DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আগষ্টত মুকলি হ’ব মিজোৰামৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয়

এন ই নাও নিউজ by এন ই নাও নিউজ
May 5, 2018 10:10 pm
Mizoram Institute of Medical College & Research
117
VIEWS
Share on FacebookShare on Twitter

আগষ্টত মুকলি হ’ব মিজোৰামৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয়। মিজোৰাম ইনষ্টিটিউট অৱ মেডিকেল কলেজ এণ্ড ৰিচাৰ্চ ( Mizoram Institute of Medical College & Research )ৰ সঞ্চালক এল ফিমাতেই আজি ৫ মে’ত জনোৱা অনুসৰি ভাৰতৰ মেডিকেল কাউন্সিলৰ নিয়মানুসৰি থাকিব লগা সকলো সুবিধা চিকিৎসালয়খনত আছে।

তেওঁ কয় ‘কলেজ স্থাপনৰ বাবে মেডিকেল কাউন্সিলে অনুমতি পত্ৰ প্ৰদানত অনুমোদন জনাইছে।’

ৰাজ্যখনৰ চিকিৎসক হ’ব খোজা ছাত্ৰ-ছাত্ৰীসকলৰ কথা মনত ৰাখি মুখ্য মন্ত্ৰী লাল থানহাওলাই এই কলেজখন স্থাপনৰ উদ্যোগ লৈছিল।

ফিমাতেই কয় ‘ইম্ফলৰ ৰিমছ ()ত মিজোৰামে প্ৰতি বছৰে ১০টাহে সংৰক্ষিত আসন পায়। সেইখন এখন কেন্দ্ৰীয় কলেজ। ভাৰতৰ আন মেডিকেল কলেজত আসন পোৱাটো মিজোৰামৰ ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰায় অসম্ভৱ।’

প্ৰথমতে ১০০ খন আসন থাকিব লগা কলেজখনৰ ৮৫ খন আসন মিজো ছাত্ৰ-ছাত্ৰীৰ বাবে সংৰক্ষিত থাকিব।

উল্লেখযোগ্য যে ফিমতে প্ৰায় ৬ বছৰৰ বাবে ৰিমছৰ সঞ্চালক আছিল। ৰিমছ আৰু ইম্ফলৰ জে এন ইনষ্টিটিউট অৱ মেডিকেল চায়েন্সেজৰ ফৰেনছিক বিভাগৰ তেওঁ মু্ৰব্বী আছিল।

Recent News

CBI summoned Rubaiya Sayeed

য়াছিন মালিকৰ সৈতে সম্পৰ্কিত গোচৰত জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ জীয়ৰীলৈ চিবিআইৰ চমন

Monkey pox আমেৰিকাত ধৰা পৰিল মাংকি পক্সৰ প্ৰথমটো ঘটনা,কি এই মাংকি পক্স?

বিশ্বৰ কুৰি খন দেশলৈ বিয়পিছে মাংকিপক্স, উদ্বিগ্ন বিশ্ব স্বাস্থ্য সংস্থা

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

২০২০ চনৰ ১৫ এপ্ৰিলৰ মাজনিশা বিমানবন্দৰত গ্ৰহণ কৰা পিপিই কীটৰ হিচাপ লাগে ‌জনতাক, কোনে ক’লে?

temple-mosque row in India

ৰাজতন্ত্ৰ, মন্দিৰ-মছজিদ আৰু আধুনিক চেতনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd