• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, March 5, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অবৈধ বেদখল উচ্ছেদ, ভূমি পট্টা প্ৰদানৰ দাবীত সোণাপুৰত ১২ টা সংগঠনৰ অৱস্থান ধৰ্মঘট

NE NOW NEWS এন ই নাও নিউজ ব্যুৰো
সোণাপুৰ , December 6, 2017 4:36 pm

1 min read

অবৈধ বেদখল উচ্ছেদ, ভূমি পট্টা প্ৰদানৰ দাবীত সোণাপুৰত ১২ টা সংগঠনৰ অৱস্থান ধৰ্মঘট
101
VIEWS
Share on FacebookShare on Twitter

আমচাঙ বনাঞ্চলৰ পৰা উচ্ছেদিত ২০০ টা পৰিয়ালক পুনৰ্সংস্থাপনকে ধৰি বিভিন্ন দাবীৰ সমৰ্থনত আজি সোণাপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ডিমৰীয়াৰ ১২ টা সংগঠনে অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে।

ধৰ্মঘট পালন কৰা সংগঠনকেইটাই মূলত আমচাঙৰ উচ্ছেদিত ২০০ পৰিয়ালক ডিমৰীয়াৰ টেঘেৰিয়াত পুনৰ সংস্থাপন দিয়াৰ প্ৰতিবাদত আৰু বনাঞ্চলৰ কাষতেই থকা প্ৰদূষণ সৃষ্টিকাৰী উদ্যোগসমূহক উচ্ছেদ কৰা তথা ভূমি আইন অনুসৰণ কৰি ভূমিপুত্ৰসকলক ভূমিপট্টা প্ৰদান কৰাৰ দাবীত আজিৰ এই অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী গ্ৰহণ কৰে। তেওঁলোকে পুজিপতিসকলে অবৈধভাৱে দখল কৰা ভূমিসমূহ উচ্ছেদ কৰাৰো দাবী তোলে।

আজিৰ এই ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল ডিমৰীয়া জিলা ট্ৰাইবেল সংঘ, সদৌ তিৱা ছাত্ৰ সন্থা, কামৰূপ আন্ত: ডিমৰীয়া ছাত্ৰ সন্থা, অসম চাহ জনজাতি ছাত্ৰ সন্থা, ডিমৰীয়া কাৰ্বি আলচ আচেম, কাৰ্বি বাংঠ আচেম, সদৌ বাথৌ ধৰ্মীয় মহাসভা, ডিমৰীয়া অসম সংগ্ৰামী যুৱ ছাত্ৰ সন্থা, সদৌ ডিমৰীয়া ছাত্ৰ সন্থা, সদৌ তিৱা মহিলা সন্থা আৰু আন্ত ডিমৰীয়া মহিলা সংঘই।

Recent News

Whale-vomit-1_603f597c9f73d

কপাল! তিমিৰ বমি বুটলি আনি নিশাৰ ভিতৰতে কোটিপতি হ’ল এইগৰাকী মহিলা

BJP-AGP

ইউ পি পিএলক ৮খন, অগপলৈ ২৬খন এৰি বিজেপিয়ে ৯২খন আসনত কৰিব প্ৰতিদ্বন্দ্বিতা!

accident final

মাৰ্ঘেৰিটাত ভয়ংকৰ পথ দুৰ্ঘটনা; গুৰুতৰভাৱে আহত দুজন

1b1202e81b290d36195a6d88cd150258

আউট অফ দ্য ৱৰ্ল্ড: মহাকাশত খুলিছে প্ৰথমখন হোটেল; ছুটী কটাবলৈ সাজু!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd