• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, February 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অহা বছৰ স্বাস্থ্য বিভাগতো গুণোৎসৱ হ’ব বুলি ঘোষণা স্বাস্থ্য মন্ত্ৰীৰ

NE NOW NEWS এন ই নাও নিউজ ব্যুৰো
গুৱাহাটী , December 6, 2017 10:21 am

1 min read

himanta
93
VIEWS
Share on FacebookShare on Twitter

শৈক্ষিক বাতাৱৰণ আৰু শিক্ষাৰ মানদণ্ড উন্নীতকৰণৰ লক্ষ্যৰে শিক্ষা বিভাগে গুণোৎসৱৰ কাৰ্যসূচী লৈছিল। ঠিক তেনেদৰে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ যুগান্তকাৰী পৰিবৰ্তনৰ মানসেৰে স্বাস্থ্য বিভাগতো গুণোৎসৱৰ আয়োজন কৰিব বুলি ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে। কালি ১০৮ মৃত্যুঞ্জয় সেৱাৰ অধীনত নতুনকৈ ৯৫ খন এম্বুলেঞ্চ মুকলি কৰি এই বিষয়টো ৰাজহুৱা কৰে স্বাস্থ্য মন্ত্ৰী জনে। বহু এম পি ডব্লিউৱে সাংবাদিকতা, ব্যৱসায় আদি কৰি থকা প্ৰমাণ তেওঁৰ হাতত মজুত আছে। স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক সকলে কামত ফাঁকি দি অহাৰো অভিযোগ তোলে মন্ত্ৰীগৰাকীয়ে। কামত ভেঙুচালি কৰা এম পি ডব্লিউ সকলৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণৰ বাবে যুটীয়া সঞ্চালক সকলক নিৰ্দেশ দিয়ে। ৰাজ্যত ১৫০০-২০০০ হেলথ- এডুকেটৰে ক’তো সভা সমিতি নকৰা তথা স্বাস্থ্য কেন্দ্ৰলৈ নোযোৱাৰ ফলত স্বাস্থ্য বিভাগৰ এনে দুৰ্দশা হৈছে। এই সমূহ কাৰণতেই অহা বছৰ স্বাস্থ্য বিভাগত গুণোৎসৱৰ আয়োজন কৰিব বুলি মন্ত্ৰী গৰাকীয়ে জনায়। মুঠ চাৰি হাজাৰ ব্যক্তিক প্ৰশিক্ষণ দি স্বাস্থ্য কেন্দ্ৰ সমূহ পৰিদৰ্শনৰ বাবে পঠিয়াব বুলি কয়। এই বিষয়ে আগতীয়াকৈ স্বাস্থ্য কেন্দ্ৰ সমূহক জনোৱা নহ’ব বুলি সংবাদ মাধ্যমৰ আগত তেওঁ জানিবলৈ দিয়ে । ইপিনে ৰাজ্যখনৰ এম পি ডব্লিউ আৰু শিক্ষকে নিজৰ কৰ্তব্যত ফাঁকি দি সাংবাদিকতাত জড়িত হোৱা বিষয়টোত ড০ হিমন্ত বিশ্ব শৰ্মাই মত প্ৰকাশ কৰাটোক আদৰণি জনাইছে আপকুৱে।

Recent News

lurrriiinnnn

২০১৬-২০২১ লৈকে অত্যাৱশ্যকীয়-নিৰ্মাণ সামগ্ৰীৰ দাম কিমান বৃদ্ধি পালে? হিচাপ দিলে লুৰীণজ্যোতিয়ে

a nirab

নীৰৱ মোদীক ভাৰতলৈ প্ৰত্যৰ্পনত অনুমোদন ব্ৰিটেইনৰ আদালতৰ

Represntative

OMG! অস্ত্রোপচাৰত গৰুৰ পেটৰ পৰা ওলাল ৭১ কিলোগ্ৰাম প্লাষ্টিকৰ লগতে আন ধাতৱ সামগ্ৰী

a face

ছ’চিয়েল মিডিয়াক নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম, ২৪ ঘণ্টাৰ ভিতৰত আঁতৰাব লাগিব অশ্লীল ছবি, আৰু কি আছে?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd