• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমত হ্ৰাস অসমীয়াভাষী : কি প্ৰতিক্ৰিয়া কংগ্ৰেছ, অগপৰ?

NE NOW NEWS কল্পজ্যোতি শইকীয়া
গুৱাহাটী , June 29, 2018 11:13 pm

2 min read

Ledo Bohagi Utsav organisers open phone number, appeal Bihu team, dancers to participate

বি হু নাচনী। ছবি এন ই যাইনৰ সৌজন্যত।

142
VIEWS
Share on FacebookShare on Twitter

অসমৰ সৰ্বমুঠ জনসংখ্যা বৃদ্ধি হোৱাৰ বিপৰীতে অসমতে অসমীয়াৰ লগতে খিলঞ্জীয়া ভাষা-ভাষীৰ সংখ্যা কমাৰ বিপৰীতে বাংলাভাষী আৰু হিন্দীভাষীৰ সংখ্যা বঢ়াক লৈ আজি ২৯ জুনত নৰ্থ ইষ্ট নাও-ৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ আৰু বিজেপি দলে।

 

কংগ্ৰেছৰ হৈ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া

এই কথাটো প্ৰকৃততে কিহৰ বাবে হৈছে, অসম চৰকাৰে এখন চৰকাৰী কমিটি গঠন কৰি সেই কথাখিনি তদন্ত কৰি ৰাইজক আশ্বস্ত কৰাৰ উপৰিও বিহিত ব্যৱস্তা লোৱা উচিত।

ইয়াৰোপৰি নাগৰিকত্ব সংশোধনী বিধেয়ক গ্ৰহণ কৰাৰ যোগেদি বাংলাদেশৰ পৰা হিন্দু নাগৰিকসকলক অসমলৈ আনিলে, অসমৰ খিলঞ্জীয়াসকল বহু অসুবিধাৰ সন্মুখীন হ’ব। আমি যিহেতু বিধেয়কখন বিৰোধিতা কৰিয়েই আছো, গতিকে এই তথ্যখিনিয়ে আমাক বিৰোধিতা কৰিবৰ বাবে দৃঢ় পইন্ট এটা দিব।

যোৱা সময়ছোৱাত অসমত বিভিন্ন জাতি-জনগোষ্ঠীয়ে নিজৰ স্বকীয় পৰিচয় বিচাৰি আছে। তেওঁলোকৰ বাবে অসমীয়া ভাষাটো সংযোগী ভাষা। যেতিয়া ৰাজ্যবিলাক গঠন হৈছিল, ৰাজ্য পুনৰ গঠন আয়োগৰ পৰামৰ্শ অনুসৰি ভাষাৰ ভিত্তিতেই হৈছিল। গতিকে তেওঁলোকে নিজৰ নিজৰ সুকীয়া ভাষাটো যদি প্ৰতিপন্ন কৰিব পাৰে, তেতিয়া তেওঁলোকৰ স্বকীয়তা প্ৰকাশত ভৱিষ্যতে সহায়ক হ’ব।

 

অগপৰ প্ৰতিক্ৰিয়া

লোকপিয়লৰ তথ্যই অসমত অবৈধ বাংলাদেশীৰ উপস্থিতিৰ ভয়াৱহতা প্ৰমাণ কৰিলে। লোকপিয়ল কৰ্তৃপক্ষই প্ৰকাশ কৰা তথ্যই অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ অস্তিত্বৰ প্ৰতি কিদৰে ভাবুকিৰ সৃষ্টি কৰিছে সেয়া পুনৰবাৰ প্ৰতিপন্ন কৰিলে। অসমীয়া আৰু বড়ো ভাষাৰ প্ৰতি অহা প্ৰত্যাহ্বান যে  অবৈধ বাংলাদেশীৰ ভয়াবহ আগ্ৰাসনৰ কাৰণে হৈছে সেয়া প্ৰমাণিত কৰিলে। কি শংকা আৰু সংশয়ৰ মাজেৰে অসমৰ খিলঞ্জীয়া লোকসকলে দিন কটাবলগীয়া হৈছে, লোকপিয়লৰ তথ্যই সেয়া প্ৰমাণিত কৰিলে। অসম গণ পৰিষদ দল অসমৰ অস্তিত্বৰ প্ৰতি আৰু ভাষাৰ প্ৰতি অহা এই প্ৰত্যাহ্বান প্ৰতিহত কৰিবলৈ বদ্ধপৰিকৰ। দলে যিকোনো মূল্যৰ বিনিময়ত অসমৰ ভাষা-সংস্কৃতি সুৰক্ষাৰ বাবে আপোচহীনভাৱে পদক্ষেপ গ্ৰহণ কৰি যাব।

Recent News

Story-8-15-1140x570-750x375

দেশত জীৱশ্ৰেষ্ঠৰ বৰ্বৰ কাণ্ড! নাহৰফুটুকী মাৰি মাংস খোৱাৰ অপৰাধত গ্ৰেপ্তাৰ হ’ল ৫জন

EsaeaS7VcAArt3Q-1140x570

দুখনকৈ জনসভাত অংশ লৈ আজি বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজাব অমিত শ্বাহে!

32337043_2010270292557153_5893369135034793984_n-643x375

বিশিষ্ট নাট্যকাৰ সেৱাব্ৰত বৰুৱাৰ পৰলোকপ্ৰাপ্তি; শোকস্তব্ধ ভ্ৰাম্যমান জগত

Jemima-Khan-Peter-Morgan

নতুন প্ৰেমিকৰ সৈতে একেলগে বাস কৰিছে পাকিস্তানী প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ প্ৰাক্তন পত্নীয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd