DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 30, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত পিষ্টলসহ এন ডি এফ বিৰ দুই সদস্য আটক

এন ই নাও নিউজ by এন ই নাও নিউজ
June 9, 2018 10:53 pm
NDFB cadre arrested at Bokajan
92
VIEWS
Share on FacebookShare on Twitter

আৰক্ষী আৰু সেনাবাহিনীৰ এক যুটীয়া অভিযানত শুকুৰবাৰে নিশা বোকাজান মহকুমাৰ খটখটি আৰক্ষী থানাৰ অন্তৰ্গত অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত পিষ্টলসহ এন ডি এফ বিৰ এজন কেডাৰ আৰু এজন লিংকমেনক আটক কৰা হয়।

প্ৰাপ্ত তথ্য মতে, লাহৰিজানৰ শিৱম ৰাইচ হোটেলত আটক কৰা এন ডি এফ বি কেডাৰ গৰাকীক ডিলাইৰ হিতেশ্বৰ তুলচীয়াৰী বড়ো গাঁৱৰ প্ৰয়াত নবল স্বৰ্গীয়াৰীৰ পুত্ৰ দীপক স্বৰ্গয়াৰী (৩০) আৰু লিংকমেনজনক হোজাইৰ লনকান বৰ্মণ গাঁৱৰ প্ৰয়াত কিটানত চন্দ্ৰ ঘোষৰ পুত্ৰ সুমিত ঘোষ (২৮) বুলি চিনাক্ত কৰা হৈছে।

দুয়োজনৰ পৰা অভিযানকাৰী দলটোৱে ৰাছিয়াত নিৰ্মিত এটা .২২ পিষ্টল, ৭ ৰাউণ্ড সক্ৰিয় গুলী আৰু ডিফুৰ নিবাসী ৰঞ্জিত ঠাকুৰৰ নামত এন ডি এফ বি (স)ৰ ধনদাবী পত্ৰ উদ্ধাৰ কৰে। আৰক্ষীৰ জেৰাত দীপক স্বৰ্গীয়াৰীয়ে বৰলাংফেৰৰ প্ৰদীপ ৰাভাই তেওঁক ধনদাবী পত্ৰসমূহ যোগান ধৰিছিল বুলি স্বীকাৰ কৰে৷

আনহাতে ডিলাই আৰক্ষী আৰু সেনাৰ এটি দলে ডিলাইত থকা স্বৰ্গীয়াৰীৰ বাসগৃহত অভিযান চলাই কোনো নাম লিপিবদ্ধ নথকা এন ডি এফ বি (স)ৰ এখন ২০ লাখ টকীয়া ধনদাবী পত্ৰ আৰু সংগঠনটোৰ ৩ খন উকা ধনদাবী পত্ৰ উদ্ধাৰ কৰে।

তদুপৰি বৰলাংফেৰ আৰক্ষী আৰু সেনাৰ আন এটি দলে বৰলাংফেৰৰ প্ৰদীপ ৰাভাৰ ঘৰত অভিযান চলাবলৈ গৈছিল যদিও ঘৰত কোনো লোক নথকাত অভিযানকাৰী দলটোৱে কাকো আটক কৰিবলৈ সক্ষম নহল বুলি জানিব পৰা গৈছে।

খটখটি আৰক্ষীয়ে জানিবলৈ দিয়া মতে ঘটনা সম্পৰ্কত ইতিমধ্যে ধৃত দীপক স্বৰ্গীয়াৰী আৰু সুমিত ঘোষৰ বিৰুদ্ধে খটখটি আৰক্ষী থানাত এক গোচৰ ৰুজু কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰখা হৈছে।

Recent News

Health benefits of the jackfruit: এতিয়া কঁঠালৰ বতৰ; ইয়াৰ বহুমূলীয়া উপকৰিতাৰ বিষয়ে শুনিলে আচৰিত হ’ব আপুনি

Health benefits of the jackfruit: এতিয়া কঁঠালৰ বতৰ; ইয়াৰ বহুমূলীয়া উপকৰিতাৰ বিষয়ে শুনিলে আচৰিত হ’ব আপুনি

Shruti Haasan: শ্ৰুতি হাছানৰ শৰীৰত বাহ লৈছে নতুন ৰোগ! ভীষণ যন্ত্ৰণাত ভূগিছে অভিনেত্ৰীগৰাকী

Shruti Haasan: শ্ৰুতি হাছানৰ শৰীৰত বাহ লৈছে নতুন ৰোগ! ভীষণ যন্ত্ৰণাত ভূগিছে অভিনেত্ৰীগৰাকী

Snake Island ইউক্ৰেইনৰ প্ৰতাপত তিষ্ঠিব নোৱাৰি স্নেক আইলেণ্ডৰ পৰা সৈন্য প্ৰত্যাহাৰ ৰাছিয়াৰ

Snake Island ইউক্ৰেইনৰ প্ৰতাপত তিষ্ঠিব নোৱাৰি স্নেক আইলেণ্ডৰ পৰা সৈন্য প্ৰত্যাহাৰ ৰাছিয়াৰ

‘Shiv Sena Balasaheb’ ‘শিৱসেনা বালাচাহেব’ – একনাথ সিন্দেৰ নেতৃত্বত বিসম্বাদী শিবিৰৰ নতুন দলৰ নাম ঘোষণা

Maharashtra new CM একনাথ সিন্দে হ’ব মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী , সন্ধিয়া ৭-৩০ বজাত শপতগ্ৰহণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd