• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমৰ নতুন মুখ্য সচিবৰূপে হোলীৰ বন্ধতে আজি দায়িত্ব ল’লে টি ৱাই দাসে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 1, 2018 5:39 pm

1 min read

TY Das taking charges as Chief Secretary

দায়িত্ব গ্ৰহণ কৰি টি ৱাই দাস

221
VIEWS
Share on FacebookShare on Twitter

অসমৰ নতুন মুখ্য সচিবৰূপে আজি দায়িত্ব গ্ৰহণ কৰিছে চেৰিং য়ামছাম দাসে।

বুধবাৰে আগৰজন মুখ্য সচিব ভি কে পিপাৰচেনিয়াৰ কাৰ্যকাল অন্ত পৰাৰ লগে লগে আজি হোলীৰ চৰকাৰী বন্ধৰ দিনাই দাসে ৰাজ্যখনৰ প্ৰশাসনীয় মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰে।

ভাৰতীয় প্ৰশাসনীয় সেৱাৰ ১৯৮২ বৰ্ষৰ বিষয়া দাসে ইয়াৰ পূৰ্বে অসমৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।

২০১২ চনৰ নৱেম্বৰত দাসক কেন্দ্ৰীয় তথ্য আয়োগৰ (চিআইচি) হিচাপে নিযুক্তি দিয়া হৈছিল। তেওঁক তেতিয়া অতিৰিক্ত সচিবৰ মৰ্যাদা আৰু দৰমহাৰ পদ মৰ্যাদাৰে নিযুক্ত দিয়া হৈছিল।

ভি কে পিপাৰনেচিয়াই ২০১৫ চনৰ ৩১ মে’ত অসমৰ মুখ্য সচিব হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল। ১৯৮০ বৰ্ষৰ ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া ভি কে পিপাৰনেচিয়াৰ মুখ্য সচিব হিচাপে ২০১৭ চনৰ ছেপ্টেম্বৰত কাৰ্যকাল অন্ত পৰাৰ পিছত অসম চৰকাৰে ছয়মাহৰ বাবে কাৰ্যকাল বৃদ্ধি কৰিছিল। তেওঁৰ বৰ্দ্ধিত কাৰ্যকাল কালি অন্ত পৰিছিল।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd