• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, March 5, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব মণিপুৰ

অসম ৰাইফলচৰ দ্বাৰা প্ৰাক বৰদিন উদযাপন

NE NOW NEWS এন ই নাও নিউজ
ইম্ফল , December 22, 2017 5:43 pm

1 min read

অসম ৰাইফলচৰ দ্বাৰা প্ৰাক বৰদিন উদযাপন
75
VIEWS
Share on FacebookShare on Twitter

৩৪ নং অসম ৰাইফলচৰ সেনাপতি বিগ্ৰেডৰ উদ্যোগত  বৃহস্পতিবাৰে মণিপুৰৰ টাফ নাগা গাঁৱত এখন প্ৰাক বৰদিন মেলাৰ আয়েজন কৰে। অঞ্চলটোত এই ধৰণৰ এইখনেই প্ৰথম মেলা। সেনাপতি বিগ্ৰেডৰ এজন বিষয়াই জানিবলৈ দিয়া অনুসৰি স্থানীয় লোক সকলক প্ৰাক বৰদিন উদযাপন আৰু এই উপলক্ষে মনেৰঞ্জন দিয়াৰ উদ্দেশ্যে উক্ত মেলাৰ আয়োজন কৰা হৈছে। সেনাপতি বিগ্ৰেডৰ কমাণ্ডাৰ বিগ্ৰেডিয়াৰ দিপাংকৰ শ্বাহাই মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰা অনুষ্ঠানটোত ৫৭ নং মাউণ্টেইন ডিভিজনৰ অতিৰিক্ত জেনেৰেল অফিচাৰ কামাণ্ডিক ইনচিফ (GOC) এছ কে এছ চৌহান উপস্থিত থাকে। আকাশলৈ বেলুন উৰুৱাই আনুষ্ঠানিকভাৱে মেলাখন উদ্বোধন কৰি কামাণ্ডাৰ দিপাংকৰ শ্বাহাই বৰদিনৰ বতৰত সকলোকে শান্তি আৰু সম্প্ৰীতিৰ উদ্দেশ্যে আহ্বান জনায়। মেলাখনত সেনা তথা সাধাৰণ লোকসকলে মিলি খাদ্য তথা খেলা-ধুলা আদিৰ বিভিন্ন ষ্টল বহুৱাই। ইয়াৰ উপৰি অনুষ্ঠানটোত ৩৮ নং অসম ৰাইফলচৰ দ্বাৰা পাইপ বেণ্ড প্ৰদৰ্শন, টাফ নাগাৰ দ্বাৰা পৰম্পৰাগত নগা নৃত্য, ১৪ নং শিখ ৰেজিমেণ্টৰ দ্বাৰা ভাংৰা আদি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হয়।

Recent News

Whale-vomit-1_603f597c9f73d

কপাল! তিমিৰ বমি বুটলি আনি নিশাৰ ভিতৰতে কোটিপতি হ’ল এইগৰাকী মহিলা

BJP-AGP

ইউ পি পিএলক ৮খন, অগপলৈ ২৬খন এৰি বিজেপিয়ে ৯২খন আসনত কৰিব প্ৰতিদ্বন্দ্বিতা!

accident final

মাৰ্ঘেৰিটাত ভয়ংকৰ পথ দুৰ্ঘটনা; গুৰুতৰভাৱে আহত দুজন

1b1202e81b290d36195a6d88cd150258

আউট অফ দ্য ৱৰ্ল্ড: মহাকাশত খুলিছে প্ৰথমখন হোটেল; ছুটী কটাবলৈ সাজু!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd