• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক সাক্ষাৎ : স্মাৰকপত্ৰ প্ৰদান

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
April 30, 2018 9:53 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰাদেশীকৰণ সমস্যা সমাধান সন্দৰ্ভত নিৰ্ধাৰণ কৰি দিয়া ১৫ আগষ্টলৈ মাজত মাথো কেইমাহমানহে বাকী আছে যদিও বৰ্তমান মন্ত্ৰীগৰাকীৰ ঘোষণা অসাৰ প্ৰতিপন্ন হোৱাৰ দিশত অগ্ৰসৰ হৈছে।

উল্লেখযোগ্য যে কিছুদিন পূৰ্বে মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছিল ১৫ আগষ্টৰ ভিতৰত প্ৰাদেশীকৰণৰ সমস্যা সমাধান কৰা হ’ব। কিন্তু হিমন্ত বিশ্ব শৰ্মাই শিক্ষা বিভাগৰ পৰা অব্যাহতি লোৱাৰ পিছত তেনে ঘোষণা কাৰ্যকৰী হ’বনে তাক লৈ চিন্তিত হৈছে প্ৰাদেশীকৰণৰ বাবে আশা পালি থকা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীসকল।

Apply Now

আজি অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চৰ এটা প্ৰতিনিধি দলে শিক্ষা বিভাগত নতুনকৈ মন্ত্ৰিত্ব লাভ কৰা সিদ্ধাৰ্থ ভট্টাচাৰ্যক মন্ত্ৰী গৰাকীৰ গুৱাহাটীস্থিত বাসভৱনত সাক্ষাৎ কৰি এক আলোচনাত মিলিত হয়।

ঐক্যমঞ্চৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি চবেদ ভূঞা, সহকাৰী সাধাৰণ সম্পাদক প্ৰাঞ্জল কুমাৰ শৰ্মাই সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিযোগে এই আলোচনাৰ কথা সদৰী কৰে।

বিবৃতিটোত উল্লেখ কৰা অনুসৰি এই আলোচনা কালত শিক্ষা বিভাগৰ নতুন মন্ত্ৰীগৰাকীয়ে শিক্ষা বিভাগত বিশেষকৈ প্ৰাথমিক পৰ্যায়ৰ মৌলিক পৰিৱৰ্তন অনাৰ বাবে পাৰ্যমানে চেষ্টা চলাব বুলি উল্লেখ কৰে। ৰাজ্যৰ ভেন্সাৰ শিক্ষানুষ্ঠানৰ সমস্যাসমূহ মন্ত্ৰীগৰাকীয়ে অৱগত বুলি উল্লেখ কৰি ভেন্সাৰ শিক্ষানুষ্ঠানৰ সংগঠনসমূহৰ সৈতে অতিশীঘ্ৰে আলোচনাত মিলিত হৈ এই সমস্যা সমাধানৰ বাবে আগবাঢ়িব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

লগতে প্ৰাদেশীকৰণ বিধেয়ক ২০১৭ৰ জৰিয়তে শিক্ষকসকলক ‘টিউটৰ’ সজাব খোজা কাৰ্যত মন্ত্ৰীগৰাকী দুখিত বুলি উল্লেখ কৰি বছৰ বছৰ ধৰি বিনা বেতনে সেৱা আগবঢ়োৱা শিক্ষকসকলক ‘টিউটৰ’ৰ পৰিৱৰ্তে শিক্ষক হিচাপে স্বীকৃতি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰতিনিধি দলটোক আশ্বাস দিয়ে মন্ত্ৰীগৰাকীয়ে।

শিক্ষা বিভাগৰ উন্নয়নৰ বাবে সচেতন ৰাইজৰ দিহা-পৰামৰ্শ বিচৰাৰ লগতে এনে গঠনমূলক দিহা-পৰামৰ্শইহে শিক্ষা বিভাগত পৰিৱৰ্তন অনাৰ চেষ্টা চলাব বুলিও মন্ত্ৰীগৰাকীয়ে কয়। এই আলোচনাতে প্ৰতিনিধি দলটোৱে প্ৰাদেশীকৰণৰ সমস্যা সন্দৰ্ভত ৩০ দফীয়া দাবী সম্বলিত এখন স্মাৰকপত্ৰ শিক্ষামন্ত্ৰীগৰাকীক প্ৰদান কৰে।

পুলেন্দ্ৰ দাস

পুলেন্দ্ৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

August 16, 2026 7:45 pm
স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

August 16, 2026 6:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd