• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচল প্ৰদেশত এম টি ভি ৰোডিজ এক্সট্ৰিমৰ শ্বুটিং আৰম্ভ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 28, 2018 6:37 pm

1 min read

MTV’s Roadies Extreme shoots in Arunachal Pradesh
77
VIEWS
Share on FacebookShare on Twitter

মেঘালয় আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত শ্বুটিং সামৰাৰ অন্তত দুঃসাহসিক ৰিয়েলিটি শ্ব এম টি ভি ৰোডিজ এক্সট্ৰিমে এতিয়া অৰুণাচল প্ৰদেশত শ্বুটিং আৰম্ভ কৰিছে। প্ৰাৰ্থী বাচনি কৰিবৰ বাবে সদলবলে অৰুণাচলৰ ভালুকপোং আৰু ইটানগৰৰ বিভিন্ন অঞ্চলত গৈ ৰোডিজ এক্সট্ৰিমৰ দলটোৱে আজি কিছু দিনৰ পৰা শ্বুটিঙৰ কাম কৰি আছে।

প্ৰাৰ্থী বাচনি কৰিবলৈ অহা এই দলটোত গেং লীডাৰ অভিনেত্ৰী নেহা ধুপীয়াৰ সৈতে আছে নিখিল চিনাপা, ৰাফটাৰ আৰু প্ৰিন্স নৰুলা।

উল্লেখ্য যে  চৰম ভৌগোলিক পৰিৱেশৰ উত্তৰ পূৰ্বাঞ্চলত তেওঁলোকৰ প্ৰতিযোগীসকলৰ দৈহিক-মানসিক সহনশীলতাৰ পৰীক্ষা লোৱাৰ উদ্দেশ্যে প্ৰথমে শ্বিলঙত আহি উপস্থিত হোৱা দলটোৱে তাৰ পিছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত শ্বুটিং কৰে।

প্ৰাপ্ত তথ্য মতে বৰ্তমান ভালুকপোং আৰু ইটানগৰত শ্বুটিং চলাই থকা দলটোৱে ইয়াৰ পিছতে জিৰোলৈ ৰাওনা হ’ব।

২০০৩ চনৰ পৰা প্ৰচাৰিত হৈ অহা তথা যুৱ সমাজৰ ওপৰত আধাৰিত জনপ্ৰিয় শ্ব’ এমটিভি ৰোডিজৰ অংশগ্ৰহণকাৰীসকলক ভিন্ন ভিন্ন পৰিৱেশত মানসিক আৰু শাৰীৰিকভাৱে প্ৰত্যাহ্বানমূলক কেতবোৰ কাৰ্য সম্পাদন কৰিবলৈ দিয়া হয়।

 

Recent News

950658-740749-amou-haji

গাত ধূলি-বালি সানি গা-নুধুৱাকৈয়ে সুস্থ শৰীৰে ৬৫বছৰ পাৰ কৰিলে এইগৰাকী লোকে

WhatsApp Image 2021-01-19 at 7.18.21 AM

গাব্বাত ছিৰাজৰ দমনীয় বলিং! ১৭ বছৰ পুৰণি অভিলেখ স্পৰ্শ

Sarbananda_Sonowal-750x375

অসমৰ মুখ্যমন্ত্ৰী হিচাপে সৰ্বানন্দ সোণোৱালেই ভোটাৰৰ প্ৰথম পছন্দ: সমীক্ষা

Brindaban-A

তেজপুৰৰ বৃন্দাবন পৰিব নেকি ছন! : সাংসদ পল্লৱৰ ঘোষণাত উৎফুল্লিত তেজপুৰ বিজেপি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd