• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অপহৰণ, ধনদাবীত জড়িত আছিল ধৃত প্ৰাণজিৎ দৈমাৰী ওৰফে জেটলি

NE NOW NEWS চাজিদ খান
ওদালগুৰি , April 15, 2018 6:55 pm

1 min read

PranjitDoimary_main
71
VIEWS
Share on FacebookShare on Twitter

অপহৰণ, ধনদাবীৰ দৰে কেইবাটাও গুৰুতৰ অপৰাধৰ সৈতে জড়িত আছিল ধৃত প্ৰাণজিৎ দৈমাৰী। এই কথা জানিবলৈ দিছে ওদালগুৰি আৰক্ষীয়ে। তেওঁ এন ডি এফ বি (এছ)ৰ নামত কেইবাজনো ব্যৱসায়ীক ধন দাবী কৰিছিল। লগতে ওদালগুৰি জিলাত কাম কৰা নিৰ্মাণ কোম্পানিৰ পৰাও ধন দাবী কৰি আহিছিল।

উল্লেখযোগ্য যে  বিশেষ সূত্ৰৰ পম খেদি ওদালগুৰি আৰক্ষী আৰু সেনাৰ যুটীয়া অভিযানত যোৱা এটা দলে অঞ্চলটোৰ দাগী অপৰাধী প্ৰাণজিৎ দৈমাৰী ওৰফে জেটলিক ওদালগুৰি আৰক্ষী থানাৰ অধীনৰ খোৰং অঞ্চলৰ পৰা কালি আটক কৰিছিল। আটক কৰাৰ সময়ত দৈমাৰীৰ পৰা অভিযানকাৰী দলটোৱে এটা নাইন এম এম পিষ্টলৰ লগতে চাৰিটা সক্ৰিয় গুলী জব্দ কৰে।

জানিব পৰামতে, বহু দিনৰ পৰাই দৈমাৰীৰ সন্ধানত থকা আৰক্ষীয়ে এই সাফল্যক ডাঙৰ সফলতা হিচাপে গণ্য কৰিছে। নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা দৈমাৰীৰ অৱস্থান সম্পৰ্কত আৱগত হৈছিল আৰক্ষী।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে, দৈমাৰীৰ বিৰুদ্ধে অতীতত কেইবাটাও গুৰুতৰ অপৰাধৰ অভিযোগ আছে। দৈমাৰী যোৱা বছৰ জিলাখনৰ পৰা কৃষি বিভাগৰ এজন বিষয়াক অপহৰণ কৰিছিল। অপহৰণ কৰাৰ পিছত ২ কোটি টকা মুক্তিপণ দাবী কৰিছিল। পিছত সেনা-আৰক্ষীৰ অভিযানৰ বাবে কৃষি বিষয়াজনক দৈমাৰীয়ে মুকলি কৰি দিছিল। তাৰোপৰি ব্যৱসায়ী আৰু নিৰ্মাণ কোম্পানিক এন ডি এফ বি (এছ)ৰ নামত ধন দাবী কৰাতো লিপ্ত আছিল দৈমাৰী।

Recent News

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd