DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 16, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আইটিবিপিৰ উত্তৰ পূব সীমান্তৰ প্ৰধান কাৰ্যালয়ৰ মহাপৰিদৰ্শক মনোজ সিং ৰাৱটৰ অৰুণাচলৰ মুখ্য মন্ত্ৰীক সাক্ষাৎ

প্ৰণব কুমাৰ দাস by প্ৰণব কুমাৰ দাস
May 17, 2018 5:44 pm
ITBP Inspector General Manoj Singh Rawat of the North East Frontier Headquarters meet khandu at Itanagar
72
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে ভাৰত-তিব্বতীয় সীমান্ত আৰক্ষী চমুকৈ আইটিবিপিৰ উত্তৰ পূব সীমান্ত প্ৰধান কাৰ্যালয়ৰ মহা পৰিদৰ্শক মনোজ সিং ৰাৱটে অৰুণাচলৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুক তেওঁৰ কাৰ্যালয়ত সাক্ষাৎ কৰে।

আলোচনা কালত দুয়োগৰাকীয়ে অৰ্ধ-সামৰিক বাহিনীত অৰুণাচলী যুৱকক নিয়োজিত কৰা বিষয়ৰ ওপৰত আলোচনা কৰে।

মুখ্য মন্ত্ৰীগৰাকীয়ে কয় যে আইটিবিপিত অৰুণাচলী যুৱকক ভৰ্তি কৰিলে তেওঁলোকৰ পাহাৰীয়া স্থান সম্পৰ্কে স্পষ্ট ধাৰণা থকা হেতুকে আইটিবিপিক অপ্ৰতিৰেধ্য কৰি তুলি তেওঁলোকে দেশসেৱালৈ অসামান্য অৱদান দিব পাৰিব।

তেওঁ আৰু কয় যে বাহিনীটোত অৰুণাচলী যুৱকক নিয়োগ কৰিলে এটা এয়া স্থানীয় নিয়োজন সম্ভৱ কৰাৰ লগতে অৰুণাচলত স্থায়ীভাৱে থকা বাহিনীটোৱে সমাজলৈকেও অৱদান আগবঢ়োৱা হ’ব।

আইটিবিপিৰ মহা পৰিদৰ্শকগৰাকীয়ে মুখ্য মন্ত্ৰীক অৱগত কৰিছে যে  স্থানীয় যুৱকসকলক যাতে বাহিনীটোত নিয়োগ কৰা হয়, তাৰ বাবে তেওং যথোচিত ব্যৱস্থা গ্ৰহণ কৰিব।

উল্লেখ্য যে স্থানীয় যুৱকসকলে যাতে ইয়াত নিয়োজিত হ’বলৈ যোগ্য হৈ উঠে তাৰ বাবে আইটিবিপিয়ে প্ৰশিক্ষণ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে।

Recent News

আজি বছৰটোৰ প্ৰথম পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ; ভাৰতত দৃশ্যমান হ’বনে?

আজি বছৰটোৰ প্ৰথম পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ; ভাৰতত দৃশ্যমান হ’বনে?

দুধনৈত অনুষ্ঠিত প্ৰথম চিনিয়ৰ মিকটছ ফুটবল চেম্পিয়নশ্বিপৰ সামৰণি; মেঘালয়লৈ বিজয়ীৰ খিতাপ

দুধনৈত অনুষ্ঠিত প্ৰথম চিনিয়ৰ মিকটছ ফুটবল চেম্পিয়নশ্বিপৰ সামৰণি; মেঘালয়লৈ বিজয়ীৰ খিতাপ

ৰাস্তাৰ মাজতে মহিলা অধিবক্তাক উপৰ্যুপৰি ‘লাথি-চৰ, ভুকু’; সহায়ৰ বাবে আগবাঢ়ি নাহিল কোনো! (ভিডিঅ’)

ৰাস্তাৰ মাজতে মহিলা অধিবক্তাক উপৰ্যুপৰি ‘লাথি-চৰ, ভুকু’; সহায়ৰ বাবে আগবাঢ়ি নাহিল কোনো! (ভিডিঅ’)

নোৱা নৈৰ বাঢ়নী পানীয়ে কলাইগাঁৱৰ কেইবাঠাইতো চিঙিলে মথাউৰি, ৰাইজৰ হাহাকাৰ

নোৱা নৈৰ বাঢ়নী পানীয়ে কলাইগাঁৱৰ কেইবাঠাইতো চিঙিলে মথাউৰি, ৰাইজৰ হাহাকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd