• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমীয়া চিকিৎসকৰ প্ৰচেষ্টাত মৃত্যুৰ পিছতো চাৰিজনক জীৱনদান দিয়া যুৱকজনৰ কথাৰে…

এন ই নাও নিউজ by এন ই নাও নিউজ
April 19, 2018 2:30 pm
indraprasth
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মৃত্যুৰ পিছতো ৪ জনকৈ ৰোগাক্ৰান্ত লোকক জীৱন দান কৰিলে দিল্লীৰ এজন যুৱকে। আনহাতে দিল্লীৰ এপল’ হাস্পতালত ক্ষিপ্ৰতাৰে সম্পন্ন এই চিকিৎসা অভিযানৰ নেতৃত্ব বহন কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিলে এজন অসমীয়াই।

উল্লেখযোগ্য যে যোৱা ৭ এপ্ৰিলত নিজৰ কাৰ্যালয়লৈ গৈ থকাৰ পথত দিল্লীত দুৰ্ঘটনাত পতিত হৈছিল এগৰাকী ২৬ বছৰীয়া MBA অধ্যয়নৰত ছাত্ৰ। প্ৰায় ততালিকে অতি সংকটজনক অৱস্থাত তেওঁক ভৰ্তি কৰোৱা হৈছিল দিল্লীৰ ইন্দ্ৰপ্ৰস্থ এপল’ হাস্পতালত।

Apply Now

কিন্তু চিকিৎসকৰ সকলো প্ৰচেষ্টাক ব্যৰ্থ প্ৰতিপন্ন কৰি যোৱা ১৫ এপ্ৰিলত মৃত্যুক সাবটিলে যুৱকজনে। লগে লগে তেওঁৰ মাতৃয়ে ল’লে এক অকল্পনীয় সিদ্ধান্ত। মৃত্যুৰ পিছতো পুত্ৰক কিছু পৰিমাণে জীয়াই ৰখাৰ স্বাৰ্থত যুৱকজনৰ হৃদযন্ত্ৰ, যকৃৎ আৰু দুয়োটা বৃক্ক দান দিয়াৰ কথা ঘোষণা কৰিলে সাহসী মাতৃগৰাকীয়ে।

কিন্তু সমস্যা হ’ল এই গুৰুত্বপূৰ্ণ অস্ত্ৰোপচাৰৰ বাবে বিশেষজ্ঞ চিকিৎসক ডাঃ ভবানন্দ দাস বিহুৰ ছুটীত গুৱাহাটীত থকাত। কিন্তু হাস্পতাল কৰ্তৃপক্ষৰ পৰা খবৰটো পায়েই প্ৰথম ব’হাগৰ দিনটোত লগে লগে দিল্লীলৈ উৰা মাৰিলে ডাঃ দাসে। নিশাই তেওঁ যুৱকজনৰ দেহৰ পৰা হৃদযন্ত্ৰ আঁতৰাই আনি ৩৩ বছৰীয়া এজন যুৱকৰ শৰীৰত সংৰোপণ কৰিলে। আন বিশেষজ্ঞই যকৃত সংৰোপণ কৰিলে ৪৯ বছৰীয়া এজন লোকৰ শৰীৰত।

আনহাতে যুৱকজনৰ সমবয়সীয়া এজন লোকৰ শৰীৰত সংৰোপণ কৰা হ’ল এটা বৃক্ক। আনটো বৃক্ক দিল্লীৰ আন এখন হাস্পতালত আন এজন লোকৰ শৰীৰত চিকিৎসকে সংৰোপণ কৰিলে।

উল্লেখযোগ্য যে বৃক্ক আৰু যকৃততকৈ জটিল আছিল হৃদযন্ত্ৰ সংৰোপণ প্ৰক্ৰিয়া। যুৱকজনৰ হৃদযন্ত্ৰ সংৰোপণ কৰা ব্যক্তিজনৰ শৰীৰৰ পৰা মঙলবাৰৰ নিশা খুলি দিয়া হৈছে ভেণ্টিলেশ্যন। আনহাতে তেওঁ ক্ৰমশঃ সুস্থ হৈ উঠিছে। লগে লগে প্ৰথম ব’হাগত এটা ভাল কাম কৰাৰ বাবে হাঁহি বিৰিঙিছে ডাঃ ভবানন্দ দাসৰ মুখত।

স্মৰ্তব্য যে এইজন অসমীয়া চিকিৎসকৰ নেতৃত্বতে ৯০ৰ দশকত ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে AIIMSত সফলতাৰে সংৰোপণ কৰা হৈছিল হৃদযন্ত্ৰ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

July 25, 2026 4:07 pm
দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

টাইফয়ডত আক্ৰান্ত অভিজিৎ দিপকে :  চিকিৎসালয়ৰ বিচনাৰ পৰাই আন্দোলন অব্যাহত ৰখাৰ হুংকাৰ চিজেপি প্ৰধানৰ

July 25, 2026 1:09 pm
‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

‘মোদী ভাৰতৰ অতীত, অতীতে কেতিয়াও ভৱিষ্যতৰ সৈতে যুঁজিব নোৱাৰে’ : ছাত্ৰ আন্দোলনক লৈ ৰাহুল গান্ধীৰ হুংকাৰ

July 25, 2026 12:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

কৃষ্ণ সাগৰত ব্যৱসায়িক জাহাজত আক্ৰমণ: ভাৰতীয় নাবিকৰ মৃত্যু, ঘটনাৰ তীব্ৰ গৰিহণা নতুন দিল্লীৰ

July 25, 2026 4:07 pm
দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

দেশজুৰি প্ৰতিবাদৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ

July 25, 2026 2:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd