DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম হাইমাদ্ৰাছা শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান ধুবুৰীৰ মীজানুৰ ৰহমানৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 25, 2018 11:35 am
599104-hslc-results-2017-570x320
91
VIEWS
Share on FacebookShare on Twitter

আজি ঘোষিত হোৱা অসম হাইমাদ্ৰাছা শিক্ষান্ত পৰীক্ষাত ধুবুৰীস্থিত কামানদাংগা হাই মাদ্ৰাছাৰ মহম্মদ মীজানুৰ ৰহমানে সৰ্বমুঠ ৫৫৬ নম্বৰ লাভ কৰি প্ৰথম স্থান লাভ কৰে। একেখন জিলাৰে চাপৰ মাদ্ৰাছা হাইমাদ্ৰাছাৰ নজমুল হুদাই ৫৫৫ আৰু দৰং জিলাস্থিত পশ্চিম মঙলদৈ হাইমাদ্ৰাছাৰ চাবিনা শৱনমে ৫৪৯ নম্বৰ লাভ কৰি ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰে।

২০১৮ বৰ্ষৰ হাইমাদ্ৰাছা শিক্ষান্ত পৰীক্ষাত মুঠ ৯০৯৫ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল আৰু ইয়াৰে ৪৬০৪ গৰাকী প্ৰাৰ্থী সুখ্যাতিৰে উত্তীৰ্ণ হয়।

উল্লেখ্য যে এইবাৰৰ উত্তীৰ্ণৰ হাৰ ৫০.৬২ শতাংশ৷ ইয়াৰে ল’ৰাৰ উত্তীৰ্ণৰ হাৰ ৫৫.১১ শতাংশ হোৱাৰ বিপৰীতে ছোৱালীৰ উত্তীৰ্ণৰ হাৰ হৈছে ৪৭.১১ শতাংশ৷ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা পৰীক্ষাৰ্থীৰ সংখ্যা হৈছে ৮৩১, দ্বিতীয় বিভাগত উত্তীৰ্ণৰ সংখ্যা হৈছে ২৪৮৯ আৰু তৃতীয় বিভাগত উত্তীৰ্ণৰ সংখ্যা হৈছে ১২৮৪ গৰাকী শিক্ষাৰ্থী৷

৮৭.৭৬ শতাংশৰে উত্তীৰ্ণৰ শীৰ্ষত শিৱসাগৰ জিলা ৮১.৩৭ শতাংশৰে বাগছা দ্বিতীয় স্থানত আৰু ৭৩.৯৪ শতাংশৰে তৃতীয় স্থানত আছে লখিমপুৰ জিলা।

ইফালে জানিব পৰা মতে ২৫ গৰাকী শিক্ষাৰ্থীয়ে ডিষ্টিংশ্যন পোৱাৰ বিপৰীতে ১১৮ গৰাকীয়ে ষ্টাৰ মাৰ্কছ পাবলৈ সক্ষম হৈছে।

Recent News

মণিপুৰৰ ভূমিস্খলনত অসমৰ ৯ জনৰ মৃত্যুঃ প্ৰধানমন্ত্রী, কেন্দ্ৰীয় ৰেলমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়াৰ

মণিপুৰৰ ভূমিস্খলনত অসমৰ ৯ জনৰ মৃত্যুঃ প্ৰধানমন্ত্রী, কেন্দ্ৰীয় ৰেলমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়াৰ

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত নবনীতা হাজৰিকাৰ ‘ বহুজন বহুৰূপ’ শীৰ্ষক গল্প সংকলন উন্মোচন

বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত নবনীতা হাজৰিকাৰ ‘ বহুজন বহুৰূপ’ শীৰ্ষক গল্প সংকলন উন্মোচন

বঙাইগাঁৱত পুলিচ ৰিপোৰ্ট প্ৰদানৰ নামত আৰক্ষী কনিষ্টবলৰ ধন দাবী, কনিষ্টবল মজিবৰ ৰহমানক গ্ৰেপ্তাৰ

বঙাইগাঁৱত পুলিচ ৰিপোৰ্ট প্ৰদানৰ নামত আৰক্ষী কনিষ্টবলৰ ধন দাবী, কনিষ্টবল মজিবৰ ৰহমানক গ্ৰেপ্তাৰ

Assam Career

Assam Career : নগাঁও জি.এন.ডি. জি. কমাৰ্চ কলেজত কনিষ্ঠ সহায়ক আৰু পুথিভঁৰাল সহায়কৰ বাবে আবেদন আহ্বান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd