DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অস্ত্রসহ লাহোৱালত দুজনকৈ আলফা (স্বা)ৰ সদস্য আটক

অভিক চক্ৰবৰ্তী by অভিক চক্ৰবৰ্তী
August 4, 2018 7:59 pm
ULFA (I) cadre arrested at Lahowal
70
VIEWS
Share on FacebookShare on Twitter

ডিব্ৰুগড় জিলাৰ লাহোৱালত কালি মাজনিশা সেনাৰ ডাও ডিভিজনে এক অভিযান চলাই দুজনকৈ আলফা (স্বা)ৰ সদস্য আটক কৰিবলৈ সক্ষম হয়।

প্ৰাপ্ত তথ্য মতে, এক নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা মৰান তিনিচুকীয়া ঘাইপথত আলফা (স্বা)ৰ সদস্যৰ চলাচলৰ সম্ভেদ লাভ কৰি কালি শুকুৰবাৰে মাজৰাতি ৰাজপুতানা ৰাইফলছৰ ৯ নং বেটেলিয়নে অঞ্চলটোত এক অভিযান চলায়।

উক্ত অভিযানত তেওঁলোকে এ এছ-০৪পি-৭১৩৯ নম্বৰৰ এখন অ’মনি ভানত মৰানৰ পৰা তিনিচুকীয়া দিশে গৈ থকা অৱস্থাত জ্ঞানদ্বীপ বৰগোহাঁই আৰু মৃদুল শৰ্মা নামৰ দুজন আলফা সদস্যক আটক কৰে। আটকাধীন সদস্য দুজনৰ কবলৰ পৰা এটা .২২ এম এম পিষ্টল, এটা মেগাজিন, ৩ জাঁই সক্ৰিয় গুলী উদ্ধাৰ কৰা হয়।

সেনা বাহিনীয়ে জনোৱা মতে তেওঁলোকে বিদ্ৰোহী সংগঠনটোৰ একাধিক ধন দাবী তথা ‘ৰাষ্ট্ৰ বিৰোধী’ কাম-কাজৰ সৈতে জড়িত আছিল।

উল্লেখযোগ্য যে সম্প্ৰতি ৰাজপুতানা ৰাইফলছৰ ৯ নং বেটেলিয়নে উজনি অসমত আলফা (স্বা)ৰ বিৰুদ্ধে অভিযান তীব্ৰ কৰি তুলিছে। ইয়াৰে অংশ হিচাপে কালিৰ এই অভিযান বিদ্ৰোহী গোটটোৰ বিৰুদ্ধে এক বিশেষ সাফল্য হিচাপে গণ্য কৰা হৈছে।

Recent News

পুনৰ বিষাক্ত সুৰাই প্ৰাণ কাঢ়িলে ১৩ জন লোকৰ, কেইবাজনো গুৰুতৰ ভাবে অসুস্থ 

পুনৰ বিষাক্ত সুৰাই প্ৰাণ কাঢ়িলে ১৩ জন লোকৰ, কেইবাজনো গুৰুতৰ ভাবে অসুস্থ 

ৰাজ্যত পুনৰ এনকাউণ্টাৰ: কোকৰাঝাৰত আৰক্ষীৰ গুলীত ধৰাশায়ী ধৰ্ষণকাৰী আফৰুদ্দিন

ৰাজ্যত পুনৰ এনকাউণ্টাৰ: কোকৰাঝাৰত আৰক্ষীৰ গুলীত ধৰাশায়ী ধৰ্ষণকাৰী আফৰুদ্দিন

কাশ্মীৰত নিৰাপত্তা বাহিনীৰে তুমুল সংঘৰ্ষত ৩ পাক সন্ত্ৰাসবাদী নিহত

কাশ্মীৰত নিৰাপত্তা বাহিনীৰে তুমুল সংঘৰ্ষত ৩ পাক সন্ত্ৰাসবাদী নিহত

জনজাতিকৰণ আৰু পৃথক কমতাপুৰৰ দাবীত আক্ৰাছুৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা

জনজাতিকৰণ আৰু পৃথক কমতাপুৰৰ দাবীত আক্ৰাছুৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd