DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, December 6, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অহা বছৰৰ পৰা অসমত প্ৰত্যাহ্বান আঁচনি : হিমন্ত

এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী : by এন ই নাও নিউজ ব্যুৰো, গুৱাহাটী :
November 21, 2017 11:29 am
173
VIEWS
Share on FacebookShare on Twitter

ব্যক্তিগত স্কুলক প্ৰত্যাহ্বান জনোৱাৰ উদ্দেশ্যে শিক্ষা বিভাগে গ্ৰহণ কৰিব এক পদক্ষেপ। এই ঘোষণা কৰিছে স্বয়ং শিক্ষামন্ত্ৰীয়ে নিজে। আঁচনিখনৰ অধীনত মুঠ তিনি হাজাৰ বিদ্যালয়ক সামৰি লোৱা হ’ব বুলিও মন্তৱ্য প্ৰকাশ কৰে শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৩ বছৰৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব এই আঁচনিৰ কাম-কাজ। এই আঁচনিৰ সৈতে প্ৰত্যেকখন পঞ্চায়তকে সামৰি লোৱা হ’ব বুলিও ঘোষণা কৰে শিক্ষামন্ত্ৰী গৰাকীয়ে। তদুপৰি A গ্ৰেড প্ৰাপ্ত বিদ্যালয় সমূহক এই আঁচনিৰ মাজত অন্তৰ্ভুক্ত কৰা হ’ব। এই আঁচনিয়ে ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰিব। ইয়াৰ উপৰি এই আঁচনিৰ জৰিয়তে কম শিক্ষাৰ্থী থকা বিদ্যালয় সমূহক একত্ৰিত কৰা হ’ব বুলিও মন্তৱ্য প্ৰকাশ কৰে মন্ত্ৰীজনে। তাৰোপৰি শিক্ষাৰ ক্ষেত্ৰত চলি থকা অনিয়মবোৰ কঠোৰ হাতেৰে দমন কৰা হ’ব এই আঁচনিৰ জৰিয়তে। আঁচনিখন সন্দৰ্ভত ক’বলৈ গৈ  শিক্ষক সকল কেৱল শিক্ষকতাৰ লগতে জড়িত থাকিব লাগিব বুলিও সকিয়নি প্ৰদান কৰে শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

Recent News

Man Partially shaved hair moustache

হাৰিল বিজেপি প্ৰাৰ্থী, হাৰিল বাজি! চৰ্ত মতেই আধাকৈ মুণ্ডন কৰিলে মোচ আৰু চুলি

Kim Jong Un

হৃদয় গলিল কিম জং উনৰ! অনুষ্ঠানৰ মাজতে চকুলো মচিলে ‘শক্তিশালী’ উনে

IPS officer surrenders

আজৱ কাণ্ড! প্ৰাক্তন মুখ্য ন্যায়াধীশৰ নামত ভুৱা ৱাটছ্এপ একাউণ্ট খুলিলে আই পি এছ বিষয়াই: কৰিলে আত্মসমৰ্পণ

Udhampur attack Hanzla Adnan killed

উধমপুৰত বি এছ এফৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড হাঞ্জলা আদনান পাকিস্তানত নিহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd