৰতিখন বিদ্যালয়ত কৰা খৰচতকৈ বহু বেছি ব্যয় মোডীৰ ‘পৰীক্ষা পে চৰ্চা’ত!

চৌদিশে কেৱল মৃত্যু! তুৰস্ক-চিৰিয়াত ভূমিকম্পত নিহতৰ সংখ্যা ৪,০০০ অতিক্ৰম

চৌদিশে কেৱল মৃত্যু! তুৰস্ক-চিৰিয়াত ভূমিকম্পত নিহতৰ সংখ্যা ৪,০০০ অতিক্ৰম

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd