• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসমৰ বিচ্ছিন্নতাবাদী শক্তিৰ আঁৰত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ হাত আছে: আৰ এন ৰবি

এন ই নাও নিউজ by এন ই নাও নিউজ
July 1, 2018 2:21 pm
ATTACHMENT

ৰাজ্যৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ (ফাইল ফটো)

443
VIEWS
Share on FacebookShare on Twitter

অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বিচ্ছিন্নতাবাদী শক্তিৰ আঁৰত ৰাজ্যৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ হাত আছে বুলি এক বিস্ফোৰক মন্তব্য প্ৰকাশ কৰি চৰ্চাৰ মাজলৈ আহিছে যুটীয়া চোৰাংচোৱা কমিটীৰ সচিব তথা নগা বিদ্ৰোহী সংগঠনসমূহৰ সৈতে মধ্যস্থতাকাৰীৰ ভূমিকা পালন কৰি অহা আৰ এন ৰবি।

দিল্লীস্থিত নেহৰু মেম’ৰিয়েল মিউজিয়াম এণ্ড লাইব্ৰেৰীত অনুষ্ঠিত ‘ইণ্ডিয়া নেশ্যনেল ছিকিউৰিটী’ শীৰ্ষক আলোচনা-চক্ৰত ৰবিয়ে ভাষণ আগবঢ়াই কয়— ‘সস্তীয়া ৰাজনৈতিক জনপ্ৰিয়তাৰ বাবে তথা ভোটৰ ৰাজনীতি কৰিবলৈ গৈ তাকৰীয়া জনসংখ্যা সত্ত্বেও বহুকেইটা জনগোষ্ঠীক স্বায়ত্তশাসিত পৰিষদ অথবা উন্নয়ন পৰিষদ গঠন কৰি দি বিভিন্ন প্ৰকাৰে প্ৰলোভিত কৰিছিল প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে। ৰাজনৈতিক মুনাফা আদায়ৰ অভিসন্ধিৰে ৰাজ্যৰ প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে স্বায়ত্তশাসিত অথবা পৰিষদসমূহ গঠন কৰি অসমীয়া সমাজখনক বহুধাবিভক্ত কৰিছিল’।

ATTACHMENT
যুটীয়া চোৰাংচোৱা কমিটীৰ সচিব আৰ এন ৰবি

তেওঁ লগতে কয় যে স্বায়ত্তশাসিত পৰিষদসমূহৰ জৰিয়তে প্ৰকৃততে জনগোষ্ঠীসমূহৰ কোনো উন্নয়নেই হোৱা নাছিল।ইয়াৰ বিপৰীতে নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ দাবীৰে জনগোষ্ঠীসমূহৰ মাজত এক সংঘাতৰ বাতাৱৰণ সৃষ্টি কৰিছিল স্বায়ত্তশাসিত, উন্নয়ন পৰিষদসমূহে। যাৰ পৰিণতিত অসমত বিচ্ছিন্নতাবাদ শক্তিসমূহে গা কৰি উঠিছিল।

উল্লেখযোগ্য যে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় আৰু দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক ৰাষ্ট্ৰীয় সুৰক্ষাৰ সন্দৰ্ভত সম্বোধন কৰা ভাষণত ৰবিয়ে উত্তৰ-পূৰ্বাঞ্চলৰ বিচ্ছিন্নতাবাদী শক্তিৰ আঁৰত চুবুৰীয়া ৰঙা চীনৰ প্ৰত্যক্ষ ভূমিকা থকাৰো এক গুৰুতৰ অভিযোগ উত্থাপন কৰে।আই বিৰ প্ৰাক্তন মুৰব্বীজনৰ মতে উত্তৰ-পূৰ্বাঞ্চলক অস্থিৰ কৰি ৰখাৰ বাবে চীনে অঞ্চলটোৰ প্ৰায় সকলো উগ্ৰপন্থী সংগঠনক প্ৰত্যক্ষ সমৰ্থন আগবঢ়াই আহিছে।

বৰিয়ে অন এক বিতৰ্কিত মন্তব্য আগবঢ়াই কয় যে কেইবাদশক পূৰ্বে নাগালেণ্ডত খ্ৰীষ্টান মিছনেৰীয়ে গ্ৰহণ কৰা ভূমিকাৰ বাবেই অঞ্চলটোত বিচ্ছিন্নতাবাদী জন্ম হৈছিল। খ্ৰীষ্টান মিছনেৰীসকলে নাগালেণ্ডৰ সমাজখন বিভক্ত কৰাৰ বাবে উঠিপৰি লাগিছিল। নগা শান্তি চুক্তিক লৈ ৰবিয়ে কৰা মন্তব্য যথেষ্ট তাৎপৰ্যপূৰ্ণ।সম্প্ৰতি ৰবিয়ে অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ সন্দৰ্ভত কৰা বিতৰ্কিত মন্তব্যক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

Recent News

কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ; পত্নী হাছিনক মাহে ৪ লাখ টকা ভৰণ-পোষণ দিব লাগিব শ্বামীয়ে

কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ; পত্নী হাছিনক মাহে ৪ লাখ টকা ভৰণ-পোষণ দিব লাগিব শ্বামীয়ে

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

অলপ বেছি বয়সত বিবাহ সুখী জীৱনৰ চাবিকাঠি; কৈছে বিশেষজ্ঞসকলে

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

মানসিক স্বাস্থ্যৰ অৱনতিৰ সৈতে জড়িত ভিটামিনৰ অভাৱ! কি কয় বিশেষজ্ঞই?

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd