• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমৰ স্বাৰ্থত অগপই আজিলৈ আপোচ কৰা নাই আৰু নকৰে : বৰক্ষেত্ৰীত বিধায়ক পবিন্দ্ৰ ডেকা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 23, 2018 11:08 am

2 min read

37596226_2197116930576551_9209731285147189248_n
117
VIEWS
Share on FacebookShare on Twitter

পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি আৰু সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ উদ্দেশ্যে অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিয়ে দেওবাৰে ৰাজ্যৰ ২০ টা বিধানসভা সমষ্টিত সকলো পৰ্যায়ৰ দলীয় নেতা-কৰ্মীসকলৰ উপস্থিতিত একোখনকৈ সতীৰ্থ সভা অনুষ্ঠিত কৰে।

পঞ্চায়ত নিৰ্বাচনৰ বাবে তৎকালীনভাৱে প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ লগতে প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়া আদি সম্পৰ্কত বিস্তৃত ৰূপত আলোচনা কৰাৰ উদ্দেশ্যে দেওবাৰৰ দিনটোত ৰাজ্যখনৰ ২০ টা সমষ্টিৰ বিভিন্ন স্থানত এই সভা অনুষ্ঠিত হৈ যায়।

ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে ৬০ নং বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ মুকালমুৱা থানাৰ অন্তৰ্গত আদাবাৰী গাঁৱৰ বাঘেশ্বৰী এল পি স্কুলতো কালি অনুষ্ঠিত হৈ যায় এখন কৰ্মীসভা।

সভাত উপস্থিত থকা পাটাছাৰকুছি সমষ্টিৰ বিধায়ক পবিন্দ্ৰ ডেকাই কয়, ‘অসমৰ স্বাৰ্থত অগপই কোনোদিনে আপোচ কৰা নাই আৰু নকৰে। সদায় অসমীয়াৰ হকে কাম কৰি যাব অগপই’।

আগন্তুক পঞ্চায়ত নিৰ্বাচনত বৰক্ষেত্ৰীৰ প্ৰতিটো পঞ্চায়তে ভাল ফল দেখুৱাব পাৰিব বুলি সভাত উপস্থিত থকা বিভিন্ন দলীয় নেতাই মন্তব্য কৰে। লগতে বিজেপিৰ দখলত থকা বৰক্ষেত্ৰী সমষ্টিৰ উন্নয়নৰ কাম-কাজ তথা বিজেপি দলে গ্ৰহণ কৰা অসম বিৰোধী কাৰ্যকলাপত অসন্তুষ্ট হৈ এতিয়া বহু বিজেপি কৰ্মী আঞ্চলিক দলটোৰ প্ৰতি ধাৱমান হোৱা বাবে বৰক্ষেত্ৰীত অগপই পুনৰ প্ৰাণ পাই উঠা বুলিও জিলা নেতৃত্বই প্ৰকাশ কৰে।

উল্লেখ্য যে কালি অনুষ্ঠিত হোৱা এই বৈঠকত নলবাৰী জিলা অগপৰ সভাপতি আনন্দ ৰাজবংশী, সম্পাদকদ্বয় কেশৱ ডেকা, জ্যোতিষ ঠাকুৰীয়া, প্ৰাক্তন বিধায়ক মদন কলিতা, কিশোৰ হাজৰিকা, মুকুল শৰ্মা, নৃপাল বৰ্মন, অকণ বৰুৱা, সাংগঠনিক সম্পাদক হেমন্ত কুমাৰ হালৈ প্ৰমুখ্যে বহুটো জিলা পৰ্যায়ৰ নেতা-কৰ্মী উপস্থিত থাকে।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd