DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 30, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচলৰ দয়িং এৰিং বন্যপ্ৰাণী অভয়াৰণ্যত বৃদ্ধি পাইছে বন্যপ্ৰাণীৰ সংখ্যা

এন ই নাও নিউজ by এন ই নাও নিউজ
April 1, 2018 7:56 pm
159
VIEWS
Share on FacebookShare on Twitter

উত্তৰ-পূবৰ প্ৰকৃতি প্ৰেমীসকলৰ বাবে সুখবৰ। অৰুণাচল প্ৰদেশৰ দয়িং এৰিং বন্যপ্ৰাণী অভয়াৰণ্যত বনৰীয়া জীৱ-জন্তুৰ এক উল্লেখযোগ্য সংখ্যা বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে।

এক কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাৰ বাবেই ১৯০ বৰ্গ কি.মি এলেকা আৱৰি থকা অভয়াৰণ্যখনত বনপ্ৰাণীৰ উক্ত সংখ্যা বৃদ্ধি হৈছে বুলি অভৰাণ্যখনৰ ঘনিষ্ঠ সূত্ৰৰ পৰা জানিব পৰা গৈছে।

প্ৰকৃতিপ্ৰেমী সংগঠন আৰণ্যকে চলোৱা এক সমিক্ষাত অভয়াৰণ্যখনত বিভিন্ন প্ৰজাতিৰ হৰিণ, বাঘ, বনৰীয়া গাহৰি, বনৰীয়া মহ, বনৰীয়া হাতীকে ধৰি কেইবাবিধ জন্তুৰ উপস্থিতিৰ কথা জানিব পৰা যায়।

ইয়াৰ উপৰি অভয়াৰণ্যখন কেইবাপ্ৰজাতিৰ পক্ষীৰো আৱাসস্থলী। ইয়াৰ ভিতৰত দুষ্প্ৰাপ্য প্ৰজাতিৰ শগুন আৰু বেংগল ফ্লৰিকান অন্যতম।

অৰুণাচলৰ পূব ছিয়াং জিলাৰ পাচিঘাট নগৰৰ পৰা ১৬ কি.মি দূৰত্বত অৱস্থিত উক্ত অভয়াৰণ্যখনে অঞ্চলটোত পৰিৱেশৰ সন্তোলন বজাই ৰখাত এক গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে। ইয়াৰোপৰি অসমৰ পবা সংৰক্ষিত বনাঞ্চলৰ জীৱ-জন্তুকো ই আশ্ৰয় দি আহিছে।

দয়িং এৰিং বন্যপ্ৰাণী অভয়াৰণ্যত যোৱা ৫ বছৰত চোৰাং চিকাৰৰ কাৰ্যকলাপ যথেষ্ট পৰিমানে ৰোধ কৰা হৈছে বুলি অভয়াৰণ্যখনৰ বন বিষয়াই জানিবলৈ দিয়ে।

Recent News

গুজৰাট মডেল : ১৫৭ খন স্কুলৰ এগৰাকীও শিক্ষাৰ্থী উত্তীৰ্ণ হ’ব নোৱাৰিলে দশম শ্ৰেণীৰ পৰীক্ষাত

গুজৰাট মডেল : ১৫৭ খন স্কুলৰ এগৰাকীও শিক্ষাৰ্থী উত্তীৰ্ণ হ’ব নোৱাৰিলে দশম শ্ৰেণীৰ পৰীক্ষাত

জাতীয় নাৰী বাহিনীৰ নতুন সভানেত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিলে অৰুণা বৰাই

জাতীয় নাৰী বাহিনীৰ নতুন সভানেত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিলে অৰুণা বৰাই

ধেমাজিৰ চিলাপথাৰত ডাইনী কাণ্ড, মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ প্ৰতিক্ৰিয়া

ধেমাজিৰ চিলাপথাৰত ডাইনী কাণ্ড, মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ প্ৰতিক্ৰিয়া

স্তন কেঞ্চাৰৰ পৰীক্ষণ ঘৰতে কিদৰে কৰিব?

স্তন কেঞ্চাৰৰ পৰীক্ষণ ঘৰতে কিদৰে কৰিব?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd