• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম শক্তি বিতৰণ কোম্পানীৰ অধীনৰ ৪৭টা উপ-আস্থানৰ ব্যক্তিগতকৰণৰ প্ৰতিবাদত ৪ মে’ত ধৰ্ণা

এন ই নাও নিউজ by এন ই নাও নিউজ
May 2, 2018 7:44 am
APDCL.jpeg
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ বিদ্যুৎ খণ্ডটোৰ বিতৰণ ব্যৱস্থাটো সম্পূৰ্ণভাৱে ব্যক্তিগতকৰণৰ উদ্দেশ্য আগত ৰাখি ইয়াৰ প্ৰথম পদক্ষেপ হিচাপে চৰকাৰে অসম শক্তি বিতৰণ কোম্পানীৰ অধীনস্থ ১৭টা মণ্ডলৰ ৪৭টা উপ-আস্থান (sub-station) ব্যক্তিগতকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে।  চৰকাৰৰ এই ষড়যন্ত্ৰ তথা এনে হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে আছাম ষ্টেইট পাৱাৰ য়ুনিয়নে অহা ৪ মে’ত সমগ্ৰ অসমজুৰি দুঘণ্টাজোৰা ধৰ্ণা কাৰ্যসূচী হাতত লৈছে।

য়ুনিয়নে চৰকাৰৰ এই ষড়যন্ত্ৰৰ বিৰুদ্ধে আপোচবিহীন সংগ্ৰামৰ বাবে সমগ্ৰ বিদ্যুৎকৰ্মীক অংগীকাৰবদ্ধ হ’বলৈ আৰু উক্ত কাৰ্যসূচী সফল কৰাৰ বাবে আহ্বান জনাইছে। য়ুনিয়নৰ ব্ৰজেন বৰি আৰু সাধাৰণ সম্পাদক দীনেশ চন্দ্ৰ গোস্বামীয়ে জানিবলৈ দিয়া মতে, এই প্ৰতিবাদী কাৰ্যসূচী পুৱা ১০ বজাত শাখাসমূহৰ সুবিধা অনুযায়ী সংমণ্ডল, মণ্ডল ভিত্তিত পালন কৰা হ’ব।

Apply Now

মঙলবাৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা বিবৃতিযোগে য়ুনিয়নৰ সভাপতি আৰু সম্পাদকে এই কথা জানিবলৈ দিছে।

উল্লেখযোগ্য যে চৰকাৰে সমগ্ৰ অসমৰ  ৪৭টা ৩৩/১১ কে ভি মানৱ চলিত, মানৱবিহীন বিদ্যুৎ উপ-আস্থান ব্যক্তিগতকৰণৰ বাবে নিবিদা আহ্বান কৰিছিল। অসম শক্তি বিতৰণ কোম্পানীৰ মহাপ্ৰবন্ধক (মুখ্য কাৰ্যালয়)ৰ জৰিয়তে আহ্বান কৰা এই নিবিদা সম্পৰ্কত অহা ৪ মে’ তাৰিখে সিদ্ধান্ত লোৱা হ’ব।

য়ুনিয়নে চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্ত কাৰ্য্যকৰী কৰাৰ পৰা বিৰত থকাৰ বাবে চৰকাৰ আৰু বিদ্যুৎ কৰ্তৃপক্ষক দাবী জনোৱাৰ লগতে নৱনিযুক্ত ৰাজ্যিক শক্তি মন্ত্ৰী আৰু মুখ্য মন্ত্ৰীকো বিষয়টোত তৎকালে হস্তক্ষেপ কৰি শ্ৰমিক তথা ৰাইজ বিৰোধী এই ব্যৱস্থা বাতিলৰ বাবে আহ্বান জনায়।

এই প্ৰধান দাবীৰ লগতে য়ুনিয়নে উপযুক্ত আৰু উন্নত আন্তঃগাঁথনিৰে অস্থায়ী কৰ্মীসকলক তৎকালে স্থায়ীকৰণৰ দ্বাৰা বিভাগীয়ভাৱে উপ-আস্থানসমূহৰ লগতে বিতৰণ, উৎপাদন আৰু প্ৰৱহন ব্যৱস্থা শক্তিশালী কৰি তুলিবলৈ আহ্বান জনাইছে। নেতাদ্বয়ে কয় যে এই ক্ষেত্ৰত উৰিষ্যা আৰু দিল্লীৰ অভিজ্ঞতা আমি মনত ৰখা ভাল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিচৰাইৰ অশোকধাম মন্দিৰত ভয়াবহ দুৰ্ঘটনা; পদপিষ্ট হৈ কমেও ৭ জন লোকৰ মৃত্যু, আহত একাধিক

লখিচৰাইৰ অশোকধাম মন্দিৰত ভয়াবহ দুৰ্ঘটনা; পদপিষ্ট হৈ কমেও ৭ জন লোকৰ মৃত্যু, আহত একাধিক

August 17, 2026 11:41 am
ছিণ্ডিকেটৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান আৰম্ভ কৰিব অসম কংগ্ৰেছে; কাজিৰঙাৰ ইক’ জ’ন কৰ্তন আৰু ভূমি অধিগ্ৰহণৰ বিৰোধিতা

ছিণ্ডিকেটৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান আৰম্ভ কৰিব অসম কংগ্ৰেছে; কাজিৰঙাৰ ইক’ জ’ন কৰ্তন আৰু ভূমি অধিগ্ৰহণৰ বিৰোধিতা

August 17, 2026 10:52 am
প্ৰসিদ্ধ তাৰাপীঠৰ হোটেলত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড; কমেও ৭ জন তীৰ্থযাত্ৰীৰ মৃত্যু, একাধিক আহত

প্ৰসিদ্ধ তাৰাপীঠৰ হোটেলত পুৱতি নিশা ভয়ংকৰ অগ্নিকাণ্ড; কমেও ৭ জন তীৰ্থযাত্ৰীৰ মৃত্যু, একাধিক আহত

August 17, 2026 9:40 am
‘নালছা’ৰ পিছত আন এখন আইন মহাবিদ্যালয়; মুখ্য ন্যায়াধীশক সমাৱৰ্তনলৈ আমন্ত্ৰণত আপত্তি শিক্ষাৰ্থীৰ

‘নালছা’ৰ পিছত আন এখন আইন মহাবিদ্যালয়; মুখ্য ন্যায়াধীশক সমাৱৰ্তনলৈ আমন্ত্ৰণত আপত্তি শিক্ষাৰ্থীৰ

August 17, 2026 8:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিচৰাইৰ অশোকধাম মন্দিৰত ভয়াবহ দুৰ্ঘটনা; পদপিষ্ট হৈ কমেও ৭ জন লোকৰ মৃত্যু, আহত একাধিক

লখিচৰাইৰ অশোকধাম মন্দিৰত ভয়াবহ দুৰ্ঘটনা; পদপিষ্ট হৈ কমেও ৭ জন লোকৰ মৃত্যু, আহত একাধিক

August 17, 2026 11:41 am
ছিণ্ডিকেটৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান আৰম্ভ কৰিব অসম কংগ্ৰেছে; কাজিৰঙাৰ ইক’ জ’ন কৰ্তন আৰু ভূমি অধিগ্ৰহণৰ বিৰোধিতা

ছিণ্ডিকেটৰ বিৰুদ্ধে ৰাজ্যজুৰি অভিযান আৰম্ভ কৰিব অসম কংগ্ৰেছে; কাজিৰঙাৰ ইক’ জ’ন কৰ্তন আৰু ভূমি অধিগ্ৰহণৰ বিৰোধিতা

August 17, 2026 10:52 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd