• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচলৰ ৰাজভৱনত ভাৰত স্কাউট আৰু গাইডৰ ১৯তম ৰাজ্য পুৰস্কাৰ প্ৰদান

ডেমিয়েন লেপছা by ডেমিয়েন লেপছা
June 22, 2018 9:50 pm
Hindustan-Scouts-and-Guides-commemorates-Rajya-Puraskar-701x448
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰুণাচলৰ ৰাজ্যপাল অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ বি ডি মিশ্ৰই আজি ৰাজভৱনৰ দৰবাৰ হলত আয়োজিত ভাৰত স্কাউট আৰু গাইডৰ ১৯সংখ্যক ৰাজ্য পুৰস্কাৰ অনুষ্ঠানত উপস্থিত থাকে।

ৰাজ্যখনৰ ১১খন জিলাৰ পৰা অহা মুঠ ৪২গৰাকী স্কাউট আৰু গাইডক ৰাজ্যপালগৰাকীয়ে স্কাউট আৰু গাইডৰ সৰ্বোচ্চ ৰাজ্যিক স্কাউট আৰু গাইড বঁটা প্ৰদান কৰে। স্কাউট আৰু গাইডসকলে প্ৰতিনিধিত্ব কৰা ১১খন জিলা হৈছে টিৰাপ, পূব ছিয়াং, নিম্ন ডিবং উপত্যকা, নামচাই, উজনি সুৱণশিৰি, লোহিত, পাপুম পাৰে, নামনি সুৱণশিৰি, পশ্চিম ছিয়াং, উজনি ছিয়া আৰু ছিয়াং জিলা।

Apply Now

উল্লেখযোগ্য যে ৰাজ্যপাল হৈছে স্কাউট আৰু গাইডৰ ৰাজ্যিক পৃষ্ঠপোষক। এই বঁটা প্ৰদান অনুষ্ঠানত অৰুণাচলৰ শিক্ষা মন্ত্ৰী হনচুম নংদাম (Honchun Ngandam) আৰু শিক্ষা বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত আছিল। এই অনুষ্ঠানত স্কাউট আৰু গাইডসকলে প্ৰাথমিক চিকিৎসা প্ৰদানৰ এটা প্ৰদৰ্শন কৰে।

ৰাজ্য পুৰস্কাৰক ৰাজ্যপালৰ বঁটা হিচাপেও জনা যায়। এই ৰাজ্যিক পৰ্যায়ৰ বঁটাটো মানুহৰ প্ৰতি আন্তৰিক সেৱা আগবঢ়োৱা স্কাউট আৰু গাইডলৈ আগবঢ়োৱা হয়।

বঁটা লাভ কৰা স্কাউট আৰু গাইডসকলক অভিনন্দন জ্ঞাপন কৰি ৰাজ্যপালে কয় যে এই পুৰস্কাৰে তেওঁলোকৰ কঠিন পৰিশ্ৰমক প্ৰতিফলিত কৰে আৰু এই পুৰস্কাৰ তেওঁলোকৰ প্ৰাপ্য।

ভাৰতীয় সংবিধানত উল্লেখিত স্কাউট আৰু গাইডৰ প্ৰাথমিক কৰ্তব্যসমূহ উল্লেখ কৰি ৰাজ্যপালগৰাকীয়ে স্কাউট আৰু গাইডসকলক বৈজ্ঞানিক মানসিকতা, মানৱতা আৰু অনুসন্ধান আৰু সংস্কাৰৰ স্পৃহাৰে কৰ্তব্যত ব্ৰতী হ’বলৈ আহ্বান জনায়। তেওঁ শিক্ষাৰ্থীসকলক সাহস, ক্ষমা, নিৰংকাৰিতা, সাধুতা, পৰিচ্চন্নতা, আত্ম নিয়ন্ত্ৰণ, প্ৰশান্তি, জ্ঞান, সত্য কথা কোৱা আৰু ক্ৰোধ পৰিহাৰ মানৱীয় প্ৰমূল্যৰ সৈতে যুক্ত হোৱাৰ বাবে আহ্বান জনায়।

ডেমিয়েন লেপছা

ডেমিয়েন লেপছা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd