• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অনৈতিক কাৰ্যত লিপ্ত থকা অৱস্থাত বৰা ছাৰ্ভিছৰ পৰা দুজন ব্যৱসায়ী আৰু এগৰাকী মহিলাক আটক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 26, 2018 12:14 pm

1 min read

অনৈতিক
104
VIEWS
Share on FacebookShare on Twitter

মহানগৰীৰ পল্টন বজাৰ আৰক্ষীয়ে দেওবাৰে নিশা বৰা ছাৰ্ভিচৰ অতিথিশালাৰ পৰা নাৰী দেহ ব্যৱসায়ৰ সৈতে জড়িত এটা চক্ৰক উৎখাত কৰা ঘটনাই মহানগৰীত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত তথ্য মতে পল্টন বজাৰ আৰক্ষী ধৰণী বৰ্মনে এক গোপন সূত্ৰৰ পৰা বৰা ছাৰ্ভিচৰ শ্ৰীৰাম অতিথিশালাত এটা দুষ্ট চক্ৰই আজি কিছু দিনৰ পৰা অনৈতিক কাৰ্যৰ লগতে জুৱা খেলো চলাই থকা বুলি তথ্য লাভ কৰে। ফলত ধৰণী বৰ্মনে এই সূত্ৰৰ আধাৰত তাৎক্ষণিকভাৱে অতিথিশালাটোত দেওবাৰে নিশা অভিযান চলায়।

অভিযানকালত আৰক্ষীয়ে দুগৰাকী ব্যৱসায়ী আৰু এগৰাকী মহিলাক অনৈতিক কাৰ্যত লিপ্ত থকা অৱস্থাত হাতে-লোটে ধৰা পেলায় আৰু কৰায়ত্ত কৰে। ব্যৱসায়ী দুজনক আৰক্ষীয়ে নিখিল দাস আৰু মানিক ৰাম বুলি চিনাক্ত কৰিছে।

আনহাতে অভিযানকালত অন্য ৭ জন জুৱাৰীক অতিথিশলাটোত জুৱা খেল খেলি থকা অৱস্থাত আটক কৰে। আৰক্ষীয়ে অতিথিশালাটোত চলি থকা জুৱা খেল আৰু নাৰী দেহ ব্যৱসায়ৰ সৈতে অতিথিশালাটোৰ স্বাত্বাধিকাৰ ৰঞ্জন পাটগিৰী জড়িত থকা বুলি সন্দেহ প্ৰকাশ কৰিছে।

আৰক্ষীয়ে ইতিমধ্যে আটক কৰা লোককেইজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি ঘটনা সম্পৰ্কত অনুসন্ধান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

Recent News

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

742522c4-f4a8-4aa2-b61a-4a14339e879d

‘২০২১ত কংগ্ৰেছৰ চৰকাৰ আহিলে নাৰী সুৰক্ষাৰ বাবে মহিলা আৰক্ষী বিগ্ৰেড সৃষ্টি কৰিম’ : মহিলা কংগ্ৰেছ

Arunachal

উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে : অৰুণাচল প্ৰদেশত গাঁও নিৰ্মাণ কৰিছে চীনে!

index.jpgaa

মাৰ্ঘেৰিটাত ধঁপাত, গুটখা জাতীয় সামগ্ৰী বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ ‘আহোম সভা’ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd