• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমীয়া ভাষাৰ সংকটৰ প্ৰসংগত বোকাখাতত স্থানীয় নাগৰিকেৰে পৰমানন্দ ৰাজবংশীৰ মত-বিনিময়

উত্তম শইকীয়া by উত্তম শইকীয়া
July 10, 2018 3:21 pm
paramananda rajbanshi at bokakhat
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বোকাখাতৰ পুৱতি সাহিত্য সভাৰ উদ্যোগত ৯ জুলাইত অসমীয়া ভাষাৰ সংকটৰ পটভূমিত এক বিশেষ মতবিনিময় অনুষ্ঠান অনুস্থিত হয় ৷ সভাৰ প্ৰেক্ষাগৃহত অায়োজিত এই অনুষ্ঠানত উপস্থিত থাকি অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে স্থানীয় দল সংগঠন আৰু নাগৰিকৰে মত-বিনিময় কৰে ৷

পুৱতি সাহিত্য সভাৰ সম্পাদক গীতাঞ্জলি কলিতাই আঁত ধৰা আৰু গোলাঘাট জিলা সাহিত্য সভাৰ সভাপতি সুৰেন্দ্ৰ মোহন হাজৰিকাৰ সঞ্চালনাত অনুষ্ঠিত এই অনুষ্ঠানত বোকাখাত প্ৰেছ ক্লাব, সাংবাদিক সন্থা, মহকুমা আৰু আঞ্চলিক ছাত্ৰ সন্থা, গোৰ্খা ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,  মিচিং সাহিত্য সভা, সন্ধানী লেখিকা সমাৰোহ সমিতি, জ্যেষ্ঠ নাগৰিক মঞ্চ, চাহ জনজাতি সাহিত্য সভা, জিলা ক্ৰীড়া সন্থা, টাই আহোম ছাত্ৰ সন্থা, বোকাখাত নাট্য মন্দিৰ, আদি বিভিন্ন দল-সংগঠনে অংশ গ্ৰহন কৰে।

Apply Now

অনুষ্ঠানত পৰমানন্দ ৰাজবংশীয়ে অসমীয়া ভাষাৰ দুৰৱস্থাৰ বিভিন্ন কাৰণ সমুহ দাঙি ধৰি অসমৰ দুখন প্ৰধান বিশ্ববিদ্যালয়ক এই দুৰৱস্থাৰ বাবে দোষাৰোপ কৰে। ৰাজ্যখনত অসমীয়া ভাষাৰ প্ৰচলন বাধ্যতামুলক কৰাৰ বাবে উপস্থিত লোক সকলৰ পৰা পৰামৰ্শ বিচাৰে সভাপতি গৰাকীয়ে।

পৰমানন্দ ৰাজবংশীৰ উপৰিও কালিৰ সভাত অসম সাহিত্য সভাৰ যুৱ সাংসদ উপ সমিতিৰ কাৰ্যকৰী সভাপতি হবিবুৰ ৰহমান, মাতৃ ভাষা প্ৰয়োগ সমিতিৰ উপ সভাপতি অনঙ্গ কুমাৰ নাথ, সাংগঠনিক সম্পাদক ক্ৰমে বিপুল শৰ্মা বৰুৱা আৰু দিগন্ত কুমাৰ ভূঞা আৰু ৰাজ্য ভাষা প্ৰয়োগ উপ সমিতিৰ আহ্বায়ক হেমেন হাজৰিকাৰ লগতে গোলাঘাট জিলা আৰু বোকাখাতৰ পুৱতি সাহিত্য সভাৰ বিষয়ববীয়া উপস্থিত থাকে  ৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মাত্ৰ ৬ মাহত ২৩ টা মৃত্যুদণ্ডৰ ৰায়! ন্যায়িক স্বাধীনতাক লৈ প্ৰশ্ন কৰাৰ বাবেই বদলি হ’ল নেকি ফাষ্ট-ট্ৰেক আদালতৰ চৰ্চিত ন্যায়াধীশ ৰবি কুমাৰ দিবাকৰ?

মাত্ৰ ৬ মাহত ২৩ টা মৃত্যুদণ্ডৰ ৰায়! ন্যায়িক স্বাধীনতাক লৈ প্ৰশ্ন কৰাৰ বাবেই বদলি হ’ল নেকি ফাষ্ট-ট্ৰেক আদালতৰ চৰ্চিত ন্যায়াধীশ ৰবি কুমাৰ দিবাকৰ?

October 25, 2026 5:52 pm
বিলাসী জীৱন এৰি লক্ষ্ণৌৰ কাৰাগাৰত ৪৫ গৰাকী বন্দীৰ মাজত মডেল শ্ৰদ্ধা দুবে! জে’লত বিচাৰিলে চুগাৰ-ফ্ৰী ব্লেক কফি, পিছে কাৰাগাৰৰ ভিতৰৰ পৰা কোনে চলাইছে ইনষ্টাগ্ৰাম?

বিলাসী জীৱন এৰি লক্ষ্ণৌৰ কাৰাগাৰত ৪৫ গৰাকী বন্দীৰ মাজত মডেল শ্ৰদ্ধা দুবে! জে’লত বিচাৰিলে চুগাৰ-ফ্ৰী ব্লেক কফি, পিছে কাৰাগাৰৰ ভিতৰৰ পৰা কোনে চলাইছে ইনষ্টাগ্ৰাম?

October 25, 2026 3:55 pm
২.৫ কোটিৰ বিনিয়োগ কৰি ১১০ কোটি টকা উপাৰ্জন! পৰিচালকক লগ পাবলৈ উদগ্ৰীৱ প্ৰযোজকৰ দল

২.৫ কোটিৰ বিনিয়োগ কৰি ১১০ কোটি টকা উপাৰ্জন! পৰিচালকক লগ পাবলৈ উদগ্ৰীৱ প্ৰযোজকৰ দল

October 25, 2026 2:41 pm
ধেমাজিত পথ দুৰ্ঘটনাত মৃত্যু NSUI-ৰ ৰাজ্যিক উপ সভাপতি কমলেশ্বৰ চুতীয়াৰ

ধেমাজিত পথ দুৰ্ঘটনাত মৃত্যু NSUI-ৰ ৰাজ্যিক উপ সভাপতি কমলেশ্বৰ চুতীয়াৰ

October 25, 2026 12:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাত্ৰ ৬ মাহত ২৩ টা মৃত্যুদণ্ডৰ ৰায়! ন্যায়িক স্বাধীনতাক লৈ প্ৰশ্ন কৰাৰ বাবেই বদলি হ’ল নেকি ফাষ্ট-ট্ৰেক আদালতৰ চৰ্চিত ন্যায়াধীশ ৰবি কুমাৰ দিবাকৰ?

মাত্ৰ ৬ মাহত ২৩ টা মৃত্যুদণ্ডৰ ৰায়! ন্যায়িক স্বাধীনতাক লৈ প্ৰশ্ন কৰাৰ বাবেই বদলি হ’ল নেকি ফাষ্ট-ট্ৰেক আদালতৰ চৰ্চিত ন্যায়াধীশ ৰবি কুমাৰ দিবাকৰ?

October 25, 2026 5:52 pm
বিলাসী জীৱন এৰি লক্ষ্ণৌৰ কাৰাগাৰত ৪৫ গৰাকী বন্দীৰ মাজত মডেল শ্ৰদ্ধা দুবে! জে’লত বিচাৰিলে চুগাৰ-ফ্ৰী ব্লেক কফি, পিছে কাৰাগাৰৰ ভিতৰৰ পৰা কোনে চলাইছে ইনষ্টাগ্ৰাম?

বিলাসী জীৱন এৰি লক্ষ্ণৌৰ কাৰাগাৰত ৪৫ গৰাকী বন্দীৰ মাজত মডেল শ্ৰদ্ধা দুবে! জে’লত বিচাৰিলে চুগাৰ-ফ্ৰী ব্লেক কফি, পিছে কাৰাগাৰৰ ভিতৰৰ পৰা কোনে চলাইছে ইনষ্টাগ্ৰাম?

October 25, 2026 3:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd