DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচল প্ৰদেশত এভাৰেষ্ট অভিযানৰ শুভাৰম্ভ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৰ

প্ৰণৱ কুমাৰ দাস by প্ৰণৱ কুমাৰ দাস
March 21, 2018 9:55 pm
অৰুণাচল প্ৰদেশত এভাৰেষ্ট অভিযানৰ শুভাৰম্ভ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৰ
140
VIEWS
Share on FacebookShare on Twitter

অৰুণাচল প্ৰদেশৰ পশ্চিম চিয়াং জিলাৰ নিমাছ (National Institute of Mountaineering and Allied Sports) চৌহদৰ পৰা আজি বুধবাৰে এক মাউণ্ট এভাৰেষ্ট যাত্ৰাৰ শুভাৰম্ভ কৰে মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে।

নিমাছৰ সঞ্চালক কৰ্নেল চৰ্ফৰাজ সিঙৰ নেতৃত্বত যোৱা ১০ জনীয়া দলটোৱে এই মাহত বিশ্বৰ সৰ্বোচ্চ শৃংগ আৰোহণৰ প্ৰচেষ্টা চলাব।

প্ৰতিষ্ঠানটোৰ ব্যক্তিসকলৰ লগতে ডিৰাঙৰ দুজন স্থানীয় যুৱকো অভিযানকাৰী দলটোত আছে।

মুখ্য মন্ত্ৰীজনে আজি দলটোৰ সদস্যসকলক লগ কৰি অভিযানৰ সফলতা কামনাৰে শুভেচ্ছা জনায়।

উল্লেখযোগ্য যে ৰাজ্যখনৰ মুখ্য মন্ত্ৰী আৰু তদানীন্তন প্ৰতিৰক্ষা মন্ত্ৰী অৰুন জেটলিৰ মাজত হোৱা এক বৈঠকত প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে এই অভিযানটোৰ অনুমোদন জনাইছিল।

এভাৰেষ্ট যাত্ৰা উদ্বোধনৰ পিছত ইটানগৰৰ হিমালয় ইণ্টাৰনেশ্বনেল স্কুলৰ প্ৰশিক্ষাৰ্থীসকলে নিমাছ চৌহদত থকা দেশৰ সৰ্বোচ্চ ক্লাইম্বিং টাৱাৰ (২২ মিটাৰ)টো বগায়।

সেনাবাহিনীৰ গঢ়ৱাল ৰাইফলছ আৰু নিমাছৰ ব্যক্তিয়ে বৰফ বগোৱা, খৰকে বগোৱাকে ধৰি বিভিন্ন শৈলীৰ পৰ্বতাৰোহণ প্ৰদৰ্শন কৰে।

Recent News

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

zero shadow day মায়ানগৰী মুম্বাইত অদ্ভুত ঘটনা: আকাশত সূৰ্য থকাৰ পিছতো মাটিত নপৰা হ’ল একো বস্তুৰে ছাঁ !

Thieves return stolen idols

দু: স্বপ্নত ত্ৰাহি মধুসূদন: চোৰে উভতাই থৈ গ’ল মন্দিৰৰ চুৰ কৰা সামগ্ৰী, লিখি থৈ গ’ল স্বীকাৰোক্তি পত্ৰ

Chief Justice of Gauhati High Court

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হ’ব ন্যায়াধীশ ৰশ্মিন মানহৰভাই ছায়া

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা: শিক্ষামন্ত্ৰীৰ ঘোষণা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd