• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, April 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব ত্ৰিপুৰা

আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ত্ৰিপুৰাত ব্যাপকসংখ্যক কেন্দ্ৰীয় নিৰাপত্তা বাহিনী মোতায়েন

NE NOW NEWS এন ই নাও নিউজ
ধৰ্মনগৰ , January 16, 2018 4:40 pm

1 min read

ত্ৰিপুৰাত ব্যাপকসংখ্যক কেন্দ্ৰীয় নিৰাপত্তা বাহিনী মোতায়েন

ত্ৰিপুৰাত ব্যাপকসংখ্যক কেন্দ্ৰীয় নিৰাপত্তা বাহিনী মোতায়েন

68
VIEWS
Share on FacebookShare on Twitter

আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ত্ৰিপুৰাত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে আৰু ৰাজ্যখনৰ বিভিন্ন স্থানত বৃ্হৎসংখ্যক কেন্দ্ৰীয় বাহিনী মোতায়েন কৰা হৈছে।

নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ধৰ্মনগৰতো কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে। যিকোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে মহিলা অৰ্ধসামৰিক বাহিনীও মোতায়েন কৰা হৈছে।

উল্লেখযোগ্য যে নিৰ্বাচনৰ সময়ত ৰাজ্যখনত বিশৃংখলতা ৰোধৰ বাবে সৰ্বমুঠ ৩০০ টা কেন্দ্ৰী্য় বাহিনী নিয়োগ কৰাৰ কথা।

জানিব পৰা মতে অতি সোন্কালেই নিৰ্বাচন আয়োগে ৰাজ্যখনৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিব।

উল্লেখযোগ্য যে যোৱা ৫ জানুৱাৰিত ২৫৬৯২১৬ গৰাকী ভোটাৰৰ নাম সম্বলিত ত্ৰিপুৰাৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশিত হৈছিল।

প্ৰথম বাৰৰ বাবে ভোটাৰ তালিকাত তৃতীয় লিংগৰ পছন্দও অন্তৰ্ভুক্ত কৰা হৈছে আৰু ইতিমধ্যে ১১ গৰাকী লোকে এই ভাগত নিজৰ নাম পঞ্জীয়ন কৰিছে।

ৰাজ্যখনৰ মুঠ ২৫৬৯২০৫ গৰাকী ভোটাৰৰ ভিতৰত ১৩০৩২০৫ গৰাকী পুৰুষ আৰু ১২৬৫৭৮৫ গৰাকী মহিলা।

চূড়ান্ত তালিকাখন ত্ৰিপুৰাৰ বিভিন্ন প্ৰান্তৰপৰা অহা দাবী আৰু অভিযোগ সমূহৰ নিষ্পত্তিৰ পিছত প্ৰকাশ কৰা হৈছে।

Recent News

a-vac-640x375

গোলাঘাটত ৫৮,২৫৫ পালি প্ৰতিষেধক প্ৰদান : নুমলীগড়ত গুৱাহাটীৰ পৰা অহা যাত্ৰীসহ বাহনৰ কৰ্মচাৰীক কোভিড টেষ্ট

MAHA-750x375

কাইলৈ পৰা মহা-লকডাউন! : অতি শীঘ্ৰেই লকডাউন ঘোষণা কৰিব পাৰে চৰকাৰে!

images.jpeg-11(1)

মাৰ্ঘেৰিটাত ৪ গৰাকী ব্যক্তিৰ দেহত কোভিড : মহকুমা প্ৰশাসনৰ সতৰ্কতামূলক অভিযান

911540-priyanka-gandhi-file

‘সমগ্ৰ দেশে কান্দি থকাৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে কিয় হাঁহি আছে?’; কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ প্ৰশ্ন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd