• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমৰ আৰক্ষী অধীক্ষক পৰ্য্যায়ত সাল-সলনি

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 27, 2018 5:39 pm

1 min read

অসমৰ আৰক্ষী অধীক্ষক পৰ্য্যায়ত সাল-সলনি
106
VIEWS
Share on FacebookShare on Twitter

অসম আৰক্ষীৰ আৰক্ষী অধীক্ষক পৰ্য্যায়ত আজি ২৭ জুনত কিছু সাল-সলনি কৰা গৈছে।

হামৰেনৰ আৰক্ষী অধীক্ষক ইনাম-উল-হক-মেগনুক উত্তৰ গুৱাহাটীৰ মান্দাকাটাস্থিত চি দি অ’ বেটেলিয়নৰ কমাণ্ডেণ্টৰূপে বদলি কৰা হৈছে। জাগীৰোদস্থিত ২য় এ’ এফ পি এফ বেটেলিয়নৰ কমাণ্ডাটে মৃণাল তালুকদাৰক হামৰেনৰ আৰক্ষী অধীক্ষকৰূপে নিযুক্তি দিয়া হৈছে।

আনহাতে জাগীৰোদস্থিত ২য় এ’ এফ পি এফ বেটেলিয়নৰ কমাণ্ডেণ্টৰূপে বদলি কৰা হৈছে বঙাইগাওঁস্থিত এফ আৰ আৰ অ’ (মুখ্য কাৰ্য্যালয়)ৰ আৰক্ষী অধীক্ষক উৎপল বয়ানক।

কাহিলিপাৰাস্থিত অসম আৰক্ষীৰ বিশেষ শাখাৰ আৰক্ষী অধীক্ষক ৰত্না সিংহক বিশেষ শাখাৰ (জ’নেল) আৰক্ষী অধীক্ষকৰূপে আই এইচ বৰাৰ স্থানত নিযুক্তি দিয়া হৈছে।

যোৰহাটস্থিত এফ আৰ আৰ অ’ (মুখ্য কাৰ্য্যালয়)ৰ আৰক্ষী অধীক্ষক হিৰণ্য বৰ্মনক গোৱালপাৰাস্থিত ১ম এ’ পি তি এফ বেটেলিয়নৰ কমাণ্ডেণ্টৰূপে বদলি কৰা হৈছে।

গৃ্হ বিভাগ (এ’)ৰ সচিব ডঃ দীপক মজুমদাৰে চৰকাৰৰ হৈ এই সালসলনিৰ জাননি জাৰি কৰিছে।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd