• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচলৰ তৃতীয়গৰাকী মহিলা পৰ্বতাৰোহী মুৰি লিনগিৰ এভাৰেষ্ট জয়

এন ই নাও নিউজ by এন ই নাও নিউজ
May 17, 2018 1:13 pm
Muri
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰুণাচল প্ৰদেশৰ তৃতীয়গৰাকী মহিলা পৰ্বতাৰোহী হিচাপে এভাৰেষ্ট জয় কৰি সমগ্ৰ দেশবাসীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৰয়িঙৰ বাসিন্দা মিৰি লিনগিয়ে।

উল্লেখযোগ্য যে চাৰিটা সন্তানৰ মাতৃ ৪০ বছৰীয়া লিনগিয়ে যোৱা ১৪ মে’ৰ পুৱা এভাৰেষ্টত আৰোহণ কৰিবলৈ সক্ষম হয়।

Apply Now

যোৱা ৫ মাৰ্চত ৰাজ্যসভাৰ সাংসদ মুকুট মিথিয়ে লিনগিৰ যাত্ৰাৰ ফ্লেগ অফ কৰিছিল। আনহাতে ৰয়িঙৰ পৰা যাত্ৰা কৰি ৭ এপ্ৰিলত কাঠমাণ্ডুত উপস্থিত হোৱা লিনগিয়ে ১২ এপ্ৰিলৰ পৰা লুক্লাৰ পৰা মাউণ্ট এভাৰেষ্টলৈ যাত্ৰা কৰে।

অৱশ্যে প্ৰতিকূল বতৰৰ বাবে ২০ এপ্ৰিলত বেছ কেম্পত উপস্থিত হোৱা লিনগিৰ যাত্ৰা নাছিল সুখকৰ।সেয়েহে ১০ মে’ত পুনৰ এভাৰেষ্টলৈ যাত্ৰা আৰম্ভ কৰে লিনগিয়ে।

চাৰিদিন বিৰামবিহীনভাৱে দিনে- নিশাই যাত্ৰা কৰি অৱশেষত ১৪ ম’ৰ পুৱা এভাৰেষ্ট বিজয় কৰিবলৈ সক্ষম হয় এইগৰাকী অদমনীয় শক্তিৰ অধিকাৰী মহিলাই।

ভিন্ন সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰা অনুসৰি লিনগি সম্প্ৰতি সুস্থ অৱস্থাত আছে আৰু হয়তো কিছু দিনৰ ভিতৰতে তেওঁ ঘৰলৈ উভতি আহিব।

উল্লেখযোগ্য যে লিনগিয়ে টিনে মীনাৰ পৰা অনুপ্ৰেৰণা লাভ কৰি ২০১৩ চনত পৰ্বতাৰোহণৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। মীনাৰ সৈতে তেওঁ কেইবাটাও অভিযানত অংশ লৈছিল আৰু ইয়াৰ ভিতৰত উল্লেখযোগ্য আছিল হিমাচল প্ৰদেশত এক মহিলা অভিযানকাৰী দলৰ সদস্য হিচাপে ৬,৬২২ মিটাৰ উচ্চতাৰ মেন্থোছা শৃংগ আৰোহণ।

সেই একে বৰ্ষতে তেওঁ ডিৰাঙৰ এন আই এম এ এছ আৰ্মি প্ৰতিষ্ঠানৰ পৰা পৰ্বতাৰোহণৰ এক পাঠ্যক্ৰম সম্পূৰ্ণ কৰে। ২০১৬ চনত লিনগিয়ে এভাৰেষ্ট আৰোহণকাৰী অংশু জনছেম্পাৰৰ সৈতে আন এক মহিলা পৰ্বতাৰোহণ অভিযানত ৬,২২২ মিটাৰ উচ্চতাৰ গৰিচেন শৃংগ আৰোহণ কৰিছিল।

তাৰ পাছত লিনগিৰ এই সাফল্য স্বাভাৱিকত দেশৰ আন নাৰীসকলৰ বাবে হ’ব এক অনুপ্ৰেৰণাৰ অমল উৎস।

প্ৰসংগক্ৰমে উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে অৰুণাচলৰ মহিলা হিচাপে টিনে মীনা আৰু অংশু জনছেম্পাৰে এভাৰেষ্ট বিজয় কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

June 13, 2026 4:27 pm
ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

June 13, 2026 4:19 pm
যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

June 13, 2026 2:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

June 13, 2026 4:27 pm
ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

ক্ৰিকেট জগতত আন এক সূৰ্যবংশীৰ উত্থান: ৮৭ বলত ১০৩ ৰান সংগ্ৰহ দহ বছৰীয়া কিশোৰৰ

June 13, 2026 4:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd