• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আগন্তুক বিধানসভা নির্বাচনত ত্রিপুৰা কংগ্ৰেছে গোটেই ৬০ খন আসনতে প্ৰাৰ্থিত্ব আগবঢ়াব

NE NOW NEWS পান্না ঘোষ
আগৰতলা , January 20, 2018 10:21 pm

2 min read

আগন্তুক বিধানসভা নির্বাচনত ত্রিপুৰা কংগ্ৰেছে গোটেই ৬০ খন আসনতে প্ৰাৰ্থিত্ব আগবঢ়াব
70
VIEWS
Share on FacebookShare on Twitter

ত্ৰিপুৰা কংগ্ৰেছে ঘোষণা কৰিছে যে অহা ১৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া বিধানসভাৰ নিৰ্বাচনত ৰাজ্যখনৰ গোটেই ৬০ খন আসনতে প্ৰাৰ্থিত্ব আগবঢ়াব। মাৰ্চত চৰকাৰ গঠন কৰিব বুলিও ত্ৰিপুৰা কংগ্ৰেছ আশাবাদী।

নিৰ্বাচন আয়োগে অলপতে ত্ৰিপুৰা, মেঘালয় আৰু নাগালেণ্ডৰ বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছতে ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি বিৰাজিত সিনহাই ত্ৰিপুৰাৰ খোৱাই জিলাৰ তেলিয়ামুৰাত এখন নিৰ্বাচনী সমাৱেশ অনুষ্ঠিত কৰে য’ত কেন্দ্ৰত শাসনত থকা বিজেপি আৰু ৰাজ্যৰ শাসনাধীস্থ বাওমৰ্চা চৰকাৰক তীব্ৰ সমালোচনা কৰে।

তেলিয়ামুৰা ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাৰ পৰা ৪৫ কিলোমিটাৰ আঁতৰত অৱস্থিত।

কংগ্ৰেছ নেতা সুশান্ত চক্ৰৱৰ্তী, হৰেকৃষ্ণ ভৌমিকৰ লগতে অন্যান্য নেতাসকল নিৰ্বাচনী সমাৱেশত উপস্থিত থাকে।

ভাষণ প্ৰসংগত সিনহাই বিজেপি নেতৃত্বাধীন কেন্দ্ৰৰ এনডিএ চৰকাৰক তীব্ৰ আক্ৰমণ কৰি কয় যে কেন্দ্ৰৰ শাসনাধিষ্ঠ বিজেপি চৰকাৰখনে ধাৰাবাহিকভাৱে ত্ৰিপুৰাৰ জনসাধাৰণক বঞ্চিত কৰি আহিছে। একেদৰে তেওঁ ৰাজ্যৰ বাওঁমৰ্চা চৰকাৰখনকো কঠোৰ ভাষাৰে সমালোচনা কৰে।

উল্লেখযোগ্য যে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছতে ত্ৰিপুৰাৰ ৰাজনৈতিক দলবোৰে ভোটাৰক আকৰ্ষণ কৰাৰ বাবে ৰাজ্যখনৰ বিভিন্ন স্থানত নিৰ্বাচনী সভাৰ আয়োজন কৰিছে।

ৰাজনৈতিক পৰ্যবেক্ষকসকলৰ মতে গেৰুৱা দলটোৱে উত্তৰ পূৰ্বাঞ্চলৰ তিনিওখন ৰাজ্যতে বিজয়ৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। আনহাতে, কংগ্ৰেছ দলে মেঘালয়ত ক্ষমতা ধৰি ৰখাৰ চেষ্টা কৰাৰ বিপৰীতে চিপিআই (এম) এ দীৰ্ঘদিন ধৰি শাসনত থকা ত্ৰিপুৰাত নিজৰ আধিপত্য বৰ্তাই ৰখাৰ চেষ্টা কৰিব।

 

Recent News

WhatsApp Image 2021-01-24 at 6.59.34 AM

নৃশংস! কাণত জুঁই লগাই দিয়াৰ পাছত হাতীৰ মৃত্যু; দুজনক গ্ৰেপ্তাৰ

IMG_20210123_191432~2

অন্ত পৰিল বোকাখাতত অনুষ্ঠিত ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য প্ৰদৰ্শনীৰ; শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰীলৈ বঁটা

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd