• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমৰ দৰে দিল্লী চৰকাৰকো ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ আহ্বান বিজেপিৰ

NE NOW NEWS ৰাজীৱ ৰয়
নতুন দিল্লী , August 2, 2018 9:47 pm

2 min read

NRC

প্ৰতিনিধিত্বমূলক ছবি

86
VIEWS
Share on FacebookShare on Twitter

অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশৰ প্ৰক্ৰিয়াৰ প্ৰশংসা কৰি ভাৰতীয় জনতা পাৰ্টীৰ দিল্লীৰ সভাপতি মনোজ তিৱাৰীয়ে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত অবৈধভাৱে বাস কৰি অহা ৰহিঙীয়া আৰু অন্য বাংলাদেশী নাগৰিকক চিনাক্ত কৰি বিতাড়িত কৰাৰ বাবে দিল্লী চৰকাৰক আহ্বান জনাইছে।
তিৱাৰীয়ে দিল্লী চৰকাৰৰ মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱালক এটা জৰীপ চলাই ৰাজধানী মহানগৰখনত অবৈধভাৱে বাস কৰি অহা ৰহিঙীয়া আৰু অন্য বাংলাদেশী নাগৰিকক চিনাক্ত কৰি বিতাড়িত কৰাৰ পৰামৰ্শ প্ৰদান কৰিছেছ

তিৱাৰীয়ে দাবী কৰিছে যে ভাৰতৰ দুখীয়া লোকসকলক তেওঁলোকৰ অধিকাৰৰ পৰা বঞ্চিত কৰিছে।

তিৱাৰীয়ে আৰু কয় যে তেওঁলোকে এটা জৰীপ চলাই ৰাজধানী মহানগৰখনত কিমান অবৈধ নাগৰিক আছে তাৰ তথ্য সম্বলিত প্ৰতিৱেদন দিল্লী চৰকাৰৰ ওচৰত জমা দিব।

দিল্লী বিজেপিয়ে এই বিষয়ক মুখ্য মন্ত্ৰীলৈ এখন লিখিত পত্ৰ প্ৰেৰণ কৰিছে বুলি তেওঁ কয়।

এই ক্ষেত্ৰত গৃহ মন্ত্ৰ্যালয়লৈকেও জনোৱা হৈছে বুলি কৈ অবৈধ নাগৰিকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে তিৱাৰীয়ে দিল্লীৰ কেজৰিৱাল চৰকাৰক আহ্বান জনায়।

তিৱাৰীয়ে আৰু কয় দিল্লীৰ কোন কোন এলেকাত অবৈধ নাগৰিক আছে সেই সম্পৰ্কত যে জিলা দণ্ডাধীশ, মহকুমা দণ্ডাধীশআৰু অন্যন্য বিষয়াবৰ্গ অৱগত, গতিকে এই লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাতো দিল্লী চৰকাৰৰ বাবে কোনো দুৰূহ কাম নহ’ব।

তিৱাৰীয়ে স্পষ্ট ভাষাৰে কয়, ‘‘আমাৰ দলে অবৈধ নাগৰিকক কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ পক্ষপাতী নহয়। তেওঁলোকক তেওঁলোকৰ নিজস্ব দেশলৈ ওভোতাই পঠাব লাগে।।’’

Recent News

a 5g

দেশত আৰম্ভ হ’ল 5G নেটৱৰ্ক, কোনখন চহৰে প্ৰথমে লাভ কৰিলে এই সেৱা?

WhatsApp Image 2021-01-28 at 3.47.13 PM

মৰিগাঁৱৰ জালুগুটিত একেদিনাই দুজনকৈ শিক্ষকৰ মৃত্যুত অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ

শিৱসাগৰৰ ঐতিহাসিক বৰ্ডিং খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব বৃহত্তৰ ৰংপুৰ মে-ডাম-মে-ফি

শিৱসাগৰৰ ঐতিহাসিক বৰ্ডিং খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব বৃহত্তৰ ৰংপুৰ মে-ডাম-মে-ফি

a who

ব্ৰিটেইনত ধৰা পৰা কোভিডৰ নতুন ষ্ট্ৰেইন বিয়পি পৰিছে ৭০ খন দেশলৈ:বিশ্ব স্বাস্থ্য সংস্থা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd