DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমৰ বিশ্ববিদ্যালয়সমূহৰ অনা-শিক্ষক কৰ্মচাৰীৰ দৰমহা বৃদ্ধিত ৰাজ্যপালৰ সন্মতি

এন ই নাও নিউজ by এন ই নাও নিউজ
June 9, 2018 11:56 am
Jagdish-Mukhi.-Photo-credit-New-Indian-Express-1-570x320

অসমৰ ৰাজ্যপাল জগদীশ মুখীৰ ফাইল ছবি

100
VIEWS
Share on FacebookShare on Twitter

অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে শুকুৰবাৰে অসমৰ বিশ্ববিদ্যালয়সমূহৰ অনা-শিক্ষক কৰ্মচাৰীৰ দৰমহা বৃদ্ধি কৰাৰ বাবে সাধাৰণ দৰমহা সমিতিৰ প্ৰতিৱেদন, ২০১৭ত ( Common Pay Committee) সন্মতি জনাইছে। ৰাজভৱনৰ পৰা প্ৰকাশিত এটা সংবাদ-টোকাত এই তথ্য প্ৰকাশিত হৈছে।

অসমৰ বিশ্ববিদ্যালয়সমূহৰ আচাৰ্য ৰাজ্যপালে সাধাৰণ দৰমহা সমিতিয়ে দিয়া অনা-শিক্ষা কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধিৰ পৰামৰ্শৰ সৈতে সহমত পোষণ কৰে। বিত্ত, উচ্চ শিক্ষা বা কৃষি বিভাগৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে বিশ্ববিদ্যালয়সমূহৰ কৰ্তৃপক্ষই আলোচনা কৰি  সমিতিখনৰ পৰামৰ্শ অনুসৰি অসমৰ বিশ্ববিদ্যালয়সমূহৰ অনা-শিক্ষা কৰ্মচাৰীসকলৰ দৰমহা আৰু বানছসমূহৰ ধন মুকলি কৰি দিয়াৰ বাবে ৰাজ্যপালে নিৰ্দেশ প্ৰদান কৰে।

উল্লেখযোগ্য যে ৭ জুন ২০১৮ত অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগে অনা-শিক্ষা কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধিৰ অনুমতি বিচাৰি ৰাজ্যপাললৈ প্ৰেৰণ কৰা পত্ৰখনত ৰাজ্যপালে ততালিকে অনুমোদন জনাই পৰৱৰ্তী পৰ্যায়লৈ আগবঢ়াই দিছিল।

এই সংবাদ বিজ্ঞপ্তিটোত কোৱা হৈছে যে সাধাৰণ দৰমহা সমিতি, ২০১৭ৰ সংশোধিত দৰমহাৰ দ্বাৰা অসমৰ ৭খন বিশ্ববিদ্যালয় যথা- গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড়, অসম কৃষি বিশ্ববিদ্যালয়, বড়োলেণ্ড বিশ্ববিদ্যালয়, কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয় আৰু কমাৰ ভাস্কৰবৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ অনা-শিক্ষা কৰ্মচাৰীসকল উপকৃত হ’ব।

Recent News

Maharashtra Political Crisis

ৰাজনৈতিক সংকটত অতিষ্ঠ: মহাৰাষ্ট্ৰৰ কাৰ্যকৰী মুখ্যমন্ত্ৰী হোৱাৰ মন মেলি ৰাজ্যপাললৈ প্ৰেৰণ কৰিলে পত্ৰ

‘যদি অগ্নিবীৰসকলে পেঞ্চন নাপায়, সাংসদ-বিধায়কেও পেঞ্চন নোলোৱাকৈ থাকিব পাৰিবনে?,’ বৰুণ গান্ধীৰ প্ৰশ্ন

‘যদি অগ্নিবীৰসকলে পেঞ্চন নাপায়, সাংসদ-বিধায়কেও পেঞ্চন নোলোৱাকৈ থাকিব পাৰিবনে?,’ বৰুণ গান্ধীৰ প্ৰশ্ন

NITI Aayog

পৰমেশ্বৰণ আয়াৰক নিটি আয়োগৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্তি

ৰাষ্ট্ৰপতি নিৰ্বাচনঃ জনজাতি ভোটাৰৰ মন মুহিবলৈ দ্ৰৌপদী মুৰ্মুক প্ৰক্ষেপ বিজেপিৰ!

ৰাষ্ট্ৰপতি নিৰ্বাচনঃ জনজাতি ভোটাৰৰ মন মুহিবলৈ দ্ৰৌপদী মুৰ্মুক প্ৰক্ষেপ বিজেপিৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd